কঠিন শব্দৰ অৰ্থ ঃ

তামী ঘৰা - তম্বু। 

'যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ' - কবিয়ে জীৱনত লাভ কৰা দুখ যন্ত্ৰণাৰ পৰাই                                             শিক্ষা লাভ কৰিছে জীৱন যুদ্ধ চলাবলৈ।

আৰ্হি প্ৰশ্ন ঃ 

(ক) অতি চমু প্ৰশ্ন ঃ ( প্ৰতিটো প্ৰশ্নৰ  মূল্যংক ১ )

১। ' উভতি নহাৰ কবিতা' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ

২। কোনখন পুথি বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?

উত্তৰঃ

৩। ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখা।

উত্তৰঃ

৪। 'উভতি নহাৰ কবিতা' কোন শ্ৰেণীৰ কবিতা ?

উত্তৰঃ

৫। 'তামীঘৰা' শব্দটিৰ অৰ্থ লিখা।

উত্তৰঃ

(খ) চমু প্ৰশ্ন ঃ ( প্ৰতিটো প্ৰশ্নৰ মূল্যংক- ২ অথবা ৩ )

১। নৱকান্ত বৰুৱা তিনিখন কবিতা পুথি নাম লিখা।

উত্তৰঃ

২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। 

উত্তৰঃ

৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়া উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্হৰ নাম লিখা।

উত্তৰঃ

৪। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ?

উত্তৰঃ

৫। কবিৰ মতে পৃথিৱীলৈ  'নতুন মানুহ' আহিলে কি পৰিৱৰ্তন হ'ব।

উত্তৰঃ

(গ) দীঘল প্ৰশ্নঃ ( প্ৰতিটো প্ৰশ্নৰ মূল্যংক - ৪ অথবা ৫ )

১। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।

উত্তৰঃ

২। ''উভতি নহাৰ কবিতা'টিৰ মূলভাব লিখা।

উত্তৰঃ

৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিবৱ বুলি কিয় ভাবিছে, বুজাই লিখা।

উত্তৰঃ

৪। 'উভতি নহাৰ কবি'তাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱাৰ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ।

উত্তৰঃ

৫। প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা ।

(ক) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ 

       সেই মন্ত্ৰকে গালোঁ           

       জীয়াই থকাৰ ধেমালিটো মই

       এবাৰেই খেলি গ'লোঁ।

উত্তৰঃ

(খ) কোনোবাৰ আহিব মোৰ দৰে কোনো দিনা ? 

       মোৰ সুৰতে বাজিব নতুন বিণা ?

        ওহোঁ সেয়া হ'ব নতুন মানুহ 

        সেই দিনো হ'ব নতুন দিন

        মোৰ তাত একো নাথাকে চিন ।


উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)