সাধাৰন বাক্যক বচনলৈ পৰিৱৰ্তন 


 A. Short Type Questions :

১। ( তলত দিয়া বাক্যবোৰক তৰ্কবিজ্ঞান সন্মত বচনলৈ ৰূপান্তৰিত কৰা ) ঃ

a.( ছাত্ৰসকল সাধাৰনত ঃ ভাল ।)

b. ( অকল স্নাতকসকলহে পদটোৰ বাবে যোগ্য ।)

c. ( সকলো ভাল লেখক ভাল বক্তানহয় ।

d. ( কেৱল ধাৰ্মিক সকলহে সুখী ।)

e. ( অসত মানুহে কেতিয়াবা জীৱনত সফলতা লাভ কৰে ।)

f. ( কেৱল শীত প্ৰধান দেশেহে মদ তৈয়াৰ কৰে ।)

g. ( কম লোকেহে প্ৰলোভন মুক্ত হয় ।)

h. ( সকলো চকচকীয়া বস্ও সোন নহয় ।)

i. ( অধিকাংশ সুনাগৰিকেই দেশপ্ৰেমিক ।)

j. ( বিদ্বান সৰ্বত্ৰ পূজিত ।) 

k. ( প্ৰত্যেক ঘৰেই ধুমুহাৰ সময়ত বান্দৰৰ দৰে ।)

l. ( কেৱল পুৰুষসকলেহে বৰপেটাৰ কীৰ্ওন ঘৰত  প্ৰৱেশ কৰিব পাৰে ।)

m. ( সিংহই কেতিয়াও ঘাহ নাখায় ।)

n. ( হিন্দুসকলেহে কেৱল শিৱক পূজা কৰে ।)

o. ( কোনো মানুহে মূৰ্খক ভাল নাপায় ।)

p. ( সকলো ৰাজহাঁহ বগা নহয় ।)

q. ( সাধুসকল কাচিহে সুখী নহয় ।)

r. ( প্ৰত্যেক মানুহে মৰনশীল ।)

s. ( সকলো প্ৰশংসা কৰা ব্যক্তি বন্ধু নহয় ।)

t. ( প্ৰায়বোৰ প্ৰাৰ্থীয়ে পৰীক্ষাত উপস্থিত আছিল ।)

u. ( বেছিভাগ ছাত্ৰই পৰিশ্ৰমী নহয় ।)

v. ( পাৰৰ বাহিৰে সকলো ধাতুৱেই কঠিন ।)


২। ( তলত দিয়া বাক্যবোৰ বচনলৈ ৰূপান্তৰ কৰা আৰু উপযুক্ত বচনলৈ চিহৰে চিহিত কৰা ঃ )

a. ( মানুহেই মাথোন বুদ্ধিবৃওিসম্পন্ন জীৱ ।)

b. ( এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃংগ ।)


৩। ( তলত দিয়া বাক্যসমূহৰ যিকোনো এটাক তৰ্কবিজ্ঞানসন্মত বচনলৈ ৰূপান্তৰ কৰা আৰু বচনটোৰ ব্যাপ্ত পদ উল্লেখ কৰা ।)

a. ( প্ৰত্যেক মানুহ মৰনশীল ।)

b. ( কেৱল স্নাতকসকলেই এই পদৰ বাবে যোগ্য ।)


৪। ( তলত দিয়াবোৰক তৰ্কবিজ্ঞান সন্মত বচনলৈ পৰিবৰ্তন কৰি A, E, I, O, চিনেৰে চিহিত কৰা আৰু প্ৰতিটো বচনৰ ব্যাপ্ত পদবোৰৰ তলত আঁচ টানি দেখুওৱা ) ঃ


A. ( কেৱল ধাৰ্মিক সকলহে সুখী ।)

B. ( সকলো ভাল লেখকেই ভাল বক্তা নহয় ।)

C. ( সকলো জিলিকি থকা বস্ও সোন নহয় । )

D. ( কম মানুহেই প্ৰলোভনৰ পৰা মুক্ত ।)

E. ( কেৱল পৰিশ্ৰমীসকলে জীৱনত উন্নতি কৰিব পাৰে ।)


৫। ( তলত দিয়া বাক্যসমূহৰ যি কোনো এটাক তৰ্কবিজ্ঞানসন্মত আকাৰলৈ ৰূপান্তৰ কৰা আৰু বচনটোৰ কোনটো কোনকেইটা পদ ব্যাপ্ত ইল্লেখ কৰা ) ঃ

