তৃতীয়ক আৰু চতুৰ্থক বৃত্তি

 A. Very Short Type Questions.

১)খুচুৰা ব্যৱসায় সেৱা কি?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

২)বাণিজ্য কোন বৰ্গৰ কাৰ্যকলাপৰ অন্তৰ্ভুক্ত ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

৩) তৃতীয়ক কাৰ্যকলাপৰ দুটা উদাহৰণ দিয়ে।

(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল)

৪) চিকিৎসা পৰ্যটন বুলিলে কি বুজা ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

৫)অনানুষ্ঠানিক সেৱা খণ্ডৰ বিষয়ে এটা টোকা লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল?


B. Short Type Questions .

১) খুচুৰা ব্যৱসায় মানে কি?

২) বিভিন্ন ধৰণৰ বাণিজ্যিক কেন্দ্ৰবোৰ কি কি?

৩)পৰিবহনক প্ৰভাৱিত কৰা কাৰকসমূহ কি কি?

৪) তৃতীয়ক বৃত্তি মানে কি?

৫) টেলকমিওনিকেচন মানে কি?

৬) নগৰীয়া বাণিজ্যিক কেন্দ্ৰৰ বৈশিষ্ট্যসমূহ কি কি?

৭) পৰ্যটনক প্ৰভাৱিত কৰা কাৰকসমূহ কি? বাখ্যা কৰা ।

৮) গ্ৰাম্য বাণিজ্যিক কেন্দ্ৰ কি?

৯) যোগাযোগ ব্যৱস্থা কি?

১০) বাণিজ্যিক কেন্দ্ৰ মানে কি?

১১) পাইকাৰী ব্যৱসায় মানে কি?

১২) নগৰীয়া বাণিজ্যিক কেন্দ্ৰ কি?

১৩) দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিৰ মাজত পাৰ্থক্য কি?

C. Essay Type Questions.

১) পৰক্যটনৰ আকৰ্ষণীয় কাৰকসমূহ কি কি? আলোচনা কৰা ।

২) খুচুৰা ব্যৱসায়ৰ বিষয়ে বৰ্ণনা কৰা ।

৩) চতুৰ্থক বৃত্তিৰ বিষয়ে বৰ্ণনা কৰা ।

৪)বৰ্তমান সময়ৰ অৰ্থনৈতিক উন্নয়নত সেৱাখণ্ডৰ তাৎপৰ্য আৰু বৃদ্ধিৰ বিষয়ে বৰ্ণনা কৰা ।

 ৫)যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ তাৎপৰ্যৰ বিষয়ে বিস্তৃত আলোচনা কৰা ।