Lesson - 2
HOLI

Holi is a festival of spring. It is also the festival of colours. It brings joy to us. Mother prepares sweets for us during Holi. We exchange abir with our friends and relatives. It is an expression of love. We give abir to our elders also. It is a mark of respect for them. We should avoid harmful colours. We should use good quality of abir.

হোলি বসন্তৰ এটা উৎসৱ। এটো ৰঙৰ উৎসৱ। ই আমাৰ বাৱে আনন্দ আনে। হোলি সময়ত মাতৃসকলে আমাৰ কাৰণে মিঠাই সাজু কৰে। আমি আমাৰ বন্ধু আৰু আত্মীয়যনৰ লগত আবিৰ সলনি কৰো। ই ভাল পোৱাৰ প্রকাশ দিয়ে। আমি আমাৰ জ্যেষ্ঠ লোক সকলক আবিৰ লগাওঁ। এইটো তেওঁলোকৰ বাবে সন্মানিয় চিহ্ন। আমি ক্ষতিকৰ ৰংবোৰক ত্যাগ কৰিব লাগে। আমি ভাল যোগ্যতা আবিৰ ব্যৱহাৰ কৰিব লাগে।

Lord Shri Krishna played Holi in Brindaban. He played with Radha and other companions. We observe Holi on the full moon day of spring. People should play Holi with devotion and love. It makes us happy.

প্রভু শ্রী কৃষ্ণয়ে বৃন্দাবনত হোলি খেলিছিল। তেওঁ ৰাধা আৰু অন্যান্য সংগী লগত খেলিছিল। আমি হোলি বসন্তৰ পূর্ণচন্দ্র দিনা লক্ষ্য কৰিব পাৰো। মানুহে ভক্তিৰে আৰু মৰমেৰে হোলি খেলিব লাগে। সেই আমাক আনন্দ আনে।

*Abir- one kind of coloured powder used in Holi, usually called ‘Faku’ in Assamese.

• আবিৰ- এটা বিধৰ ৰঙীন  চূর্ণ হয় যিটো হোলিত ব্যৱহাৰ কৰা হয়, অসমীয়া মতে ‘ফাকো’ বুলি কয়।


 Exercise 

1. Explain the significance of the following :
তলত দিয়া গুৰুত্বপূর্ণ কথাবোৰ বুজাই লিখা:

(A) We exchange coloured powder during Holi.
       Holi is a wonderful festival.
       Holi makes us happy.
       You should observe Holi with devotion.
       Festivals bring joy to us.
       Festivals are good for the society.
       We should respect our elders.
হোলিত আমি ৰঙীন চূর্ণবোৰ সলনি কৰো।
হোলি এটা বিস্ময়কৰ উৎসৱ।
হোলিয়ে আমাক আনন্দিত কৰে।
আমি হোলি ভক্তিৰে লক্ষ্য কৰিব লাগে।
উৎসৱে আমাৰ বাৱে আনন্দ আনে।
উৎসৱ সমাজৰ বাবে ভাল।
আমি জ্যেষ্ঠলোক সকলক সন্মান দিব লাগে।


Answer: (A) Holi is an expression of love.
Holi is the festival of colours. It brings joy to us.
People should play Holi with devotion and love.
Mother prepares sweets for us during Holi.
We give abir to our elders also as it shows love and devotion.
Putting abir to elders is a mark of respect for them.
হোলিয়ে ভাল পোৱাৰ প্রকাশ দিয়ে।
হোলি ৰঙৰ উৎসৱ। ই আমাৰ বাৱে আনন্দ আনে।
মানুহে ভক্তিৰে আৰু মৰমেৰে হোলি খেলিব লাগে।
হোলি সময়ত মাতৃসকলে আমাৰ কাৰণে মিঠাই সাজু কৰে।
আমি মৰম আৰু ভক্তি দেখাব বাবে জ্যষ্ঠ লোক সকলক আবিৰ লগাওঁ।
জ্যেষ্ঠ লোক সকলক আবিৰ লগাওঁ কাৰণ এইটো তেওঁলোকৰ বাবে সন্মানিয় চিহ্ন।
 

