প্ৰতীকাত্মক তৰ্কবিজ্ঞান 

 

A. Very Short Type Questions:

1  State Any One Characteristic Of Symbolic Logic as Laid Down By C. I. Lewis. ( চি আই লুইছে প্ৰদান কৰা প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা । )


2.  Under What Condition, a disjunctive Function Because False ? ( কি চৰ্তত এটা বিয়োজক ফলন অসত্য হয় ? )


3. State Any One Utility Of Using Symbols In Logic   ( তৰ্কবিজ্ঞানত প্ৰতীক ব্যৱহাৰৰ যিকোনো এটা উপযোগীতা উল্লেখ কৰা । )


B. ( Short Type Questions:

Define ( সংজ্ঞা দিয়া )

a. Ideograms  ( ধাৰনাজ্ঞাপক চিহ)


2. Write Short Notes.  ( চমুটোকা লিখা ।

a. Utility Of Using Symbols In Logic. ( তৰ্কবিজ্ঞান প্ৰতীক ব্যৱহাৰ উপযোগীতা )


3.  What do You Mean by a Symbol ?  ( প্ৰতীক বুলিলে কি বুজা ? )


4. State Two Utilities Of Using Symbols In Logic.  ( তৰ্কবিজ্ঞানত প্ৰতীক ব্যৱহাৰৰ দুটা উপযোগীতা উল্লেখ কৰা । )


5. One Of The characteristics Of Indian Philosophy Is Practical Necessity State One Reason In Support Of The Statement. ( ব্যৱহাৰিক প্ৰয়োজনৰোধ ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা বৈশিষ্ট্য । কথাষাৰৰ সমৰ্থনত এটা  কাৰন দৰ্শোৱা ।)


6. Name Any Two Non-Vedic Systems Of Indian Philosophy. ( ভাৰতীয় দৰ্শনৰ যি কোনো দুটা অ বৈদিক সম্প্ৰদায়ক নাম লিখা ।)


7. What Is Symbolic Logic ? Descride Its Nature. ( প্ৰতীকাত্মক তৰ্কবিজ্ঞান কি ? ইয়াৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা । )


8. What Are The Basic Truth Functions ? Construct Truth Table For Negative And Equivalent Truth Functions. ( মৌলিক সত্য ফলত কি কি ? নঞৰ্থক ফলত আৰু সমাৰ্থক ফলনৰ কাৰনে সত্য তালিকা প্ৰস্তুত কৰা | ? )


9. Discuss Two Characteristics Of Symbolic Logic. ( প্ৰতীকাত্মকক তৰ্কবিজ্ঞানৰ দুটা বৈশিষ্ট্ৰ লিখা । )


C. Essay Type Questions :


1.  What Is Symbolic Logic ? What Are Its Basic Characteristics ? Explain.( প্ৰতীকাত্মক তৰ্কবিজ্ঞান কাক বোলে ? ইয়াৰ মূল বৈশিষ্ট্যবোৰ ব্যাখ্যা কৰা । )


2.What Do you Mean By a Truth - Function ? Construct Truth Tables For Any Four Basic truth Functions. ( সত্য ফলন বা সত্যতা ক্ৰিয়াকাৰিত্ব বুলিলে কি বুজা ? যিকোনো চাৰিটা মৌলিক সত্য ফলনৰ কাৰনে সত্য তালিকা প্ৰস্তুত কৰা । )


3.Construct Truth Table For Any One Of The Following Statements And Find Out Whether It Is Tautologous, Contradictory Or Contingent. ( তলত দিয়া বিবৃতিসমূহৰ যি কোনো এটাৰ সত্য তালিকা গঠন কৰা আৰু বিবৃতিটো স্বত ঃ সত্য স্বত ঃ মিথ্যা অথবা অনিৰ্দিষ্টমানবিশিষ্ট সেইটো বাচি ইলিওৱা । )


4. Write Short Note On Any Of The Following.  ( তলত দিয়াবোৰ যিকোনো এটাৰ বিষয়ে চমুটোকা লিখা ।)

a. Variable  ( চল বা পৰিবৰ্ত্য)


b. Logical Constant ( তৰ্কীয় ধ্ৰৱক )


