বাক্যৰচনা 

১) বি , পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাসক একোটা বাক্য ৰচনা কৰা ।
উঃ মুখ - বিমুখ = কেতিয়াওঁ কাকো বিমুখ কৰিব নেপাই ।
      দূৰ - বিদুৰ =সূৰ্যৰ পৰা পৃথিবীলৈ বিদূৰ ।
     কিৰণ - বিকিৰণ  =সূৰ্য উদয় হোৱাৰ লগে লগে পৃথিৱীৰ প্ৰথম পুৱাটোৰ বিকিৰণ হয় ।
     আনন্দ - বিনন্দ = লৰাবোৰে আনন্দ - বিন্দৰে খেলী আছে ।
২) বাক্য ৰচনা কৰা ।
উঃ দলং - দলংখনত লৰা- ছোৱালীবোৰে আনন্দৰে  খেলী আছে ।
  ৰং - কেচুৱাঁটোৱে ৰং মনে খেলী আছে ।
  কলং - কলং নদীৰ ওপৰত এখন দলং আছে ।
  শিং - মহৰ শিং বেঁকা । 
 অসম -অসম আমাৰ জন্ম ভূমি  । 
 জনমভূমি - আমি আমাৰ জনমভূমিক শ্ৰদ্ধা কৰিব লাগে ।
  জনাজাত - জুনবিলমেলা গোতেই পৃথিৱীতে জনাজাত ।
  অনুসন্ধান - অসমৰ পুৰনা কীৰ্তিকলাপসমূহ অনুসন্ধান কৰি আছে ।
  সংগ্ৰহ - ৰহিমে পুৰণি কিতাপ সংগ্ৰহ কৰি ভাল পায় ।
 সংসাৰ - বিদ্য থাকিলে সংসাৰ খন চলাৱলৈ সুবিধা  ।
ক্ষুদ্ৰ -অনুজীৱ বোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ।
আনুষ্ঠানিক - আমাৰ গাওঁত এখন আনুষ্ঠানিক সভা পাতিছিল 
  গতিপথ - গ্ৰহ - নক্ষত্ৰবোৰে নিজৰ নিজৰ গতিপথেৰে গতি কৰি থাকে ।
  প্ৰচেষ্টা - বৈজ্ঞানিকবোৰে মহাকাশলৈ যাবলৈ প্ৰচেষ্টা চলাই আছে ।
  যন্ত্ৰনা - মানুহজনে বেমাৰত বহুত যন্ত্ৰনা ভুগিছে ।
  কৰ্তব্য - বুঢ়াবয়সত মাক - দেউতাকক যত্নলোৱা লৰা - ছোৱালীৰ পৰম কৰ্তব্য । 
   প্ৰশংসা - ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় ।

Apurba Kakati