দৰ্শন 

A.  Very Short Type Questions :

1. Define.

 সংজ্ঞা দিয়া ।

জ্ঞনতত্ত্ব


Write Short Note 

চমু টোকা লিখা ।

a. Metaphysics   (অধিবিদ্যা ।)

b.  What Are The Four Main Theories About The Origin Of Knowledge In Epistemol Ogy ? ( জ্ঞানমীমাংসাত থকা জ্ঞানৰ উৎস সম্পৰ্কীয় চাৰিটা প্ৰধান সিদ্ধান্ত কি কি ? )

c. Nature Of Ethies ( নীতিশাস্ত্ৰৰ স্বৰূপ । )


3. What Are The Main Branches Of Philosophy ? ( দৰ্শনৰ প্ৰধান শাখাসমূহৰ কি কি ? )

4. Distinguish Between Philosophy And Sci- Ence. ( দৰ্শন আৰু বিজ্ঞান পাৰ্থক্য লিখা । )

5. State Two Main Differences Of Philosophy And Science. ( দৰ্শন আৰু বিজ্ঞান দুটা উল্লেখযোগ্য পাৰ্থক্য লিখা । )

6. Analyse The Etymological Meaning Of The Word Philosophy. ( দৰ্শন শব্দটোৰ ব্যুৎপওিগত অৰ্থ বিশ্লেষন কৰা । )

7. Name Three Famous Greek Philosophers. ( তিনিজন বিখ্যাত গ্ৰীক দাৰ্শনিকৰ নাম উল্লেখ কৰা । )

8. Write a Short Note On Axiology. ( প্ৰমূল্য বিজ্ঞানৰ বিষেয় এটি চমুটোকা লিখা । )

9. State Two Utilities Of Using Symbols In Logic. ( তৰ্কবিজ্ঞানত প্ৰতীক ব্যৱহাৰৰ দুটা উপযোগীতা উল্লেখ কৰা । )

10. What Are The Three Chief Characteristics Of Symbolic Logic Accrding To C.I. Lewis ? ( চি. আই. লুইচৰ মতে প্ৰতীকাত্মক তৰ্কবিজ্ঞাৰ মুখ্য় বৈশিষ্ট তিনিটা কি কি ? )

11. State Two Utilities Of Logic. ( তৰ্কবিজ্ঞানৰ দুটা উপযোগীতা উল্লেখ কৰা । )

12. What Are The Main Branches Of Philosophy ? ( দৰ্শনৰ প্ৰধান শাখাসমূহৰ কি কি ? )

13. Define Philosophy. Stat The Nature Of Philosophy. ( দৰ্শনৰ সংজ্ঞা দিয়া । দৰ্শনৰ স্বৰূপ অথবা প্ৰকৃতি সম্পৰ্কে লিখা । )

14. State Any Two Points Of Similarity Between Phi Loosophy And Science. ( দৰ্শন আৰু বিজ্ঞানৰ মাজত থকা যিকোনো দুটা সাদৃশ্য উল্লেখ কৰা । )

 15. Analyse The Etymological Meaning Of The Word Metaphysics. ( Metaphyysics : ( শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ বিশ্লেষন কৰা । )

16. Write A Short Note On The Classification Of In- Dian Philosophy. ( ভাৰতীয় দৰ্শনৰ শ্ৰনীবিভাগৰ বিষেয় এটা চমু টোকা লিখা । )

17. State Any Two Points Of Similarity Between Philosophy And Science. ( দৰ্শন আৰু বিজ্ঞান মাজত থকা যিকোনো দুটা সদৃশ্য উল্লেখ কৰা । )


C. Essay Type Questions :

1.  What Is Meant By Epistemology ? How Does It Relate To Philosophy ? Discuss. ( জ্ঞনবিদ্যা বুলিলে কি বুজা ? ইয়াৰ লগত দৰ্শনৰ সম্বন্ধ কি ? আলোচনা কৰা । )


