Mention Three constitutional rights that are enshrined in the 'Right to freedom' of fundamental right. ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ 'স্বাধীনতাৰ অধিকাৰ' সন্নিবিষ্ট দুটা সাংবিধানিক অধিকাৰ উল্লেখ কৰা।)

উত্তৰঃ মৌলিক অধিকাৰক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি । ( ক ) সমতাৰ অধিকাৰ :- ( অনুচ্ছেদ ১৪-১৮ ) সমতাৰ অধিকাৰ ভাৰতবৰ্ষৰ ভৌগােলিক পৰিসীমাৰ ভিতৰত আইনৰ চকুত সমতা আৰু সমসুৰক্ষিত হােৱাকে বুজায় । ( খ ) স্বাধীনতাৰ অধিকাৰ :- ( অনুচ্ছেদ ১৯-২২ ) স্বাধীনতাৰ অধিকাৰেই হ'ল নাগৰিকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ ।