নামঃ ভুঁই আমলখি / বন আমলখি /  মাটি আমলখি 

ইংৰাজী নামঃ Ground ambelic 

বৈজ্ঞানিক নামঃ Phyllanthus niruri

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতি ঃ

বৰ্ণনাঃ আমলখি গছৰ উচ্চতা মুঠেই এক বা ডেৰ ফুট হয়, তথাপি ই হৈছে এবিধ উত্তম বনৌষধি । ইয়াৰ দ্বাৰা কাহ, ডায়েৰিয়া, কোষ্ঠকাঠিন্য আদি ৰোগৰ আয়ুৰ্ৱেদিক চিকিৎসা কৰা হয় ।




Post ID: DABP001526