মূল্যবোধ-শিক্ষা


কঠিন শব্দৰ অৰ্থ ঃ

মোক্ষ      -    মুক্তি, নিৰ্বাণ, সংসাৰ-বন্ধনৰ পৰা মোচন।

সত্যম শিৱম সুন্দৰম  -  নন্দনতাত্ত্বিক সুখ বা আনন্দজনক।

কুক্কু   -   কুকুৰ।

শৃগাল  -  শিয়াল।

গৰ্দভ - গাধ।


আহি প্রশ্নঃ 

 ( ক ) অতি চমু প্রশ্ন : ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ১ )

 ১ । ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল ? 

উত্তৰঃ

২ । প্রথম অৱস্থাত ‘ মূল্য ’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ? 

উত্তৰঃ

৩ ।নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ ( moral ) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে ?

উত্তৰঃ

৪। মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ কি ? 

উত্তৰঃ

৫।ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবােধ চিনাক্ত কৰিছে ? 

উত্তৰঃ

( খ ) চমু প্রশ্ন  ঃ ( প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩ ) 

১ । আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবােধ কেইটা আৰু কি কি ? 

উত্তৰঃ

২। ভাৰতীয় দর্শনে মূল্যবােধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি  কি ?

উত্তৰঃ

৩। প্রকৃততে মূল্যবােধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ? 

উত্তৰঃ

৪।সহজ অর্থত মূল্যবােধ মানে কি ? 

উত্তৰঃ

৫। মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি ?.

উত্তৰঃ

 ( গ ) দীঘল প্রশ্ন  ঃ ( প্রতিটো প্রশ্নৰ মূল্যাংক - ৪ অথবা ৫ )

১ । আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবােধ মানে কি ? বুজাই লিখা । 

উত্তৰঃ

২। নন্দন তাত্ত্বিক মূল্যবােধে কি কি বিষয় সামৰি লয় চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

৩। চিৰন্তন মূল্যবােধ সম্পর্কে চমুকৈ বুজাই লিখা ।

উত্তৰঃ

৪। নৈতিক মূল্যবােধৰ ধাৰণাই কি কি কথা সামৰি লয় আলােচনা কৰা।

উত্তৰঃ

 ৫। মূল্যবােধ সম্পর্কে তােমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা । 

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)