5. Symbolise Any Two Of The Following . ( তলত বচনসমূহৰ যিকোনো দুটাক প্ৰতীকাত্মক ৰূপত প্ৰকাশ কৰা ।)


a. It Is False That Grasses Are Not Green. ( এইটো  মিছা যে ঘাঁহবোৰ সেউজীয়া নহয় ।)


b. Alakesh Is Good And Sauravi Is Intelligent. ( অলকেশ ঘাল আৰু সৌৰভ বুদ্ধমতী । )


c. If It Rains, Than The Crops Will Grow. ( যদি বৰষুন দিয়ে তেন্তে শস্য ভাল হব ।)


6. What Is Symbolic Logic ? Briefly Explain Four Characteristics Of Symbolic Logic. ( প্ৰতীকাত্মক তৰ্কবিজ্ঞান কি ? প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ চাৰিটা বৈশিষ্ট্য চমুকৈ ব্যাখ্যা কৰা । )


7. What Is Truth Table ? Construct Truth Table For Any Two Basic Truth Functions. ( সত্য তালিকা কি ? যিকোনো দুটা মৌলিক সত্য ফলনৰ কাৰনে সত্য তালিকা প্ৰস্ওত কৰা । )


 8. Construct Truth Table For Any One Of The Following Statements And Find Out Whether It Is Tautologous, Contradictory Or Conting –Ent : ( তলত দিয়া বিবৃতিসমূহৰ যি কোনো এটাৰ সত্য তালিকা গঠন কৰা আৰু বিবৃতিটো স্বত ঃ সত্য স্বত ঃ মিথ্যা অথবা অনিৰ্দিষ্ট মানবিশিষ্ট সেইটো বাচি উলিওৱা । )

9. Write a Short Note On Any One Of The Following : ( তলত দিয়াবোৰ যি কোনো এটাৰ বিষেয় চমু টোকা লিখা । )


10. Symbolize Any Two Of The Follwing Propositions : ( তলৰ বচনসমূহৰ যি কোনো দুটাক প্ৰতীকাত্মক ৰূপত প্ৰকাশ কৰা ।)

a. It Is Not That Smita Is Not Good. ( এইটো নহয় যে স্মিতা ভাল নহয় । )

b. Either Karl Popper Is A Logician Or He Is Philosoipher. (  হয় কাৰ্ল পপাৰ এজন তৰ্কবিজ্ঞানী অথবা তেওঁ  এজন দাৰ্শনিক । )

c. If You Read hard, You Will Pass In The Examination. ( তুমি যদি ভালদৰে পঢ়াশুনা কৰা পৰীক্ষাত পাছ কৰিব পাৰিবা । )


11. What Is Symbolic Logic ? Disucss Its Nature. ( প্ৰতীকাত্মক তৰ্কবিজ্ঞান কাক বোলে । ইয়াৰ প্ৰকৃতি বা স্বৰূপ বৰ্ননা কৰা । )


12. What Is  symbolic Logic ? What Are The Three Generl Characteristics Of Symbolic Logic ac- Cording To C. I. Lewis ?( প্ৰতীকাত্মক তৰ্কবিজ্ঞান কাক বোলে ? C.L. Lewis ৰ মতে প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ সাধাৰন বৈশিষ্ট্য তিনিটা কি কি ? )


13. Construct Truth Table For Any One Of The Fol- Lowing Propositional Forms And Determine Whether It Is Tautology, Contradictory Or Con- Tingent: ( তলত দিয়া বচনাকাৰ সমূহৰ পৰা যিকোনো এটাৰ সত্য তালিকা গঠন কৰা আৰু বচনাকাৰটো স্বত ঃ সত্য স্বত ঃ মিথ্যা নে অনিৰ্দিষ্টমান বিশিষ্ট নিৰ্নয় কৰা । )


14. Discuss The Characteristics Of Symbolic Logic. ( প্ৰতীকাত্মক তৰ্কবিজ্ঞান বৈশিষ্ট্য সমূহৰ আলোচনা কৰা। )


15. Write About The Use Of Variables.  ( চল বা পৰিবৰ্তনৰ ব্যৱহাৰ বিষেয় লিখা ।


16. Construct Truth Table For One Of The Fol- Lowing Statements And Find Out Whether It Is Tautologous, Contradictory Or Contingent : ( যিকোনো এটাৰ সত্য তালিকা গঠন কৰা আৰু বিবৃতিটো স্বতঃ সত্য, স্বত ঃ মিথ্যা অথবা অনিৰ্দিষ্ট মানবিশিষ্ট সেইটো বাছি উলিওৱা ঃ )