A. ( বেছিভাগ ছাত্ৰই পৰিশ্ৰমী নহয় ।)

B. ( প্ৰত্যেকজন মানুহেই মৰনশীল ।)


৬। ( তলত দিয়া বাক্যসমূহৰ যিকোনো চাৰিটাক তৰ্কবিজ্ঞানসন্মত বচনলৈ ৰূপান্তৰ কৰা ঃ )

১। ( প্ৰায় সকলো চৰাইয়ে উৰিব পাৰে ।)

২। ( প্ৰত্যেক সিংহই মাংসাহাৰী ।)

৩। ( সকলো ৰাজহাঁহ বগা নহয় ।)

৪। ( সিংহই কেতিয়াও কফি নাখায় ।)


৫। ( বিদ্বান সৰ্বত্ৰ পূজিত ।)

B. Short Type Questions :

১। ( তলত দিয়া বাক্যবোৰ বচনলৈ ৰূপান্তৰ কৰা আৰু উপযুক্ত বচন চিহৰে কৰা )

a. ( জ্ঞানীসকলে সাধাৰনতে উদাৰ । )

b. ( বেছিভাগ ছাত্ৰই খেলা ধূলাতে দক্ষ নহয় । )

c. ( কেৱল অশিক্ষিতসকলেই কুসংস্কাৰত বিশ্বাসী । )

d. ( সকলো বিজ্ঞানী আমেৰিকান  নহয়। )

e. ( দয়া এটা মহত গুন । )

f. ( প্ৰত্যেক ৰোগেই দুৰাৰোগ্য নহয় । )

g. ( শিক্ষকসকল প্ৰায়ই জ্ঞানী  হয় । )

h. ( অসত লোকক বেয়া নাপায় কোনে । )

i. ( কম মানুহেই  বিবেকবান । )

j. ( পগুিতসকল সদায়েই নমস্য । )

k. ( সকলো ছাত্ৰ সমানে  দক্ষ নহয় । )

l. ( অধিকাংশ লোকেই সভাত উপস্থিত  নাই । )

m. ( কেৱপুৰুষসকলেহে মছজিদত সোমাব  পাৰে । )

n. ( মানুহ মাত্ৰাই বুদ্ধি বৃওিসম্পন্ন জীৱ । )

o. ( এভাৰেষ্ট পৃথিৱীৰ সৰ্বচ্চ  শৃংগ । )

p. ( প্ৰায় সকলো ভাৰতীয় ধৰ্মভীৰু । )

q. ( ত্ৰিভুজ কেতিয়াও বৰ্গক্ষেত্ৰ হব নোৱাৰে । )


৩। ( চমু উওৰ দিয়া )

a. ( বাক্যৰ সৰলীকৰন  কাক বোলে ।  উদাহৰনসহ লিখা । )

b. (বাক্য সৰলীকৰন  কৰাৰ পিছত বচনৰ কেইটা আৰু কি কি ৰূপ  পোৱা যায় । )

c. ( সাৰ্বিক পৰিমানক যুক্ত নঞৰ্থক বাক্যবোৰ কি বচনলৈ ৰূপান্তৰিত কৰা হয় । )

d. ( কমেই কাচিহে আদি শব্দযুক্ত বাক্যবোৰক কিয় নঞৰ্থক ৰূপ  দিয়া হয়  । )

e. ( সকলো প্ৰকাৰৰ বাক্যক বচনলৈ নিওতে পালন কৰিব লগীয়া তিনিটা সাধাৰন নিয়ম লিখা ।

f. ( উদ্দেশ্য নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত বাক্যবোৰক কি বচনলৈ পৰিৱৰ্তন কৰিব লাগে । সদৰ্থক আৰু নঞৰ্থক দুয়োটা ৰূপৰ উদাহৰন লিখা । )


c. Essay Type Questions :

১. ( বচনৰ সৰলীকৰন বুলিলে কি বুজা বচনৰ সৰলীকৰনৰ কিবা প্ৰয়োজনীয়তা আছেনে । )

২। ( সৰলীকৰনৰ যিকোনো নিয়ম এটা লিখা । )

৩। ( বচনৰ সৰলীকৰনৰ প্ৰয়োজনীয়তা কি । )


Type Sumit Patar.