দাৰ্জিলিঙত এভুমুকি  ✍লৱজ্যোতি দাস

দাৰ্জিলিঙত এভুমুকি
               ✍লৱজ্যোতি দাস
নিভৃত স্বপ্নৰ এটি সুৰ
 দাৰ্জিলিঙৰ সিপাৰে

তাইৰ তেৰেচিয়া হাঁহিটোতে
প্ৰকট হৈছিল
ভালপোৱাৰ এগালমান
কবিতা ।
ফাগুন যে তাইৰ বৰ প্ৰিয়
চঞ্চল
বৰদৈচিলাৰ ৰঙ বিচাৰি ফুৰে
হেঁপাহৰ অযুত ঠিকনা ।

ৰেপৱেত উঠি বিচাৰে তাই
ৰম্মকৰ সুৱদি-সুবাস
অথবা
টয়'ট্ৰেন ৰ খিৰিকীৰে
হিমালয়ান নেচাৰ।

তাই হেনো মৰ্ডান লেডী
ওঁঠত জিলিকি উঠে
ব্লেক-টি ৰ স্পন্দন

দাৰ্জিলিঙৰ সন্তেকৰ
সপোনজাক....



নাম: লৱ জ্যোতি দাস
ঠিকনা: ৰঙিয়া
P.o+p.s: ৰঙিয়া



Post Id: DABP000810