বিশ্বৰ বিষ্ময় কুইজ 

১) পৃথিৱীৰ দ মহাসাগৰখনৰ নাম কি ? 

আটলাণ্টিক মহাসাগৰ । 

২) প্ৰশান্ত মহাসাগৰৰ গভীৰতম স্থানৰ নাম কি আৰু ইয়াৰ গভীৰতা কিমান ?

মেৰিয়েঞ্চ ট্ৰেঞ্চ, ১১,০৩৩ মিটাৰ গভীৰতা । 

৩) পৃথিৱীৰ ভিতৰত কম বৰষুণ হোৱা ঠাইখনৰ নাম কি ? 

ওৱাদিহালফা । 

৬) পৃথিৱীৰ ভিতৰত দীঘল নদী কি ? 

নীল নদী । 

৭) পৃথিৱীৰ সবোৰ্চ্চ জলপ্ৰপাতটোৰ নাম কি ? 

যোগ জলপ্ৰপাত । 

৮) পৃথিৱীৰ ভিতৰত দীঘল বান্ধটোৰ নাম কি ? 

হীৰাকুণ্ড । 

৯) পৃথিৱীৰ সবাতোকৈ ডাঙৰ উপসাগৰখনৰ নাম কি ? 

⇒  মেকিকো উপসাগৰ । 

১০) ৱেষ্ট ইণ্ডিজৰ বৃহত্তম দ্বীপটোৰ নাম কি ?

 জামাইকা ।

১১) পানামাৰ ৰাজধানীৰ নাম কি ? 

 পানামা চিটি । 

১২) হেলছিঙ্কি কোন দেশৰ ৰাজধানী ? 

 ফিনলেণ্ড । 

১৩) চিলিৰ চৰকাৰী ভাষা কি ? 

 স্পেনিচ । 

১৪) ইংলিছ চেনেলৰ দৈৰ্ঘ কিমান ? 

 ৫৬৪ কি.মিটাৰ । 

১৫) পৃথিৱীৰ বৃহত্তম পৰিস্কাৰ পানী থকা হ্ৰদটোৰ নাম কি ? 

 বৈকাল হ্ৰদ । 

১৬) এছিয়া মাইনৰ আৰু দক্ষিন এছিয়াৰ মাজত থকা সাগৰখনৰ নাম কি ? 

  কৃষ্ণ সাগৰ । 

১৭) কোস্পিয়ান হ্ৰদ কোন দেশত অৱস্থিত ? 

 ছোভিয়েট দেশত ।

১৮) বিখ্যাত অভিনেতা ৰিচাৰ্ড বাৰটনৰ আচল নাম কি ? 

 ৰিচাৰ্ড জাৰ্কনছ ।  

১৯) আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰ ক'ত মিলিত হৈছে ? 

⇒ কেপহৰ্ণত । 

২০)পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন ?

⇒ উত্তৰ মহাসাগৰ । 

২১) পৃথিৱীৰ সবাতোকৈ চেঁচা ঠাইখনৰ নাম কি ? 

⇒ ভাৰখয়ানক্স । 

২২) নৰ'ৱে আৰু ছুইডেন কোনখন উপদ্বীপত অৱস্থিত ?

⇒ স্কেণ্ডিভিয়ান ।

২৩) পৃথিৱীৰ ক্ষুদ্ৰতম ৰাষ্ট কোনখন ? 

⇒ ভেটিকান চিটি । 

২৪) কোনখন ৰাষ্টত পৃথিৱীৰ বৃহত্তম কিমান ঘাটি আছে ? 

⇒ ইংলেণ্ডত । 

২৫) আমেৰিকা যুক্তৰাষ্টৰ স্বাধীনতা কেতিয়া পালন কৰা হয় ? 

⇒ চাৰি জুলাই । 

২৬)