বাক্য ৰচনা কৰা ।
১) বিমুখ- কেতিয়াওঁ কাকো বিমুখ কৰিব নেপায় ।
২) বিদৃৰ - পৃথিৱীৰ পৰা চন্দ্ৰলৈ বিদূৰ ।
৩) বিকিৰণ - ৰাতিপুৱা সূৰ্যৰ পুহৰ বিকিৰণ হৈছে ।
৪) বিনন্দ - লৰা- ছোৱালীবোৰে আনন্দ - বিনন্দৰে খেলি আছে ।
৫) দলং - কলং নদীৰ উপৰত এখন দলং আছে ।
৬) ৰং - ৰামধেনুত ৭টা ৰং আছে ।
৭) কলং - কলং এখন নদীৰ নাম ।
৮) শিং - মহৰ শিঙেৰে পেপাঁ বনোৱা হয় ।
৯) মনে - প্ৰাণে - ৰহিমে ডক্তৰ হবৰ কাৰণে মনে - প্ৰাণে চেষ্টা কৰিছে ।
১০) আকাশীপথ - উৰাজাহাজখন আকাশী- পথত উৰিছে ।
১১)অদম্য ইচ্ছা - আব্দুলকালামৰ আকাশত উৰিবলৈ বাল্য কালত অদম্য ইচ্ছা জাগিছিল ।
১২) বিনিময় - জোনবিল মেলাত বিনিময় প্ৰথা চলে ।
১৩) আনুষ্ঠানিক - আমাৰ গাঁৱত এখন আনুষ্ঠানিক সভা বহ ।
১৪) গতিপথ - ভূমিকম্পৰ ফলত বহুত নদীৰ গতিপথ সলনি হৈছে ।
১৫) যন্ত্ৰনা - মানুহজন বহুত দিনৰ পৰা যন্ত্ৰনাত ভূগি আছে ।
১৬) কৰ্তব্য - আমি সকলোৱে নিজৰ নিজৰ কৰ্তব্য পালন কৰিব লাগে ।
১৭) প্ৰশংসা - ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় ।
১৮) এজোলোকা - ৰহিমক আইতাকে এজোলোকা আৰ্শীৰবাদ দিব বিছাৰিছে ।
১৯) আলহী - অতিথী - মেলাৰ বাবে ৰহিম হতৰ ঘৰত আলহী - অতিথী আহিছে ।
২০) আৰ্শীবাদ - ৰামে মন্দিৰত আৰ্শীবাদ লব গৈছে ।
২১) সহজতে - গছ এডাল কাটিলে সহজতে ঘূৰাই পাহ নোৱাৰি ।
২২) ৰভা - বিয়া , সকাম আদিত ৰভা দিয়া হয় ।
২৩) পাহাৰ - অৰুনাচল প্ৰদেশখন পাহাৰে ভৈয়ামেৰে ভৰা ।
২৪) বনভোজ - মামনিহত আজি বনভোজ খাবলৈ গৈছে ।
২৫) চানদুবি বিল - চানডুবি বিল এসময়ত পাহাৰ আছিল ।
২৬) আনন্দ - সদায়ে আনন্দৰে থাকিব লাগে ।
২৭) আতংক - ভূমিকম্পৰ ফলত ৰমেন হতৰ গাঁলত আতংকময় পৰিবেশৰ সষ্টি হৈছে ।
২৮) ভূমিকম্প - ভূমিকম্প এটা প্ৰাকৃতিক দুৰ্যোগ ।
২৯) খ্যতিমন্ত - আগৰ দিনৰ লোকসকল বৰ খ্যতিমন্ত আছিল ।
৩০) পৃথিৱী - আমি সকলোৱে পৃথিৱীত বাস কৰো ।
৩১) খনিকৰ - খনিকৰে চিত্ৰ আঁকে ।
৩২) বৃথা - বিদ্যাহীন জীৱন বৃথা বুলৱি সকলোৱে কয় ।
1 Comments