৭১তম গণতন্ত্ৰ দিৱসৰ  শুভেচ্ছা জ্ঞাপন কৰিলোঁ 

মোৰ দেশ 
মোৰ প্ৰাণ
মোৰ ভাৰত মহান
স্বাধীন ভাৰতৰ 
ময়ে স্বাভিমান,
লাচিতৰ দেশৰ 
ময়ে সন্তান,,,,,
আইতোক ,,,,,,
কৰিছোঁ প্ৰণাম,
জয় হিন্দ
জয় হিন্দ
**শ্বেলিনা**


post ID : DABP002973