Poem Mood Image

স্বপ্ন তুমি

উকা ৰাতিৰ এটি মাথাে স্বপ্ন
তুমি
কেনেকৈনাে বুজাও তােমাক
হিয়াৰ প্ৰতিটো শব্দ ,
প্ৰতিটো শব্দই যেন আজি
নি : শব্দ

✍️ ৰুমীয়া বেগম
🎉 365k Views
সকলো পাঠকক আন্তৰিক ধন্যবাদ