2. What Is Philosophy ? Discuss The Relation Between Science And Philosophy. ( দৰ্শন কাক বোলে ? বিজ্ঞান আৰু দৰ্শনৰ সম্বন্ধটো আলোচনা কৰা । )


3. What Is Philosophy ? Explain Any Two Branches Of Philosophy. 

(  দৰ্শন কাক বোলে ? দৰ্শনৰ যিকোনো দুটা শাখা ব্যাখ্যা দিয়া । )


4.  What Is Philosophy ? Explain one Of The Branches Of Philosophy. (  দৰ্শন কাক বোলে ? দৰ্শনৰ যিকোনো এটা বিভাগৰ ব্যাখ্যা কৰা । )


5. What Is Philosophy ? Distinguish Between Science And Philosophy. (  দৰ্শন কাক বোলে ? বিজ্ঞান আৰু দৰ্শনৰ পাৰ্থক্য নিৰ্নয় কৰা । )


6. Write Short Note On Any One Of The Following. (  নিম্নলিখিত যিকোনো এটাৰ বিষেয় চমুটোকা লিখা । )

a. Epistemology ( জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা । )

b. Axiology ( প্ৰমূল্যবিজ্ঞান ।)


7.  Briefly Explain Three Points Of Similarity And Three Points Of Difference Between Science And Philosophy. (  বিজ্ঞান আৰু দৰ্শনৰ মাজত থকা তিনিটা সাদৃশ্য আৰু তিনিটা পাৰ্থক্য চমুকৈ প্ৰকাশ কৰা ।)


8. Describe  Briefly The Relation Between Philosophy And Metaphysics. ( দৰ্শন আৰু অধিবিদ্যাৰ মাজত থকা সম্পৰ্কটো চমুকৈ ব্যাখ্যা কৰা  ।)


9. Explain Briefly The Relation Between Philosophy Any Science.( দৰ্শন আৰু বিজ্ঞানৰ মাজত থকা সম্পৰ্কটো চমুকৈ বৰ্ননা কৰা । )


10.  Explain Three Points Of Difference Between Philosophy And Metaphysics. (দৰ্শন আৰু অধিবিদ্যাৰ মাজত থকা তিনিটা পাৰ্থক্য আলোচনা কৰা । )


11.  Explain Three Points Of Difference Between Philosophy And Epistemology. ( দৰ্শন আৰু জ্ঞানবিদ্যাৰ মাজত থকা তিনিটা পাৰ্থক্য আলোচনা কৰা । )


12.  What Do You Mean By Axiology ? Briefly Dis- Cuss Its Relation To Philosophy. ( প্ৰমূল্যবিদ্যা বুলিলে কি বুজা ? দৰ্শনৰ লগত ইয়াৰ সম্বন্ধ চমুকৈ আলোচনা কৰা ।)


13. Explain Briefly Any Three Points Of Difference Between Philosophy And Science. (  দৰ্শন আৰু বিজ্ঞানৰ মাজত থকা যিকোনো তিনিতা পাৰ্থক্য চমুকৈ ব্যাখ্যা কৰা । )


14. What Is The Name Of The Book John Lock Concerning Knowledge ? ( জন লক ৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি ? )


15. What Is The English Version Of Mataphysics ? (  অধিবিদ্য়াৰ ইংৰাজী প্ৰতিশব্দ কি ? )


16.  The English Word Philosophy Is Derived From Two Greek Words. What Are The4 Two Greek Words ? ( ইংৰাজী শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে । শব্দ দুটা কি কি ? )


17. Who Is The Author Of The Book Critique Of Pure Reason ?  ( নামৰ গ্ৰন্থখনৰ লিখকজনৰ নাম লিখা ।)


18. Who Compared The Relation Between Philosophy And Science With Mind And body ? (  দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক কোনে দেহ আৰু আত্মাৰ লগত তুলনা কৰিছে ? )


