শুকুটা টিটা গছ
Shukuta Tita Goss



উত্তৰঃ
অসমৰ এবিধ ঔষধি গছ ‌। ইয়াৰ পাত শুকুৱাই থৈ পাছত কৃমি হলে একাপ পানীত ভিজাই থৈ অলপ পাছত ৰাতিপুৱা খালি পেটত খালে কৃমি মৰে।






Post Id: DABP000123