গণতান্ত্ৰক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি 

1. কিমান চনত জনতা পাৰ্টিৰ চৰকাৰেৰে কেন্দ্ৰত মৰ্চা চৰকাৰৰ যাত্ৰা আৰম্ভ হৈছিল ?

ক)1999

খ)1977

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ গ)ইয়াৰ ভিতৰত এটাও নহয়

2. কিমান চনত দশকৰ পৰা ভাৰতীয় ৰাজনীতিত ভোটাৰ জনসাধাৰণ বহুধাবিভক্ত হৈ পৰে ?  

ক)1990 চনত

খ)1999 চনত

গ)1985 চনত

উত্তৰঃ ক)1990 চনত

3. কিমান চনত সপ্তম লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত জনতা পাৰ্টিত হোৱা দ্ধিতীয়টো বিভাজনৰ ফলস্বৰূপে ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হয় ?

ক)1998 চনত

খ)1960 চনত

গ)1980 চনত

উত্তৰঃ গ)1980 চনত

4. কিমান চনৰ পৰা দলটোৰ নিম্নগামী যাত্ৰা আৰম্ভ হয় ?

ক)2004 চনত

খ)2009 চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)2004 চনত

5. ভাৰতীয় জনতা পাৰ্টিৰ শক্তিশালী ৰূপত উত্থান ঘটিলেও কিমান চনৰ লোকসভাৰ নিৰ্বাচনৰ পৰা কেন্দ্ৰচ দলটোৰ প্ৰধান্য হ্ৰাস পাইছে ?

ক)2009 চনত

খ)2005 চনত

গ)2004 চনত

উত্তৰঃ গ)2004 চনত

6. কিমান চনৰ পঞ্চদশ লোকসভা নিৰ্বাচনত দলটোৰ আসনৰ সংখ্যা 116 খনলৈ হ্ৰাস পায় ? 

ক)2008 চনত

খ)2007 চনত

গ)2009 চনত

উত্তৰঃ গ)2009 চনত

7. কিমান চনৰ কংগ্ৰেছ চনকাৰক এ আই এ ডি এম কে দলে সমৰ্থন আগবঢ়াইছিল ?

ক)1999 চনত

খ)1991 চনত

গ)1995 চনত

উত্তৰঃ খ)1991 চনত

8. কিমান চনৰ চতুৰ্দশ লোকসভা নিৰ্বাচনৰ জৰিয়তে কংগ্ৰেছ দলেও মৰ্চা ৰাজনীতিত প্ৰৱেশ কৰে ?

ক)2002 চনত

খ)2005 চনত

গ)2004 চনত

উত্তৰঃ গ)2004 চনত

9. কিমান চনত ভাৰতৰ নিৰ্বাচন আয়োগে কংগ্ৰেছ (ই) দলটোক প্ৰকৃত কংগ্ৰেছ হিচাপে স্বীকৃতি প্ৰদান কৰে ?

ক)1999 চনত

খ)1996 চনত

গ)1881 চনত

উত্তৰঃ খ)1996 চনত

10. 1999 চনৰ কিমান আগষ্টত বাগপেয়ীয়ে বহুদলীয় এন ডি এ চৰকাৰৰ উমৈহতীয়া ইস্তাহাৰ প্ৰকাশ কৰে ?

ক)15 আগষ্টত

খ)16  আগষ্টত

গ)17 আগষ্টত

উত্তৰঃ খ)16  আগষ্টত

Answer Type - Boby Bora