আগমন আৰু ইয়াৰ প্ৰকাৰ | প্ৰথম অধ্যায় | তৰ্কবিজ্ঞান আৰু দৰ্শন । উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুঠি । প্ৰশ্ন আৰু উত্তৰ । Class 12 Logic & Philosophy | Question and Answer | Higher Secondary Question and Answer |


প্ৰথম খণ্ড

আগমন আৰু ইয়াৰ প্ৰকাৰ


অতি চমু প্রশ্ন 

১। আগমন কিমান প্ৰকাৰৰ ? সেইবােৰ কি কি ? 

উত্তৰঃ


২। আগমন আধাৰ কি ? 

উত্তৰঃ


৩। প্রকৃত আগমন ——– প্ৰকাৰৰ । 

উত্তৰঃ


৪। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল — । 

উত্তৰঃ


৫। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হল ____।

উত্তৰঃ


৬। সকলাে গ্রহ সূর্যৰ পােহৰত জিলিকে ' হ'ল _____ ৰ এটা উদাহৰণ। 

উত্তৰঃ


৭। অবৈজ্ঞানিক আগমন কিহৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ


৮। আগমনেই নিগমনৰ সামান্য বচন যােগান ধৰে ____শুদ্ধনে?

উত্তৰঃ


৯। সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিতনে ?

উত্তৰঃ


১৩। সাদৃশামূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিতনে ? 

উত্তৰঃ


১১। সাদৃশ্যনুমানৰ ভিত্তি কি ? 

উত্তৰঃ


১২। ভাল সাদৃশ্যনুমানৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ


১৩। বৈজ্ঞানিক আগমনে কোন প্রকাৰৰ বচন প্রতিষ্ঠা কৰে ? 

উত্তৰঃ


১৪। ' আগমনাত্মক জাপ হ’ল বিশেষৰ পৰা সামান্যলৈ এক যাত্রা'— শুদ্ধ নে অশুদ্ধ ? 

উত্তৰঃ


১৫। সাদৃশানুমানৰ মূল্য কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ


১৬। সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত হল সম্ভাব্য স্বভাবৰ ___শুদ্ধনে ? 

উত্তৰঃ


১৭। তলত দিয়া কোনটো কথা শুদ্ধ ? 

উত্তৰঃ


( ক ) আগমন কেৱল বস্তুগত সত্যতাৰ লগত জড়িত । 

উত্তৰঃ


( খ ) আগমন আকাৰগত আৰু বস্তুগত উভয় প্রকাৰৰ লগত জড়িত । 

উত্তৰঃ


( গ ) আগমন হৈছে এক সামাণ্যকৰণৰ প্রণালী । 

উত্তৰঃ


১৮। বৈজ্ঞানিক আগমনেই এক বিশ্লেষণাত্মক বা অশাব্দিক বচন / সংশ্লেষনাত্মক বা শাব্দিক বচন প্রতিষ্ঠা কৰে ৷ 

উত্তৰঃ


১৯। সকলােবােৰ অনুমানেই সাদৃশ্যমূলক'— এই উক্তিৰ সৈতে জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা । 

উত্তৰঃ


 চমু প্রশ্ন 

১। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত ____ কিয় ।

উত্তৰঃ


২। বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া ? 

উত্তৰঃ


৩। বৈজ্ঞানিক আগমন কি ? 

উত্তৰঃ


৪। ভাল সাদৃশ্যনুমানৰ দুটা চর্ত উল্লেখ কৰা । 

উত্তৰঃ


৫। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাব্য স্বভাৱৰ ’ ____ কিয় ।

উত্তৰঃ


৬। সাদৃশ্যানুমানৰ মূল্য নির্ধাৰণৰ যিকোনাে এটা চর্ত উল্লেখ কৰা । 

উত্তৰঃ


৭। আগমনাত্মক পদ্ধতি বা আমমনাত্মক নীতিৰ বিভিন্ন স্তৰসমূহ কি কি ? 

