মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী 

অধ্য়ায়- 11


A. অতি চমু প্রশ্নাৱলীঃ মূল্যাংক : 1

1. শুদ্ধ উত্তৰ বাছি উলিওৱা ঃ (i) নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল- [HSLC ' 19] (i) 25 মিটাৰ (ii) 25 ছে. মি.

(iii) 2.5 মিটাৰ

(iv) 2.5 ছে. মি. (ii) চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছদৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় ? [HSLC '20] (i) চকুৰ মণি (ii) অক্ষিপট

(iii) চিলিয়াৰী

(iv) চকুৰ পতা

2. স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকট বিন্দু কি ? [HSLC ' 15]


3. বৰষুণৰ পাছত আমি ৰামধেনু কিয় দেখো? [HSLC ' 15]

4. চকুৰ লেন্সৰ উপযোজন ক্ষমতা বুলি ক'লে কি বুজা ? [HSLC '16]

5. চিত্ৰ অংকন কৰি দেখুওৱা যে বগা পোহৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত নোহোৱাকৈ দুটা প্রিজমৰ মাজেদি পাৰ হৈ যাব পাৰে ৷ [HSLC '16]


6. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে ক’লা দেখে কিয় ? [HSLC 17] 7. ত্ৰিভুজাকাৰ গ্লাচ প্রিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোন আঁকা। [HSLC ' 17] 8. চকুৰ উপযোজন ক্ষমতা কি ? [HSLC '19] 9. তৰাই তিৰবিৰাই কিয় ? [HSLC 20] B. চমু প্রশ্নাবলীঃ মূল্যাংক : 2/3 1. এজন মানুহে দৃষ্টিৰ বিকাৰৰ প্ৰতিকাৰ হিচাপে + 1.5 D ক্ষমতাৰ লেনছ ব্যৱহাৰ কৰিবলগীয়া হৈছে। [HSLC'15]

(i) তেওঁ দৃষ্টিৰ কি বিকাৰত ভূগিছে?

(ii) প্ৰতিকাৰী লেনছখৰ ফ’কাছ দৈৰ্ঘ্য কিমান ?

(iii) প্ৰতিকাৰী লেনছৰ প্ৰকৃতি কি ? 2. মানুহ এজনৰ চকুৰ বাবে নিকট বিন্দু 100cm. তেওঁৰ চকুৰ স্বাভাৱিক দৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব লগীয়া লেন্সৰ ক্ষমতা আৰু ধৰণ কি হ'ব ? ৰশ্মিচিত্র আঁকিবা ৷ [HSLC '16] 3. টিণ্ডেল পৰিঘটনা কি? বগাপোহৰ অতিসুক্ষ্মকণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গলে, কোন তৰংগদৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব উল্লেখ কৰা। [HSLC ' 17] 4. সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ? [HSLC '18] 5. নিকট-দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80cm দূৰত্বত এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান? দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় ? [HSLC 18] 6. দৃষ্টিৰ বিকাৰ কি কি ? এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে তেওঁৰ -5.5 ডায়প্টাৰ ক্ষমতাৰ লেনচ্‌ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন ক্ষমতা +1.5 ডায়প্টাৰ হ'লে দূৰ দৃষ্টিপ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন ফ'কাচ দৈৰ্ঘ্য কিমান ? [HSLC ' 18] 7. দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা । দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m. এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্‌ছৰ ক্ষমতা কিমান ? (ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 0.25m) [HSLC ' 19] 8. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়? কলয়ডীয় দ্ৰৱণত পোহৰৰ বিক্ষিপ্তীকৰণ পৰ্যবেক্ষণৰ সঁজুলিৰ ৰশ্মিচিত্ৰ অংকন কৰা । [HSLC ' 19]


2. বগা পোহৰৰ বিছুৰণ মানে কি বুজা? প্রিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মিচিত্ৰ অংকন কৰা। [HSLC '20]


10. প্ৰেছবায়’পিয়া নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা ৷ [HSLC 20]


Type by- Bikul Mandal