পুৰণি অসমৰ সমাজ আৰু অৰ্থনীতি

১। পুৰণি অসমৰ সমাজ ব্য়ৱস্থা বৰ্ণশ্ৰম ধৰ্মৰ ভেটিত প্ৰটিষ্ঠিত।

1) আছিল

2) নাছিল

3) ওপৰৰ এটাও নহয়

Ans: আছিল

২।বৰ্ণাশ্ৰমে জাতি-ভেদৰ কথা ।

1) নুবুজাইছিল

2) বুজাইছিল

3) ওপৰৰ এটাও নহয়

Ans: নুবুজাইছিল

৩।সমাজৰ আটাইতকৈ সৰু গোটটো কি

1) পৰিয়াল

2) বৰ্ণাশ্ৰম

3) ওপৰৰ এটাও নহয়

Ans: পৰিয়াল

৪।অসমৰ জনজাতি সম্প্ৰদায়ৰ পৰিয়াল ব্য়ৱস্থাত কিছু পৃথক নীতি অৱলম্বন কৰা ।

1) হৈছিল

2) নৈহৈছিল

3) ওপৰৰ এটাও নহয়

Ans: হৈছিল

৫।ৰাজপৰিয়ালবোৰৰ মাজত স্বয়ম্বৰ বিবাহ পদ্ধতি প্ৰচলন।

1) আছিল

2) নাছিল

3) ওপৰৰ এটাও নহয়

Ans: আছিল

৬। ধৰ্মশাস্ত্ৰত ৮ প্ৰকাৰৰ বিবাহক স্বীকৃতি দিয়া ।

1) হৈছে

2) নাইহোৱা

3) ওপৰৰ এটাও নহয়

Ans: হৈছে

৭। অতীত অসমত নাৰীয়ে সমাজত সন্মানীয় স্থান পাবলৈ সক্ষম ।

1) হৈইছিল

2) নাইহোৱা

3) ওপৰৰ এটাও নহয়

Ans: হৈইছিল

৮। সতীত্ব আৰু পতি সেৱা সহধৰ্মিণীৰ মূল লক্ষ্য় ।

1) আছিল

2) নাছিল

3) ওপৰৰ এটাও নহয়

Ans: আছিল

৯। কৰ্ম অনুযায়ী সমাজত বৰ্ণ বা শ্ৰেণীৰ সৃষ্টি ।

1) হৈছিল

2) নাইহোৱা

3) ওপৰৰ এটাও নহয়

Ans: নাইহোৱা

১০। অতীতৰপৰাই অসমীয়া মহিলাই সোণ, ৰূপ আৰু আন ধাতুৰ অলংকাৰ পিন্ধিছিল।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১১। বৰ্ণাশ্ৰম কেইটা বৰ্ণত বিভক্ত ?

1) তিনিটা

2) চাৰিটা

3) দুটা

Ans: চাৰিটা

১২। অসমৰ প্ৰধাল খাদ্য় কি ?

1) ভাত

2) ৰুটি

3) ওপৰৰ এটাও নহয় ।

Ans: ভাত

১৩। অসমত প্ৰথনে কি খেতি প্ৰচলন হৈছিল ?

1) ধান খেতি 

2) ঝুম খেতি

3)  ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ঝুম খেতি

১৪। অসমত প্ৰচুৰ পৰিমানে কি খেতি হয় ?

1) ঝুম খেতি

2) ধান খেতি

3) এটা নহয় ।

Ans: ধান খেতি

১৫। কেইখন মান পুৰণি সাহিত্য় নাম কি ?

1) কলিকাপুৰণ

2) যোগিনীতন্ত্ৰ

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ওপৰৰ দুয়োটা শুদ্ধ ।

১৬। সকলো বৃত্তিৰ লোকে ক'ত বাস কৰে ?

1) অঞ্চলত

2) গাঁৱত

3) এটাও নহয় ।

Ans: অঞ্চলত

১৭। ধৰ্মশাস্ত্ৰত কিমান প্ৰকাৰৰ বিবাহক স্বীকৃতি দিয়া হৈছিল ?

1) ৫ প্ৰকাৰৰ

2) ৮ প্ৰকাৰৰ

3) ৭ প্ৰকাৰৰ

Ans: ৮ প্ৰকাৰৰ

১৮।মাছ ধৰাৰ প্ৰধান সঁজুলি হিচাপে কি কি ব্য়ৱহাৰ কৰিছিল ?

1) বৰশী, জাল

2) জাকৈ, পল

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ওপৰৰ দুয়োটা শুদ্ধ ।

১৯। বৰ্ণাশ্ৰম চাৰিটা বৰ্ণত বিভক্ত সেইকেইটা কি কি ?

1) ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য় আৰু শূদ্ৰ

2) কায়স্থ, কৰণ, লেখক আৰু দৈৱ

3) এটাও নহয় ।

Ans: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য় আৰু শূদ্ৰ

২০। পুৰণি অসমৰ এজন বিখ্য়াত বণিক কোন আছিল ?

1) চান্দ সদাগৰ

2) বাণভট্টৰ

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ওপৰৰ দুয়োটা শুদ্ধ ।

Type Susmita Kakati