তোমাৰ ভাৱনাত
আশাই নাচে,,,,,,,
ফাগুণী পছোৱা
পলাশে হাঁহে,,,,,
পুৱাৰ দলিচা পাৰি
এধানি নিয়ৰ সানি
তোমাৰ লাহি,,,
সুকোমল পাহিত
প্ৰভাতে প্ৰভাতে
জেউতি চ'ৰে
মোৰ কৰণিত আহি

Selina begum
Moran santipur W-no 04
P/0_Moranhat
Dist sibsager
Pin 785670


Post ID : DABP002971