😋 বিশেষণৰ পৰা বিশেষ্য় 😊

 ( অপূৰ্ব কাকতি  , মৰিগাওঁ, অসম  )


 বিশেষণ          বিশেষ্য 

১)     অতিশয় -    আতিশয্য

২)     অধিক -  আধিক্য

৩)    আকৰিক   - আকৰ

৪)     অলস - আলস্য

৫)      আসক্ত  - আসক্তি

৬)    অধম  -অধমতা

৭)    এক  -একতা

৮)    উদাৰ   - উদাৰতা

৯)    উচিত      - ঔচিত্য

১০)  উজ্জ্বল    -  উজ্জ্বলতা

১১)   উত্তপ্ত     -     উত্তাপ

১২)  উংকৃষ্ট       - উংকৰ্ষ

১৩)  কপত       -  কপটতা

১৪)  কুশল       - কৌশল

১৫)  কিশোৰ   -  কৈশোৰ

১৬)  কৃতী       -  কৃতিত্ব

১৭)  কঠিন    - কঠিনতা

১৮)  গম্ভীৰ    - গাম্ভীৰ্য

১৯)   গুৰু     - গুৰুত্ব

২০)   তৰুণ   -তাৰুণ্য

২১)    তৰল  - তৰলতা

২২)  তপত   -তাপ

২৩)  টেঙৰ  -টেঙৰালি

২৪)  পৰাক্ৰমী -পৰাক্ৰম

২৫)  প্ৰবীণ  -  প্ৰবীণতা

২৭)   প্ৰচুৰ  -  প্ৰাচুৰ্য

২৮)  প্ৰৱল   - প্ৰাৱল্য

২৯)   পীত  - পীতক

৩০)  প্ৰিয়   -  প্ৰেম

৩১) ভ্ৰম     - ভ্ৰাম্য

৩২)  ভাল   -ভালৰি

৩৩)  মধুৰ  - মধুৰতা

৩৪)   মন্দ  -  মন্দতা

৩৫) মহট - মহিমা 

৩৬) মূৰ্খ - মূৰ্খতা

৩৭ ) মহাত্মা - মহিমা

৩৮) মত্ত -মদ

৩৯) মূঢ় -মোহ 

৪০)  শূৰ  - শূৰত্ব

৪১)  শান্ত -শান্তি

৪২ ) শ্যামল -শ্যামলতা

৪৩) শীত  - শৈত্য়

৪৪)  শঠ -শঠতা

৪৫) চালাক -  চালাকি

৪৬)  চতুৰ -   চতুৰালি

৪৭)  চঞ্চল - চঞ্চলতা

৪৮)  ডাঙৰ -  ডাঙৰি 

৪৯) সাৰ্থক -সাৰ্থকতা

৫০)  সম -  সাম্য

৫১) সৰল  -সৰলতা

 ৫২) সফল - সফলতা

 ৫৩) সুন্দৰ - সৌন্দৰ্য

৫৪) সুৰভি -  সৌৰভ

৫৫) স্বতন্ত্ৰ -স্বাতন্ত্ৰ্য

৫৬) সমৰ্থ  -   সামৰ্থ

৫৭) সদৃশ -সাদৃশ্য

৫৮) সুগন্ধ -    সৌগন্ধ

৫৯) স্বাধীন -স্বাধীনতা

৬০) সাময়িক - সময়

৬১)  সত -  সততা

৬২) সোৰোপা -  সোৰোপালি

৬৩) দীপ্ত - দীপ্তি

৬৪) দুষ্ট -দুষ্টালি

৬৫) দীৰ্ঘ -দীৰ্ঘতা

৬৪) দীন -  দীনতা

৬৫) দৰিদ্ৰ - দৰিদ্ৰতা

৬৬) দুৰ্ব্বল -  দুৰ্বলতা

৬৭) বৈধ -  বিধি 

৬৮) বিচিত্ৰ -   বিচিত্ৰতা

৬৯) বীৰ - বীৰ্য

৭০)  বিষম -   বৈষম্য

৭১) হিংস্ৰ -  হিংস্ৰতা

৭২) হ্ৰস্ব -  হ্ৰাস্ব

         




Post Id: DABP001337