পােৰা অংশত আহত গছৰ ছাল পিচি লগালে সেই ঘাঁ সােনকালে শুকায় আৰু লগতে পােৰাৰ লগে লগে আহত গছৰ পাত খুন্দি লগালে জলনৰ পৰা সকাহ লাভ কৰা যায়। আঁহত (ইংৰাজী: Sacred Fig, বৈজ্ঞানিক নামঃ Ficus religiosa) হৈছে মোৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ ডিমৰু জাতীয় গছ। এই গছজোপাৰক অন্য বহুতো নাম যেনে বোধি (bodhi tree) পিপল (pippala, peepul, peepal) বা অশ্বত্থ (ashwattha) আদিৰে জনা যায়। আঁহত গছক ইংৰাজীত Injured tree বুলি কোৱা হয়।





Post Id: DABP001219