অসমীয়া পৰম্পৰাগত খাদ্য
১) খাৰ
- কলাখাৰ কেনেকৈ প্ৰস্তুত কৰা হয়
- খাৰৰ আঞ্জা
- মাটিমাহৰ খাৰ (প্ৰদ্ধতি ১)
- মাটিমাহৰ খাৰ (প্ৰদ্ধতি ২)
- দোৰোণ শাকৰ খাৰ
- লাই শাকৰ খাৰ
- পচলাৰ খাৰ
- অমিতাৰ খাৰ
- কোমোৰা বা জাতিলাওৰ খাৰ
- শেৱালী ফুলৰ খাৰ
- ৰঙালাউ গছৰ আগ আৰু খাৰ
- বাঁহ গাজৰ খাৰ
২) মাছৰ তৰকাৰী
- মাছৰ খাৰ: মোৱা-খৰিচা, পাতত দিয়া মাছ
- মাছ টেঙা দি: ঔ টেঙাৰে মিছামাছ
- মাছৰ মুৰিঘণ্টা: বন্ধাকবিৰে মাছৰ মুৰিঘণ্ট
- মাছৰ আঞ্জা: নৰসিংহৰ পাতেৰে সৰু মাছ, খুটৰা শাক, বাঁহগাজ-ঢেঁকীয়া, মোৱা মাছৰ চৰ্চৰি, কাৱৈ মাছ, মাছৰ জ্বলা, আদাৰে সৰু মাছ
৩) মাংসৰ তৰকাৰী
- হাহঁৰ, পাৰ, পাঠা, মুৰ্গী, গাহৰী, কাচ মাংস
- পদিনা/নরসিংহ/লাই শাকেৰে কুকুৰাৰ মাংস
- মাংসৰ শুকান ভাজি, কলডিলেৰে পাৰ মাংস
- মিথি শাক/লাই শাকেৰে গাহৰি মাংস
৪) টেঙাৰ আঞ্জা
- কলা/কচু ঠোৰা টেঙা
- মাটিমাহৰ টেঙা
- দাইলৰ বৰ টেঙা
- থেকেৰা, তেতেলি দিয়া আঞ্জা
৫) তিতাৰ আঞ্জা
- ভেকুৰী, শেৱালি ফুল, শুকুতি
৬) ভাজি
- ভেকুৰী, নিমপাত, শেৱালি পাতা
- তিতা কেৰেলা, মাছৰ পেতু/কণী
৭) চাটনি
- পদিনা, মচুৰদা, চাম কচু, সৰিয়হ, নাৰিকল, বাঁহ গাজ
- শুকান মাছ, তিল, বাদাম, মগুৰ দাইল, ধনিয়া পাতা
৮) আচাৰ
- আম, নেমু, আদা, নহৰু, আমলখি, জলফাই
- কৰদৈ, ভূট জলকিয়া, বাঁহ গাজ, গুড়েৰে জলফাই
৯) বিহু খাদ্য
- তিল, নাৰিকল, চুজি, মিঠৈ, মুৰি লাৰু
- তিল, নাৰিকল, চেনি, ঘিলা, চুঙা, তেল, পানী, জেং, সুতুলী পিঠা