17. Symbolize Any One Of The Follwing Proposi- Tions;  ( তলৰ বচনসমূহক প্ৰতীকাত্মক পূপত লিখা । যিকোনো এটাৰ । )


A. If You Read Hard, You Will Pass In The Ex- Amination. ( যদি তুমি ভালদৰে পঢ়া পৰীক্ষাত পাছ কৰিব পাৰিবা । )

B. It Is Not That Smiiita Is Not Good. ( এইটো নহয় যে স্মিতা নহয় । )


A. Very Short Type Questions :

1. Are Variables a Type Of Symbols ? ( চল বা পৰিবৰ্তসমূহৰ একপ্ৰকাৰৰ প্ৰতীক হয় নে ? )


2. The Difference Between Traditional Or Clas-Sical Logic And Symbolic Logic Is Only That Of Different Stages Of Development - Do You Consider It To Be True ? ( পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ নমাজৰ পাৰ্থক্য কেৱল ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য এইটো সত্য বুলি বিবেচনা কৰানে ? )


3. Is Implication a Formal Relation ? ( নিহিতাৰ্থ এক আকাৰিক সম্পৰ্ক হয়নে ? )


4. The Development Of Symbolic Logic Is Origi Nally Related With The Development Of Math - Ematics Do you Consider It To Be True ?  ( গনিতৰ বিকাশৰ সৈতে প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ বিকাশ অংগাংগীভাবে জড়িত - এইটো সত্য বুলি বিবেচনা কৰানে ? )


5. What Do The Ideograms Stand For ? ( ভাবলেখ বা ধাৰনাজ্ঞাপক চিহই প্ৰত্যক্ষ ভাবে কি নিৰ্দেশ কৰে ? )


6. What Method Is Used In Symbolic Logic ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ কি পদ্ধতি ব্যৱহাৰ কৰা হয় ? )


7. Is Symbolic Logic Formal In Nature ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ প্ৰকৃতিগতভাবে আকাৰিক নে ? )


8. Symbolic Logic Is Entirely Deductive In Nature - Is The Statement True ? ( প্ৰতীকাত্মক তৰ্ক- বিজ্ঞান সম্পূৰ্নৰূপে নিগমনাত্মক- উক্তিটো সঁচানে ? )


9. State One Of Important Points Of Differ- Ence Between Classical Logic And Symbolic Logic ? ( পৰম্পৰাগত তৰ্কবিজ্ঞানৰ আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা এটা গুৰুত্বপূৰ্ন পাৰ্থক্য উল্লেখ কৰা । )


10.What Is The Symbol For Negation ? ( নিষেধ বা অস্বীকাৰৰ প্ৰতীক কি ? )


11. What Is The Name Of The Symbol ? ( এই প্ৰতীকটোৰ নাম কি ? )


12. Is Not a Logical Constant ?  ( নহয় ( ~) এক তৰ্কীয় আবিকাৰী হয় নে ? )


13. Give Two Examples Of Ideogram. ( ধাৰনাজ্ঞাপক চিহৰে দুটা উদাহৰন দিয়া । )


14. Name Two Symbolic Logicians. ( দুজন প্ৰতীকাত্মক তৰ্কবিজ্ঞানী নাম লিখা । )


15.Who Are The Founders Of Symbolic Logic ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ প্ৰতিষ্ঠাতা কোন ? )


16. Which Is The Starting Year Of Symbolic Logic ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ আৰম্ভনিৰ বছৰটো কি ? )


17. The Quality Of The Obverse Is The Same As That Of The Ovvertend- Is The statement True ? ( প্ৰতিবৰ্তিত বচনৰ গুন প্ৰতিবৰ্তনীয় বচনৰ দৰে এক থাকে - উক্তিটো সত্য নে ? )


