Class - 9
Lesson 1.1
Open and Download PDF File



2. 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলিওৱা।

উত্তৰঃ 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্য়া হ'ল- 


উত্তৰঃ

4. তলৰ উক্তিসমূহ সঁচানে মিছা লিখা। উত্তৰসমূহ সমৰ্থনত যুক্তি উল্লেখ কৰিবা।

(i) প্ৰতিটো স্বাভাৱিক সংখ্য়াই এটা পূৰ্ণ সংখ্য়া।

উত্তৰঃ  সঁচা। কাৰণ স্বাভাৱিক সংখ্যাত থকা প্ৰতিটো সংখ্যাই এটা পূৰ্ণ সংখ্যা কিন্তু পূৰ্ণ সংখ্যাত থকা প্ৰতিটো সংখ্য়াই স্বাভিৱিক সংখ্যা নহয়। কিয়নো স্বাভাৱিক সংখ্যাবোৰ আৰম্ভ হয় 1ৰ পৰা আৰু পূৰ্ণ সংখ্যাবোৰ আৰম্ভ হয় 0ৰ পৰা।

(ii) প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্য়া।

উত্তৰঃ মিছা। কাৰণ পূৰ্ণ সংখ্যাবোৰ যিহেতু 0ৰ পৰা আৰম্ভ হয়। গতিকে সেইবোৰ সংখ্যা ধনাত্মক সংখ্যা। কিন্তু অখণ্ড সংখ্যাত ধনাত্মক আৰু ঋনাত্মক গোটেইবোৰ সংখ্যা থাকে।

(iii) প্ৰতিটো পৰিমেয় সংখ্য়াই এটা পূৰ্ণ সংখ্য়া।

উত্তৰঃ মিছা। কাৰণ পূৰ্ণ সংখ্যাত ঋনাত্মক , ভগ্নাংশ আদি সংখ্যাবোৰ নাথাকে। কিন্তু পৰিমেয় সংখ্যাত এই গোটেইবোৰ সংখ্যা থাকে।




Post Id: DABP001179