উত্তৰঃ


৮। প্রমানীকৰণ কি ? ইয়াৰ বিভিন্ন প্ৰকাৰবােৰ কি কি ? 

উত্তৰঃ


৯। উপযুক্ত উদাহৰণসহ আগমন অনুমানৰ সংজ্ঞা দিয়া ।

উত্তৰঃ



১০। আগমনৰ সাধাৰণ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ


১১। আগমন আৰু নিগমনৰ মাজৰ তিনিটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ


১২। আগমনাত্মক জাপ বুলিলে কি বুজা ? আগমনাত্মক জাপৰ জটিলতাবােৰ আঁতৰাবলৈ বৈজ্ঞানিক আগমনেই কিহৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ


১৩। বৈজ্ঞানিক আগমন দুটা নীতিৰ ওপৰত নিৰ্ভৰ কৰে । এই নীতি দুটা কি কি ? এই নীতি দুটাৰ অর্থ কি ? 

উত্তৰঃ


১৪। অবৈজ্ঞানিক আগমন কি ? অবৈজ্ঞানিক আগমনৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ


১৫। সাদৃশ্যমূলক যুক্তিৰ মূল্য কিদৰে নিৰূপণ কৰিব পাৰি ?

উত্তৰঃ


১৬। উদাহৰণৰ সহায়ত ভাল সাদৃশ্যানুমান আৰু বেয়া সাদৃশ্যানুমান ব্যাখ্যা কৰা ।

উত্তৰঃ


১৭ | নিগমন আৰু আগমনৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ


১৮। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত তিনিটা সাদৃশ্য উল্লেখ কৰা ।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন 

১। আগমনৰ চাৰিটা স্তৰ চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ


২। বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ অমিল চাৰিটা উল্লেখ কৰা । 

উত্তৰঃ


৩। ভাল সাদৃশ্যানুমান আৰু বেয়া সাদৃশ্যনুমানৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ


৪। ‘ আগমনাত্ম জাপৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ



৫। বৈজ্ঞানিক আগমন কি ? ইয়াৰ তিনিটা মূল বৈশিষ্ট্য কি কি ?

উত্তৰঃ

 

৬। আগমনৰ সমস্যাৰ বিষয়ে এটা চমুটোকা লিখা । 

উত্তৰঃ


৭। আগমন কি ? ইয়াৰ সাধাৰণ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ


৮। আগমন নীতি বুলিলে কি বুজা ? ইয়াৰ বিভিন্ন স্তৰবােৰ ব্যাখ্যা কৰা। 

উত্তৰঃ


৯। বৈজ্ঞানিক আগমন কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ


১০। অবৈজ্ঞানিক আগমন কি ? ইয়াৰ বৈশিষ্ট্যবোেৰ কি কি ? 

উত্তৰঃ


১১। সাদৃশ্যানুমান কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ?

উত্তৰঃ


১২। অবৈজ্ঞানিক আগমনৰ মূল্য কি ? 

উত্তৰঃ


১৩। তুমি এই কথা মানি লােৱানে নিগমন আৰু আগমনৰ পার্থক্য কেৱল ইয়াৰ আৰম্ভণিতহে , ইয়াৰ পৰিণতিত নহয় ? ব্যাখ্যা কৰা । 

উত্তৰঃ


১৪। আগমনৰ প্রয়ােজনীয়তা কি ? 

উত্তৰঃ


১৫। সকলােবােৰ অনুমানেই সাদৃশ্যমূলক ’ আলােচনা কৰা 

উত্তৰঃ


১৬। সাদৃশ্যমূলক অনুমান আৰু বৈজ্ঞানিক অনুমানৰ মাজত থকা দুটা সাদৃশ্য বা বৈসাদৃশ্য উল্লেখ কৰা ।

উত্তৰঃ


Type : Sri Bidyut Thakuria.