প্ৰাকৃতি সম্পদৰ ব্য়ৱস্থাপনা 

অধ্য়ায়-16 

A. অতি চমু প্ৰশ্নাৱলীঃ               মূল্য়াংকঃ 1 

1. তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্য়া সমূহ হ'ল_ [HSLC' 15]

(a) বৃহৎ পৰিসৰৰ শস্য় পথাৰ হেৰুৱাবলগীয়া হয় ।

(b) বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয় ।

(c) (i) আৰু (ii) ৰ এটাও নহয় । 

(d) (i) আৰু  (ii) দুয়োটা । 


2. তলৰ কোনটো নবীকৰণ শক্তি উৎস নহয় । [HSLC' 17]

(a) সূৰ্য 

(b) বায়ু

(c) জীবাশ্মজাত ইন্ধন 

(d) পানী

 

B. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ              মূল্য়াংকঃ 3/4/5

1. তলৰ যি কোনো দুটাৰ চমুটোকা লিখা । [HSLC' 15]

(a) বহনক্ষম ব্য়ৱস্থাপনা

(b) পানী সঞ্চয়ন 

(c) নদী বান্ধ 


2. পৰিবশ ৰক্ষাৰ তিনিটা 'R' ৰ কথা আলোচনা কৰা । [HSLC' 16]


3. আমি আমাৰ সম্পদৰাজিৰ কিয় ব্য়ৱস্থাপনা কৰা উচিত ___ আলোচনা কৰা । [HSLC' 16]


4. জীবাশ্মজাত ইন্ধনবিলাক কি ? এইবিলাক ইন্ধনৰ জহনৰ ফলত হোৱা অসুবিধা এটা উল্লেখ কৰা । [HSLC' 17]


5. প্ৰকৃতিক সম্পদবোৰৰ বহনক্ষম ব্য়ৱস্থাপনা কৰিবলৈ তুমি কি কৰিবা ? [HSLC' 17]


6. আমি বনাঞ্চল আৰু বণ্য়প্ৰাণী সংৰক্ষণ কিয় কৰিব লাগে ? অৰণ্য় ব্য়ৱস্থাপনাত মানুহৰ ভূমনিকাৰ এটা  উদাহৰণ দিয়া ? [HSLC' 17]


7. আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে ? বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা । [HSLC' 18]


8. পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত হ্ৰাসকৰণ, পুনঃচক্ৰীকৰণ আৰু পুনঃব্য়ৱহাৰৰ গুৰুত্ব কি, লিখা । পৰিবেশ হিতৈষী হবলৈ তোমাৰ কি কি অভ্য়াসৰ পৰিৱৰ্তন কৰিব পাৰে । [HSLC' 18]


9. বন আৰু বন্য়প্ৰণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ? বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেতেৰত থকা তিনিটা প্ৰধান সমস্য়াৰ বিষয়ে উল্লেখ কৰা । [HSLC' 19]


10. আমি আমাৰ সম্পদৰাজিক কিয় ব্য়ৱস্থাপনা কৰিব লাগে ? বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত তোমাৰ মতামত লিখা । [HSLC' 19]


11. পানী সঞ্চয়ন মানে কি বুজা ? পাহাৰিয়া অঞ্চল আৰু সমতল অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিৰ মাজত তুলনা কৰা । [HSLC' 19]


12. জীৱাশ্ম ইন্ধন দুটা উদাহৰণ দিয়া । এজন সাধাৰণ ব্য়ক্তি হিচাপেঃ [HSLC' 20]

(a) বন আৰু বন্য়প্ৰাণী 

(b) জলসম্পদ সমূহৰ োপৰত কেনেধৰণৰ ব্য়ৱস্থাপনা ল'বা ? 


Type by- Bikul Mandal