পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ


১। যিবিলাক পদাৰ্থৰ চিকমিকনি আছে সেইবোৰক কি বুলি কোৱা হয় ?

ক) অধাতু

খ) ধাতু

গ) ৰূপ

উত্তৰঃ ধাতু


২। বিভিন্ন ধৰণৰ পদাৰ্থৰ বিভিন্ন                  আছে ।

ক)ধৰ্ম

খ) জাতি

গ)এটাও নহয়

উত্তৰঃ ধৰ্ম


৩। যিবোৰ বস্তু সহজে চেপেটা কৰিবলৈ টান সেইবোৰ বস্তুক কি বুলি কোৱা হয় ?

ক) কোমল

খ)কঠিন

গ)ধাতু

উত্তৰঃ কঠিন


৪। তলৰ কোনটো কোমল পদাৰ্থৰ উদাহৰণ ?

ক) কপাহ

খ) লো

গ) খৰি

উত্তৰঃ.কপাহ


৫। যিবোৰ দ্ৰব্য পানীত সম্পূৰ্ণৰূপে অদৃশ্য হয়, সেইবোৰ বস্তুক কি বুলি কোৱা হয় ?

ক) অদ্ৰৱণীয়

খ) দ্ৰৱণীয়

গ) ওপৰৰ দুয়োটা

উত্তৰঃদ্ৰৱণীয়


৬। যিবোৰ পদাৰ্থৰ মাজেৰে চালে বস্তু দেখা পোৱা যায় সেইবোৰ পদাৰ্থক কি বুলি কোৱা হয় ?

ক) অস্বচ্ছ

খ) ঈষৎ স্বচ্ছ

গ) স্বচ্ছ

উত্তৰঃ স্বচ্ছ


৭। তলৰ ছবিখনত থকা ছোৱালীজনীয়ে কৰা কামটো শুদ্ধ হৈছেনে ?



ক) শুদ্ধ হোৱা নাই

খ) শুদ্ধ হৈছে

গ) এটাও নহয়

উত্তৰঃ শুদ্ধ হোৱা নাই


৮। কাঠবোৰ দেখাত  তকৈ বেলেগ ।

ক) লো

খ) গছ

গ) ওপৰৰ দুয়োটা

উত্তৰঃ লো


৯। যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিব পাৰি সেইবোৰ পদাৰ্থক কি বুলি কোৱা হয় ?

ক) কঠিন পদাৰ্থ

খ)কোমল পদাৰ্থ

গ) টান পদাৰ্থ

উত্তৰঃ কোমল পদাৰ্থ


১০। তলৰ কোনটো কঠিন পদাৰ্থৰ উদাহৰণ ?

ক) স্পঞ্জ

খ)কপাহ

গ) লো

উত্তৰঃ লো


১১। যিবোৰ দ্ৰব্য পানীত বহু সময় ঘুটি থাকিলেও অদৃশ্য নহয় তেনে পদাৰ্থক কি বুলি কোৱা হয় ?

ক) দ্ৰৱণীয়

খ) অদ্ৰৱণীত

গ) ওপৰৰ দুয়োটা

উত্তৰঃ  অদ্ৰৱণীত


১২। তলৰ কোনটো পদাৰ্থ পানীত পোলাই দিলে উপঙি থাকিব ?

ক)এখিলা পাত

খ)এটা শিলগুটি

গ)ওপৰৰ দুয়োটা

উত্তৰঃ এখিলা পাত


১৩। যিবোৰ পদাৰ্থৰ মাজেৰে চালে বস্তুবোৰ দেখি যদিও স্পষ্ট নহয় তেনে পদাৰ্থক কি বুলি কোৱা হয় ?

ক)স্বচ্ছ পদাৰ্থ

খ) অস্বচ্ছ পদাৰ্থ

গ) ঈষৎ স্বচ্ছ

উত্তৰঃ ঈষৎ স্বচ্ছ


১৪। তলৰ কোনটো অস্বচ্ছ পদাৰ্থৰ উদাহৰণ ?

ক) এটা কাচৰ বটল

খ) এটা বন্ধ কাঠৰ বাকচ

গ) কিছুমান প্লাষ্টিক

উত্তৰঃ এটা বন্ধ কাঠৰ বাকচ


১৫। 'খহতা' শব্দৰ ইংৰাজী ৰূপটো কি ?

ক)Rough

খ) Soluble

গ) Hard

উত্তৰঃ Rough


১৬। তলৰ কোনটো বস্তু কাঠেৰে তৈয়াৰী ?

ক) চামুচ

খ) পুতলা

গ) চকী

উত্তৰঃ চকী


১৭। চকমাটি পানীত দ্ৰৱীভূত হয়নে ?

ক) নহয়

খ) হয়

গ) ওপৰৰ দুয়োটা

উত্তৰঃ হয়


১৮। গোলাপ, খৰিকাজাই, নাওঁ, নাৰ্জী, পদুম। এইকেইটাৰ ভিতৰত অমিল কোনটো ?

ক) নাৰ্জী

খ) খৰিকাজাই

গ) নাওঁ

উত্তৰঃ নাওঁ


১৯। পানীত তেল মিহলি হয়নে ?

ক)হয়

খ )নহয়

গ) কেতিয়াবা হয়

উত্তৰঃনহয়


২০। ভিনেগাৰ পানীত  হয়।

ক) চলাচল                  

খ) দ্ৰৱীভূত

 গ) এটাও নহয়

উত্তৰঃ দ্ৰৱীভূত