জলফাই আচাৰ বনোৱা পদ্ধতি
অতিকৈ জনপ্ৰিয় এইবিধ আচাৰ অতি সহজে বনাব পৰা যায়।
জলফাইবোৰ গৰম পানীত অলপ নিমখ দি খিজাব লাগে। তাৰ পাছত পানীৰ পৰা চালনি এখনত পানী বোৰ নিগৰাই ৰদত শুকুৱাই থব লাগে । দুদিন মান ৰদত দি বটল এটাত জলফাইবোৰ ভৰাই তাত মিঠাতেল জলফাই সমপৰিমাণৰ দিব লাগিব। তাৰ পাছত নিমখ জলকীয়া, জীৰা আৰু জালুকৰ গুৰি দিব লাগে। সামান্য গৰম তেলত তেজপাত ভাজি দিলে যঠেষ্ট সোৱাদ হয়। মাজে মাজে ৰদত দি গৰমৰ দিনত ভাতৰ লগত খালে যঠেষ্ট ভাল লাগে।



Methods of making olive pickles
This very popular pickle can be made very easily.
Olives should be fed with a little salt in hot water. The water should then be drained from the water into a sieve and dried in the sun. Fill the olives in a bottle for two days in the sun and add equal amount of sweet oil olives there. Then salt chilli, cumin seeds and pepper powder should be given. Frying bay leaf in a little hot oil tastes good. It is nice to eat with rice on a hot day with the sun from time to time.





Post Id: DABP000194