18. If One Of The Pemises Is Negative In Any The Quality Of The Conclusion ? ( কোনো এটা অমিশ্ৰ নিৰপেক্ষ ন্যায়ৰ যিকোনো এটা আশ্ৰয়বাক্য নঞৰ্থক হলে সিদ্ধান্তৰ গুন কি হ'ব? )

19. Symbolic Logic Is Entirely Deductive In Nature Is The Statement True ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ সম্পূৰ্নৰূপে নিগমনাত্মক - উক্তিটো সঁচানে ? )


20. State One Of The Important Points Of Difference Between Classical Logic And Symbolic Logic. ( পৰম্পৰাগত তৰ্কবিজ্ঞানৰ আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা এটা গুৰুত্বপূৰ্ন পাৰ্থক্য উল্লেখ কৰা । )


21. Is Symbolic Logic Formal In Nature ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ প্ৰকৃতিগতভাবে আকাৰিকনে ? )


22. On What Does The Validity Of Arguments Depend ? (যুক্তিসমূহৰ বৈধতা কিহৰ ওপৰত নিৰ্ভৰ কৰে ? )


23. What Do The Ideograms Stand For ? ( ভাবলেখ বা ধাৰনাজ্ঞাপক চিহৰে প্ৰত্যক্ষভাবে কি নিৰ্দেশ কৰে ? )


24. What Method Is Used In Symbolic logic ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ কি পদ্ধতিৰে ব্যৱহাৰ কৰা হয়? )


25. What Is Meant by Deductive Method ? ( নিগমানাত্মক পদ্ধতি বুলিলে কি বুজা ? )


26 Is Implication a Formal Relation ? ( নিহিতাৰ্থ এক আকাৰিক সম্পৰ্ক হয়নে ? )


27. The Development Of Symbolic Logic Is Organically Related Of Symbolic Logic Is Organically Related With The Development Of Mathematics do ?You Consider It To Be true ? ( গনিতৰ বিকাশৰ সৈতে প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ বিকাশ অংগাংগীভাৱে জড়িত- এইটো সত্য বুলি বিবেচনা কৰানে ? )

 

28. Are V ariables a Type OF Symbols ? ( চল বা পৰিবৰ্ত্যসমূহৰ একপ্ৰকাৰৰ প্ৰতীক হয়নে ? )


29. The Bifference Between The Traditional Or Classical Logic And Symbolic Logic Is Only That Of Different Stages Of Bevelopment do You Consider It To Be True ? ( পৰম্পৰাগত তৰ্কবিজ্ঞানৰ আৰু প্ৰতিকাত্মক তৰ্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল ক্ৰমোন্নতিৰ বিভিন্ন  পৰ্যায়ৰ পাৰ্থক্য এইটো সত্য বুলি বিবেচনা কৰানে  ? )


30.Is Not a Logical Constant 
? ( নহয় (
) এক তৰ্কীয় অবিকাৰী হয়নে ? )


31. Symbolic Logic Has a Short History And The Traditional Or Classisal Logic Has a Long One do You Consider It To Be True? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ এক সংক্ষিপ্ত ইতিহাস আছে আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ এক দীৰ্ঘ ইতিহাস আছে ।এইটো সত্য বুলি বিবেচনা কৰানে ? )

 


32. State One Of The Advntages Of The Use Of Symbols In Logic. ( তৰ্কবিজ্ঞানত প্ৰতীক ব্যৱহাৰ এটা সুবিধা উল্লেখ কৰা । )


33. Is Symbolic Logic a Developed Form Of Clas- Sical Logic ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিবৰ্দ্ধিত ৰূপ নে ? )


34. Is Symbolic Logic Mathematcal In Nature ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ পকৃতিগতভাবে গনিতীয়নে ? )


35. Who Did First Want To Develop Symbolic Logic ?( কোনে পোন প্ৰথমে প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ উন্নত কৰিব বিচাৰিছিল ? )


36. Who did First Introduce The Words Symbolic Logic Into Logic ? ( কোনে পোন প্ৰথমে প্ৰতীকাত্মক তৰ্কবিজ্ঞান শব্দটো তৰ্কবিজ্ঞানৰ ব্যৱহাৰ কৰিছিল ? )


