নামঃ লেহেতি/ ইন্দ্ৰনীল

ইংৰাজী নামঃ

বৈজ্ঞানিক নামঃ Hydrolea zeylanica / Gompherena celosioides

ঔষধি গুণঃ 

খোৱাৰ পদ্ধতিঃ 

বৰ্ণনাঃ লেহেতিৰ পাত নিমজ, দীঘলীয়া আৰু মূৰ অংশ জোঙা। ই দীঘলে প্ৰায় ০.৭৫-৭.৫ ছেমি আৰু বহলে প্ৰায় ০.৫-১.৫ ছেমি। মূল গা-গছ আৰু শাখাসমূহৰ মূৰত থকা পুষ্পবৃন্তসমূহৰ আকৃতি গোমধানৰ দৰে আৰু ই প্ৰায় ৭.৫ ছেমি পৰ্যন্ত দীঘল হয়। বৃন্ত অংশত থোপাথোপিকৈ ফুলা ফুলৰ ৰঙ বগা বা ইষৎ সেউজীয়া।

 


Post ID: DABP001568