দ্বিতীয়ক বৃত্তি

ষষ্ঠ অধ্যায়

(ক) ঔদ্যোগিক পদ্ধতিৰ উৎপাদনৰ আক্ষৰিক অৰ্থ কি ?

উত্তৰঃ ঔদ্যোগিক পদ্ধতিৰ উৎপাদনৰ আক্ষৰিক অৰ্থ হল হাতেৰে বনোৱা।

(খ) যন্ত্ৰৰ প্ৰবৰ্ত্তন কি ?

উত্তৰঃ কেতবোৰ সৰঞ্জাম ব্যৱহাৰ কৰি কাম কৰাকে যন্ত্ৰৰ প্ৰবৰ্তন বোলা হয়।

(গ) ব্যৱহাৰ কৰা কেঁচামালৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগক কি কি শ্ৰেণীত বিভক্ত কৰিব পৰা যায়?

উত্তৰঃ  ব্যৱহাৰ কৰা কেঁচামালৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগক ক্ৰমে কৃষিজ, খনিজ, ৰসায়ন, জৈৱিক আদি শ্ৰেণীত বিভক্ত কৰিব পৰা যায়।

(ঘ) কপাহী বয়ন শিল্পক মুঠতে কেইটা উপভাগত বিভক্ত কৰিব পাৰি ?

উত্তৰঃ কপাহী বয়ন শিল্পক মুঠতে তিনিটা উপভাগত বিভক্ত কৰিব পাৰি।


Question type- Leena Kakati

Answered by- Leena Kakati