সম্পদ 

Chapter 5

১) শ্ৰেষ্ঠতম জৈৱিক সম্পদ কি?

বাঘ।

মানুহ।

হৰিণ।

Answer: মানুহ।


২) উৎসৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদক কেটা ভাগত ভাগ কৰিব পাৰি?

৪ টা।

২ টা।

১৩ টা।

Answer: ২ টা।


৩) জীৱ জগতৰ পৰা আহৰণ কৰা সম্পদক কি বোলে?

জৈৱিক সম্পদ।

অজৈৱিক সম্পদ।

শ্ৰেষ্ঠ সম্পদ।

Answer: জৈৱিক সম্পদ।


৪) সম্পদৰ সংৰক্ষণ কি?

সম্পদসমূহ আহৰণ কৰা।

প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাৱেক্ষণ দিয়া।

ওপৰৰ এটাও নহয়।

Answer: প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাৱেক্ষণ দিয়া।


৫) মানুহ কোনটো সম্পদৰ অন্তৰ্গত?

জৈৱিক সম্পদ।

অজৈৱিক সম্পদ।

ওপৰৰ এটাও নহয়।

Answer: জৈৱিক সম্পদ।


৬) বুদ্ধি-বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


৭) সকলোতে পোৱা সম্পদক কি বুলি কোৱা হয়?

সৰ্বব্যাপী সম্পদ।

স্থানভিত্তিক সম্পদ।

সম্ভাৱ্যপূৰ্ণ সম্পদ।

Answer: সৰ্বব্যাপী সম্পদ।


৮) প্ৰকৃত সম্পদৰ মজুত থকা পৰিমাণ অনুমান কৰিব পৰা যায়।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


৯) ক্ষয়িষ্ণু সম্পদ কেইপ্ৰকাৰৰ?

ক্ষয়িষ্ণু সম্পদ ৯ প্ৰকাৰৰ।

ক্ষয়িষ্ণু সম্পদ ৫ প্ৰকাৰৰ।

ক্ষয়িষ্ণু সম্পদ ২ প্ৰকাৰৰ।

Answer: ক্ষয়িষ্ণু সম্পদ ২ প্ৰকাৰৰ।


১০) এবিধ মূল্যৱান প্ৰাকৃতিক সম্পদৰ নাম লিখা।

মাটি।

পানী।

 চকী।

Answer: পানী।


১১) এখন দেশৰ উন্নতি কে্নেদৰে নিৰ্ভৰ কৰে?

প্ৰাকৃতিক সম্পদৰ ওপৰত।

মানুহ আৰু মানৱসম্পদৰ ওপৰত।

মানৱসৃষ্ট সম্পদৰ ওপৰত।

Answer: মানুহ আৰু মানৱসম্পদৰ ওপৰত।


১২) বুদ্ধি-বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৩) বৰ্ধিত জনসংখ্যাৰ বাবে সীমিত প্ৰাকৃতিক সম্পদৰ নাটনিৰ সমস্যাই দেখা দিয়ে।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৪) আমাৰ সম্পদসমূহ সদ্বব্যৱহাৰ কৰি ভৱিষ্যতলৈ সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৫) মানুহে নিজে সম্পদ হোৱাৰ লগতে সম্পদ সৃষ্টি আৰু অৰিহণা যোগায়।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৬) সকলো ঠাইতে নোপোৱা সম্পদবিধৰ নাম কি?

নবীকৰণক্ষম সম্পদ।

স্থানভিত্তিক সম্পদ।

মানৱ সম্পদ।

Answer: স্থানভিত্তিক সম্পদ।


১৭) সম্পদৰ প্ৰধান ভাগ কেইটা?

১৫ টা।

৩ টা।

৭ টা।

Answer: ৩ টা।


১৮) মানুহে অহৰহ ব্যৱহাৰ কৰিও শেষ কৰিব নোৱাৰা সম্পদবিধ কি?

অ-নবীকৰণক্ষম সম্পদ।

অক্ষয় সম্পদ।

প্ৰকৃত সম্পদ।

Answer: অক্ষয় সম্পদ।


১৯) পৃথিৱীৰ মুঠ জলভাগৰ কিমান শতাংশ পানী সাধাৰণ পানী?

২৫% পানী।

৫৬% পানী।

৩% পানী।

Answer: ৩% পানী।


২০) সম্ভাৱ্যপূৰ্ণ সম্পদ অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


Type By- Lija Bora