১) পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া।
২) কোৱা ।
(ক) লেখকে কোনখন ঠাইক স্বগতো অধিক জনমভূমি বুলি কৈছে।
(খ) প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন ছোৱাক সৌমাৰ পীঠ বোলা হৈছিল?
(গ) ইতিহাসৰ মতে কাৰ ৰাজত্ব কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হল?
(ঘ) আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব?
(ঙ) ইংৰাজী গৱণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল?
(চ) অসমক কেনে অসমৰ দেশ বুলি কৈছিল?
৩) উত্তৰ লিখা ।
 (ক) প্ৰাচীন কামৰুপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তত আছিল
(খ) সৌম্য ৰাজ্যত থকা আয্য সন্তানসকলক কি বোলা হৈছিল
(গ) সৌমাৰৰ সোমসকলে স্বানজাতীয় লোকসকলক কি বুলি মাতিছিল
(ঘ) চুকাফা ৰজাই কি পবত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল                                                      ৫) উত্তৰ লিখা।
(ক) অসম নামৰ উতপত্তি কেনেকৈ হল
(খ) বতমানৰ অসমীয়া জাতিটো কেনেদৰে গঠিত  হৈছে
(গ) অসমীয়া জাতিক এটা আদশ জাতিৰুপে গঢ়িবলৈ আমি কি কি কৰা উচিত
(ঘ) আসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগে
৬)বিভিন্ন কালত অসমক কি কি নামেৰে জনা গৈছিল, ক-অংশৰ লগত  খ-অংশ  মিলোৱা ।
ক অংশ                                            খ অংশ
ইংৰাজৰ শাসনকালত                        অসমৰ দেশ
বৈদিক যুগত                                       কামৰুপ
পৌৰাণিক  যুগত                                অসম
তান্ত্ৰিক  যুগত                                     প্ৰাকী দেশ
বতমান  যুগত                                     প্ৰাগজ্যোতিষ
মুছলমানৰ শাসন কালত                    ASSAM
         ৭)  তলৰ কথা কেইশাৰীৰ তাতপয বহলাই লিখোঁ আহা---



Post Id: DABP000838

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------