বিহু-চোলা

১। সোণপাহিৰ ঘৰ ক'ত আছিল?

1) শলগুৰি

2) শলমাৰিত

3) যোৰহাট

Ans:শলগুৰি 

২। চুটি গল্প এবিধ _____?

1) ভাগ

2) সুৰভি

3) বলিছলন

Ans: ভাগ

৩। মিত্ৰদেৱ মহন্ত এগৰাকী বিখ্যাত কি আছিল?

1) অভিনেতা

2) চুটিগল্প লেখক

3) সাহিত্যিক

Ans: অভিনেতা

৪। ল'ৰা-ছোৱালীবোৰে ব'হাগৰ বিহু কৰ পালেহি বুলি সোধোতে সোণপেহিৰে ল'ৰা-ছোৱালীবোৰক কি কৈছিল?

1) গুৱাহটী

2) ওচৰ

3) শলগুৰি।

Ans: ওচৰ

৫। মিত্ৰদেৱ মহন্তু জন্ম কোন চনত হৈছিল?

1) ১৮৯৪

2) ১৮৬৫

3) ১৯০৬

Ans: ১৮৯৪

৬। "চিৰ চেনেহি মোৰ ভাষাজননী" এই গীতটো কোনে লিখিছিল?

1) অতুলচন্দ্ৰ

2) মিত্ৰদেৱ মহন্ত

3) সত্যনাথ বৰা

Ans: মিত্ৰদেৱ মহন্ত

৭। মিত্ৰদেৱ মহন্ত এজন কি আছিল?

1) গীতিকাৰ

2) চুটিগল্প লেখক

3) প্ৰেক্ষাপট

Ans: গীতিকাৰ

৮। মিত্ৰদেৱ মহন্তৰ কিমান চনত মৃত্যু হ'য়?

1) ১৯৭২

2) ১৯৮৬

3) ওপৰৰ এটাও নহয়

Ans: ওপৰৰ এটাও নহয়

৯। ঊষাৰ লগে লগে মাক পুতেক কিহৰ পৰা নামিল?

1) বাছৰ পৰা

2) পাটীৰ পৰা

3) ওপৰৰ এটাও নহয়।

Ans: পাটীৰ পৰা

১০। মিত্ৰদেৱ মহন্তই কিমান চনত প্ৰচ্চন্নপাণ্ডৱ ৰচনা কৰিছিল?

1) ১৭১৬

2) ১৯৫৮

3) ১৭৬৮

Ans: ১৯৫৮

১১। মিত্ৰদেৱ মহন্তই উচ্চ শিক্ষালৈ তেওঁ প্ৰথমে কি কৰে?

1) অধ্যপনা

2) শিক্ষকতা

3) সত্ৰাধিকাৰী

Ans: শিক্ষকতা

১২। মিত্ৰদেৱ মহন্ত ক'ত জন্ম হ'য়?

1) যোৰহাট

2) গুৱাহাটী

3) নলবাৰী

Ans: যোৰহাট

১৩। মিত্ৰদেৱ মহন্তই পিছলৈ কি ৰূপে জীৱন অব্যাহত কৰে?

1) সত্ৰাধিকাৰী 

2) শিক্ষক

3) সাহিত্যিক ৰূপে

Ans: সত্ৰাধিকাৰী

১৪। মিত্ৰদেৱ মহন্তই "বৈদেহি বিয়োগ" কিমান চনত ৰচনা কৰিছিল?

1) ১৯১৭

2) ১৯২৮

3) ১৯৫০

Ans: ১৯৫০

১৫। কিমাম চনত মিত্ৰদেৱ মহন্তই সাহিত্য সভাৰ সভাপতি দায়িত্ব গ্ৰহন কৰিছিল?

1) ১৯৫০

2) ১৯৬৮

3) ১৯২৮

Ans:১৯৬৮ 

Type Susmita Kakati