37. Who Are Regarded as The Founders Of Symbolic Logic ?  ( কাক প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ প্ৰতিষ্ঠাতা হিচাপে গন্য কৰা হয় ? )


38. What Is The Starting Year Of Symbolic Logic ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ আৰম্ভনিৰ বছৰ কোনটো ? )


39. What Are The Two Type Of Implication ?( নিহিতাৰ্থ প্ৰকাৰ দুটা কি কি ? )


40. What Is Main Aim Of Symbolic Logic ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মুখ্য লক্ষ্য কি ? )


41. What do The Phonograms Stand For ? ( ধ্বনিজ্ঞাপক চিনে কি নিৰ্দেশ কৰে ? )


42. What Is Verbal Symbol ?  ( মৌখিক প্ৰতীক কি ? )


43. Can Pure Mathematics be Reduced To Logic ? ( শুদ্ধ গনিতক তৰ্কবিজ্ঞানলৈ পৰিবৰ্তন কৰিব পাৰিনে ?)



44. The Scope Of Symbolic Logic Is Wider Than Classical Logic. Is The Statement True ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ পৰিসৰ পৰম্পৰাগত তৰ্কবিজ্ঞানতকৈ বহল । এই কথাষাৰ সত্যনে ?


45. The Main Purpose Of Symbolic Logic And Classical Logic Is Same Is The Statement True ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মুখ্য উদ্দেশ্য একে । কথাষাৰ সত্যনে ?


46. Who did Use Symbol Variable For The First Time In Logic ? ( চল বা পৰিবৰ্ত্য নামৰ প্ৰতীকটো কোনে পোনপ্ৰথমে তৰ্কবিজ্ঞানৰ ব্যৱহাৰ কৰিছিল ?


47. The Classical Logic Is Relatede To Symbolic Logic as Embryo To Adult Organism Who Said This Statement ? ( ভ্ৰনৰ লগত বয় ঃ প্ৰাপ্ত জীৱদেহৰ যি সম্পৰ্ক প্ৰাচীন তৰ্কবিজ্ঞানৰ লগত প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰো সেই একে সম্পৰ্ক । এই কথাষাৰ কোনে কৈছিল ?


B. Short Type Questions :

1. Define  ( সংজ্ঞা )

a. Symbolic Logic  ( প্ৰতীকাত্মক তৰ্কবিজ্ঞান )

b. Symbol ( প্ৰতীক )

c. Formal Implication. ( আকাৰগত নিহিতাৰ্থ )

d. Implicans. ( সম্বন্ধক )

e. Material Implication  ( বস্ত্তগত নিহিতাৰ্থ )

f. Variable ( চল বা পৰিৰ্বত্য )

g. Ideograms  ( ভাবলেখ বা ধাৰনাজ্ঞাপক চিহ্ন )


2. Give Example ( উদাহৰন দিয়া )

a Ideograms ( ধাৰনাজ্ঞাপক চিহ )

b. Variable ( চন বা পৰিৰ্বত্য )

c. Logical Constant. ( তৰ্কীয় নিয়ত )

d. Phonograms ( ধ্বনীজ্ঞপক চিন ) 

e. Ideograms ( ভাবলেখ বা  ধাৰনাজ্ঞাপক চিহ্ন )


3. Distinguish between  ( পাৰ্থক্য নিৰূপন কৰা )

a. Phonograms And Ideograms  ( ধ্বনীজ্ঞপক চিহ আৰু ধাৰনাজ্ঞাপক চিহ ।

b. Classical Logic And Symbolic Logic  ( পৰম্পৰাগত তৰ্কবিজ্ঞানৰ আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞান )


4. Write Short Notes  ( চমুটোকা লিখা )


a. Logical Form  ( তৰ্কীয় আকাৰ )

b. Deductive Method  ( নিগমনাত্মক পদ্ধতি )

c.Ideogram  ( ধাৰনাজ্ঞাপক চিহ )

d.Logical Constant  ( তৰ্কীয় নিয়ত )

e. Moden Logic  ( আধুনিক তৰ্কবিজ্ঞান )

f. Variable ( চল বা পৰিৰ্বত্য )

g. Development Of Symbolic Logic. ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ ক্ৰমবিকাশ )

h. Logical Form ( তৰ্কীয় আকাৰ )


