অসমৰ সকলো বিমানবন্দৰ নাম

১। বৰঝাৰ (গুৱাহাটী ) 

২। ৰৰৈয়া ( যোৰহাট )

৩। শালনি ( তেজপুৰ )

৪। মোহনবাৰী ( ডিব্ৰুগড় )

৫। লীলাবাৰী ( উত্তৰ লখিমপুৰ )

৬। ৰূপসী ( ধুবুৰী )

৭। কুম্ভীৰগ্ৰাম ( শিলচৰ )



১। বৰঝাৰ (গুৱাহাটী) 

বৰঝাৰ বিমানবন্দৰঃ (Lokpriya Gopinath Bordoloi International Airport) লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তজাতিক বিমানবন্দৰ 

চুটি নামঃ GAU 

Other Name (অন্যনাম)ঃ Guwāhāti International Airport (এই বিমানবন্দৰ টো গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বুলিও জনা যায়। )