19.  The English Word Epistemology Is Derived From Two Greek Words. What Are These Two Greek Words ? (  জ্ঞানবিদ্যাৰ  ইংৰাজী প্ৰতিশব্দ দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে । শব্দ দুটা কি কি ? )


B. Short Type Questions:

1. Define. ( সংজ্ঞা লিখা ।)

a. Science ( বিজ্ঞান । )

b. Axiology ( প্ৰমূল্য বিজ্ঞান । )

c.  Philosophy ( দৰ্শন । )

d. Arts ( কলা ।)


2. Distinguish Between ( পাৰ্থক্য লিখা ।)

a Epistemology And Metaphysics ( জ্ঞানতত্ব আৰু অধিবিদ্যা ।)


3. Write Short Notes ( চমুটোকা লিখা । )

a. Epistemology ( জ্ঞান মীমাংসা । )

b. Scope Of Philosophy ( দৰ্শনৰ পৰিসৰ । )

c. Philosophy ( দৰ্শন । )


4.  Answer Briefly ( চমুকৈ উওৰ লিখা । )

a. What Are The Main Branches Of Philosophy ? ( দৰ্শনৰ প্ৰধান শাখাসমূহৰ নাম কি কি ? )


b. Name Three Famous Philosophers. ( তিনিগৰাকী প্ৰখ্যাত দাৰ্শনিকৰ নাম লিখা । )


C. Essay Type Questions :

1.  What Is Metaphysics ? How Metaphysics Is Related To Philosophy ( অধিবিদ্যা কি ? দৰ্শনৰ লগত অধিবিদ্যাৰ সম্পৰ্ক ব্যখ্যা কৰা । )


2.What Is Epistemology ? Discuss The Realtion Between Philosophy And Epistemology. (  জ্ঞানমীমাংসা বা জ্ঞানবিদ্য কাক বোলে ? জ্ঞানমীমাংসা বা জ্ঞানবিদ্যাৰ লগত দৰ্শনৰ সম্বন্ধৰ বিষেয় আলোচনা কৰা ।)


3. What Is Metaphysics ? Explain The Realtion Between  Philosophy And Metaphysics. ( অধিবিদ্যা বা তত্ববিদ্যা  কাক বোলে  ? দৰ্শন আৰু অধিবিদ্যা বা তত্ববিদ্যাৰ সম্বন্ধ ব্যাখ্যা কৰা । )


4. What Is axiology ? Explain The Relation Between Philosophy And Axiology. ( প্ৰমূল্যবিজ্ঞান কাক বোলে ? দৰ্শনৰ লগত প্ৰমূল্যবিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰা । )


  a. According To Greek Philosopher Plato There Is No Difference Between Philosophy And Mataphysics. ( গ্ৰীক দাৰ্শনিক প্লটোৰ মতে দৰ্শন আৰু তত্ববিদ্যাৰ মাজত কোনো পাৰ্থক্য নাই । )


B. Science  Does  Noi Believe Any Concept To Be Self Evident. ( বিজ্ঞানে কোনো প্ৰত্যয় বা ধাৰনাকে স্বত ঃ সিদ্ধ বুলি স্বীকাৰ নকৰে । )


C. Science Gives Us The Comprehensive Knowledge Of The World.  (বিজ্ঞানে সমগ্ৰ বিশ্বজগতৰ সামগ্ৰিক জ্ঞান দিয়ে । )


D. Immanual Kant Was a German Philosopher. ( ইমানুৱেল কান্ট এজন জাৰ্মান দাৰ্শনিক আছিল । )


E. Jhon Locke Is a British Philosopher. ( জন লক এজন ব্ৰিটিছ দাৰ্শনিক আছিল । )


F.The Logical Positivists Commented That The Study Of Mataphysics Is Quite Meaningless. ( তৰ্কীয় প্ৰত্যক্ষবাদী দাৰ্শনিকসকলে তত্ববিদ্যাক নিৰৰ্থক আৰু অবান্তৰ চিন্তা বুলি অভিহিত কৰিছে । )


Type Sumit Patar.