5. What Is Meant by Implication In Logic ? ( তৰ্কবিজ্ঞানত সংশ্লষন বুলিলে কি বুজা ? )


6. Distinguish Between  ( পাৰ্থক্য নিৰ্নয় কৰা )


7. State Three Points Of difference between Traditional Logic And Symbolic Logic  ( পৰম্পৰাগত তৰ্কবিজ্ঞানৰ আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা )


8. What Is Logical Form ? ( তৰ্কীয় আকাৰ বুলিলে কি বুজা ? )


9.Distinguish Between  ( পাৰ্থক্য নিৰ্নয় কৰা ) 


তৰ্কীয় অবিকাৰী আৰু পৰিবৰ্ত্য )


C. Essay Type Questions:


1. What Is Symbolic Logic ? Discuss The Rela- Tion And Difference between Symbolic Logic and Classical Logic  ( প্ৰতীকাত্মক তৰ্কবিজ্ঞান কাক বোলে ? প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য আলোচনা কৰা । )


2. Discuss The Different Stages Of Develpment Of Symbolic Logic. ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ ক্ৰমবিকাশৰ বিভিন্ন স্তৰ আলোচনা কৰা । )


3. What Is Symbol ? What Are Its Uses Logic ?  ( প্ৰতীক কাক বোলে ? তৰ্কবিজ্ঞানৰ প্ৰতীক ব্যৱহাৰ উপযোগীতা কি ? )


4. Symbolic Logic Is a developed Form Of Traditional Logic: ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ পৰম্পৰাগত তৰ্কবিজ্ঞানৰ এটা উন্নীত আকাৰ - ব্যখ্যা কৰা । )


 5. Write Short Notes  ( চমু টোকা লিখা । ) 

 a. Uses Of Symbols In Logic   তৰ্কবিজ্ঞানৰ প্ৰতীক ব্যৱহাৰ উপযোগীতা )


6. What do You Mean by Symbolic Logic ? Discuss Its Main Characteristics ( প্ৰতীকাত্মক তৰ্কবিজ্ঞান বুলিলে কি বুজাল ? ইয়াৰ মূল বৈশিষ্টসমূহৰ আলোচনা কৰা । )


7. What Is Symbol ? What Are Uses In Logic ? ( প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মূল বৈশিষ্ট )


8. What Is Symbolic Logic ? Describe Its Nature  ( প্ৰচতীকাত্মক তৰ্কবিজ্ঞানৰ কাক বোলে ? ইয়াৰ প্ৰকৃতি বা স্বৰূপ বৰ্ননা কৰা । )


9. What do You Mean by Classical Logic ? Is There Any Fundamental Difference Between Classical Logic And Symbolic ? Discuss. ( পৰম্পৰাগত তৰ্কবিজ্ঞানৰ বুলিলে কি বুজা ? পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত কোনো মৌলিক পাৰ্থক্য আছেনে ? আলোচনা কৰা । )


10. What Is Symbolic  Lgic  ? Discuss The Relation And Difference Between Symbolic Logic And Classical Lgic. ( প্ৰতীকাত্মক তৰ্কবিজ্ঞান কাক বোলে ? প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য আলোচনা কৰা । )


11. What do You Mean by Logical Form ? Why The Notion Of Form Has Been Given Much Importance In Symbolic Logic ? Disucss  ( তৰ্কীয় আকাৰ বুলিলে কি বুজা ? প্ৰতীকাত্মক তৰ্কবিজ্ঞানত আকাৰ ওপৰত কিয় অধিক গুৰুত্ব দিয়া হয় ? আলোচনা কৰা । )


12. Explain Briefly The Importance Of Using Symbols In Logic.  ( তৰ্কবিজ্ঞানৰ প্ৰতীক ব্যৱহাৰ গুৰুত্ব চমুকৈ ব্যাখ্যা কৰা । )


13. Why Symbolic Logicians Are More Interested To Use Symbol  In Symbolic Logic ? Discuss.  ( আধুনিক তৰ্কবিদসকল প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ প্ৰতীক ব্যৱহাৰ কৰিব কাৰনে বেছি আগ্ৰহী কিয় ? আলোচনা কৰা ।)


Type Sumit Patar