1 Million Subscriber Dimpu's Vlogs


অসমৰ জনপ্ৰিয় ইউটোৱাৰ ডিমপু বৰুৱাই অৱশেষত লাভ কৰিলে গল্ডেণ প্লে বটন। ইউটোৱত অসমীয়া ভাষাত ভিডিয় বনাই ১ মিলিয়ন Subscriber সংগ্ৰহ কৰি লাভ কৰিলে এই বটনটো আৰু কঢ়িয়াই আনিলে অসমলৈ গৌৰৱ। 


Channel

Dimpu's Vlogs

Dimpu Baruah


Subscriber: 1M (10 Lakh)

Start YouTube Channel : 2 Years Ago (14 April 2018)

Silver Play Button: 1 Year Ago (6 Mar 2019) 

Golden Play Button:  Today (08 Oct 2020)