কচু
এক প্ৰকাৰৰ উদ্ভিদ ইয়াৰ বিভিন্ন প্ৰজাতি অসমত পোৱা যায়।

ইয়াৰ প্ৰকাৰৰ বোৰ---

কলা কচু
বগা কচু
ওল কচু
গাখীৰ কচু
দহি কচু
বৰ কচু
নেপালী কচু
গন্ধ কচু
নল কচু




Post Id: DABP000708