মূল্যবোধ-শিক্ষা
কঠিন শব্দৰ অৰ্থ ঃ
মোক্ষ - মুক্তি, নিৰ্বাণ, সংসাৰ-বন্ধনৰ পৰা মোচন।
সত্যম শিৱম সুন্দৰম - নন্দনতাত্ত্বিক সুখ বা আনন্দজনক।
কুক্কু - কুকুৰ।
শৃগাল - শিয়াল।
গৰ্দভ - গাধ।
আহি প্রশ্নঃ
( ক ) অতি চমু প্রশ্ন : ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ১ )
১ । ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল ?
উত্তৰঃ
২ । প্রথম অৱস্থাত ‘ মূল্য ’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰঃ
৩ ।নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ ( moral ) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে ?
উত্তৰঃ
৪। মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ কি ?
উত্তৰঃ
৫।ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবােধ চিনাক্ত কৰিছে ?
উত্তৰঃ
( খ ) চমু প্রশ্ন ঃ ( প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩ )
১ । আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবােধ কেইটা আৰু কি কি ?
উত্তৰঃ
২। ভাৰতীয় দর্শনে মূল্যবােধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি ?
উত্তৰঃ
৩। প্রকৃততে মূল্যবােধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ?
উত্তৰঃ
৪।সহজ অর্থত মূল্যবােধ মানে কি ?
উত্তৰঃ
৫। মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি ?.
উত্তৰঃ
( গ ) দীঘল প্রশ্ন ঃ ( প্রতিটো প্রশ্নৰ মূল্যাংক - ৪ অথবা ৫ )
১ । আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবােধ মানে কি ? বুজাই লিখা ।
উত্তৰঃ
২। নন্দন তাত্ত্বিক মূল্যবােধে কি কি বিষয় সামৰি লয় চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
৩। চিৰন্তন মূল্যবােধ সম্পর্কে চমুকৈ বুজাই লিখা ।
উত্তৰঃ
৪। নৈতিক মূল্যবােধৰ ধাৰণাই কি কি কথা সামৰি লয় আলােচনা কৰা।
উত্তৰঃ
৫। মূল্যবােধ সম্পর্কে তােমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা ।
উত্তৰঃ
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)