খাদ্যঃ আমি ক'ৰ পৰা পাওঁ ? 


১। খাদ্য উপকৰণৰ উৎস কি ?

প্ৰাণী

উদ্ভিদ

মানুহ

উত্তৰঃ উদ্ভিদ


২। সৰিয়হ গছৰ বীজবোৰে আমাক কি দিয়ে ?

তেল

মাংস

খোৱাৰ উপযোগী ফুল

উত্তৰ: উদ্ভিদ


৩। মৌ-মাখিবোৰে ফুলৰ পৰা কি সংগ্ৰহ কৰে ?

তেল

মৌ জোল

মৌ ৰস

উত্তৰ :মৌ ৰস


৪। মৌ মাখিয়ে মৌ জোল কিহত জমা কৰে ?

গছত

মৌ চাকত

এটাও নহয়

উত্তৰ = মৌ চাকত


৫। যিবোৰ প্ৰাণীয়ে উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰী খায় তেনে প্ৰাণীক কি বুলি কোৱা হয় ?

সৰ্বভোজী

তৃণভোজী

মাংসভোজী

উত্তৰ = তৃণভোজী


৬। সৰিয়হ গছৰ পাতবোৰ আমি কি হিচাপে খাঁও ?

শাক

পাত

পাচলি

উত্তৰ = শাক


৭। উদ্ভিদবোৰ আমাৰ খাদ্যৰ এবিধ                   ।

উৎপাদিত বস্তু

অংশ

উৎস

উত্তৰ = উৎস


৮। যিবোৰ প্ৰাণীয়ে আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে তেনে প্ৰাণীক কি বুলি কোৱা হয় ?

সৰ্বভোজী

মাংসভোজী

তৃণভোজী

উত্তৰ = মাংসভোজী


৯। 'উপকৰণ' শব্দৰ ইংৰাজী ৰূপটো কি ?

Edible

Ingredients

Nectar

উত্তৰ = Ingredients


১০। তলৰ কোনবিধ খাদ্য মেকুৰীয়ে খায় ?

গাখীৰ

চৰাই

ওপৰৰ দুয়োটা

উত্তৰ = ওপৰৰ দুয়োটা


১১। সৰ্বভোজী প্ৰাণী কাক বোলে ?

যি প্ৰাণীয়ে উদ্ভিদজাত খাদ্য খায়

যি প্ৰাণীয়ে আন প্ৰাণীক খায়

যি প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খায়

উত্তৰ =যি প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খায়


১২। ভাটৌৱে কেৱল                   সামগ্ৰী খায়।

প্ৰাণীজাত

উদ্ভিদজাত

ওপৰৰ দুয়োটা

উত্তৰ = উদ্ভিদজাত


১৩। গাখীৰ, দৈ, গাখীৰৰ ছানা, ঘিউ আদি কি জাতৰ সামগ্ৰী ?

প্ৰাণীজাতৰ

উদ্ভিদজাতৰ

এটাও নহয়

উত্তৰ = প্ৰাণীজাতৰ


১৪।                 ৰ পৰা আমি চেনি পাওঁ।

আম গছৰ

নাৰিকলৰ

কুহিঁয়াৰ

উত্তৰ = কুহিঁয়াৰ


১৫। ভাত ৰান্ধোতে কেইটা উপকৰণৰ প্ৰয়োজন হয় ?

দুটা

সাতটা

নটা

উত্তৰ = দুটা


১৬। তলৰ ছবিখনত থকা ফলকেইটাৰ নাম কি ?

আম, কঠাল, আঙুৰ, আপেল

কল, আপেল, নাচপতি, কমলা

এটাও নহয়

উত্তৰ = এটাও নহয়


হয়

নহয়

কেতিয়াবা হয় আৰু কেতিয়াবা নহয়

উত্তৰ = নহয়


১৮। 'তৃণভোজী' শব্দৰ ইংৰাজী ৰূপটো কি ?

Harbivore

Carnivore

Omnivore

উত্তৰ = Harbivore


১৯। সিংহ আৰু বাঘ কি প্ৰাণী ?

সৰ্বভোজী

মাংসভোজী

তৃণভোজী

 উত্তৰ = মাংসভোজী



২০। তলৰ ছবিখন কিহৰ ছবি ?

মৌ চাকৰ

গছৰ ডালৰ

মৌ জোলৰ

উত্তৰ = মৌ চাকৰ