Learn the meaning of the following:
তলত দিয়া শব্দবোৰৰ অর্থ লিখা:
1. (B) Observe (লক্ষ্য) 
Love (মৰম)
Respect (সন্মান)
Use (ব্যৱহাৰ)
Devote (ভক্তি)
Give (দিয়া)
Make (সাজু)
Avoid (ত্যাগ)
Friend (বন্ধু)
Elders (জ্যেষ্ঠ)
Companion (সংগী)
Relative (আত্মীয় লোক)
Society (সমাজ)
Sweet (মিঠা)
Quality (গুণ)
Harmful (ক্ষতিকৰ)

(C) Full moon day (পূর্ণচন্দ্ৰৰ দিন)
Full moon night(পূর্ণিমা)
During Holi (হোলি সময়)
During Puja (পূজা সময়)
Exchange abir (আবিৰ সলনি কৰা)
Exchange books. (কিতাপ সলনি কৰা)


2. Fill up the blanks:
বাক্য সম্পূর্ণ কৰা: 
(A) A festival is _good for the society. (good/bad)
উৎসৱ সমাজৰ কাৰণে ভাল। (ভাল/বেয়া)
(B) We should avoid harmful colours (use/avoid) 
আমি ক্ষতিকৰ ৰংবোৰ ত্যাগ কৰিব লাগে (ব্যৱহাৰ/ত্যাগ)
(C) We give coloured powder to our elders during Holi as a mark of respect. (love/respect)
আমি হোলি সময়ত জ্যেষ্ঠলোক সকলক ৰঙীন চূর্ণবোৰ লগাওঁ কাৰণ এইটো তেওঁলোকৰ বাবে সন্মানিয় চিহ্ন। (মৰম/সন্মান)


3. Make sentences with the following sets of words:
তলত দিয়া যুক্ত শব্দবোৰেদি বাক্য নির্মান কৰা:
a) (play,we, Holi) (খেল, আমি, হোলি)

Ans: We play holi by putting colours to our friends and relatives.
বন্ধুক আৰু আত্মীয় লোকসকলক ৰং লগাই আমি হোলি খেলু।

b) (colours, give, we)(ৰং, দিয়া, আমি)

Ans: We give colour powders to our elder.
জ্যষ্ঠ লোক সকলক আমি ৰঙীন চূর্ণ দিওঁ।

c) (mother, sweets, prepares) (মাক, মিঠা, সাজু)

Ans: During holi, mother prepares sweets for us.
হোলি সময়ত মায়ে আমাৰ কাৰণে মিঠাই সাজু কৰে।

d) (we, sweets, eat) (আমি, মিঠা, খাওঁ)

Ans: We eat sweets prepared by our mother. 
আমি আমাৰ মায়ে বনোৱা মিঠাই খাওঁ।

e) (observe, Holi, we) (লক্ষ্য, হোলি, আমি)

Ans:We observe Holi on the full moon day of spring.
আমি হোলি বসন্তৰ পূর্ণচন্দ্র দিনা লক্ষ্য কৰিব পাৰো।


4. 
a) Who played Holi in Brindaban?
কোনে বৃন্দাবনত হোলি খেলিছিল?
Ans: Lord Shri Krishna played Holi in Brindaban.
প্রভু শ্রী কৃষ্ণয়ে বৃন্দাবনত হোলি খেলিছিল।

b) On which day is Holi observed?
কোন দিনা হোলি লক্ষ্য কৰিব পাৰি?
Ans: Holi is observed on the full moon day of Spring.
 হোলি বসন্তৰ পূর্ণচন্দ্র দিনা লক্ষ্য কৰিব পাৰি।

c) Why should we avoid some coloured substances while playing Holi?
আমি হোলি খেলা সময়ত কিয় ৰঙীন পদার্থ ত্যাগ কৰিব লাগে?
Ans:  We should avoid some coloured substances while playing Holi because it can harm our health.
আমি হোলি খেলা সময়ত ৰঙীন পদার্থ ত্যাগ কৰিব লাগে কাৰণ এইবোৰে আমাৰ স্বাস্থ্য ক্ষতি কৰিব পাৰে।

d) With whom did Lord Shri Krishna play Holi?
কাৰ লগত প্রভু শ্রী কৃষ্ণই হোলি খেলিছিল?
Ans: Lord Shri Krishna played Holi with Radha and other companions.
প্রভু শ্রী কৃষ্ণয়ে ৰাধা আৰু অন্যান্য সংগী লগত হোলি খেলিছিল।




Dipshikha Das




Post Id: DABP001280