ৰাজপথ 

A. অতি চমু প্রশ্নঃ


১। 'ৰাজপথ’ কবিতাটিৰ কবিগৰাকীৰ ছদ্মনামটি উল্লেখ কৰা।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ

২। নচিকেতা ছদ্মনামত কোনে কবিতা ৰচনা কৰিছিল?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ

৩। আধুনিক কবিতাৰ জন্মযাত্ৰাৰ আৰম্ভণি কেতিয়াৰপৰা? 

উত্তৰঃ

৪। 'ৰাজপথ’ কবিতাটো প্রথমে কত প্রকাশ পাইছিল? 

উত্তৰঃ

৫। ভৱানন্দ দত্তই কি ছদ্মনামত 'ৰাজপথ’ কবিতাটো লিখিছিল? 

উত্তৰঃ

৬। 'দৃষ্টি আৰু দর্শন’ নামৰ পুথিখনৰ লেখক কোন? 

উত্তৰঃ

৭। কবি ভৱানন্দ দত্তই কোনখন কবি সন্মিলনৰ সভাপতিত্ব কৰিছিল?

উত্তৰঃ

৮। ৰাজপথটো কিয় অন্ধকাৰ হৈ পৰিছিল?

উত্তৰঃ

৯। ফুট-পাথৰ বজাৰৰ পৰা কোনে বজাৰ কৰে? 

উত্তৰঃ

১০। কবিতাটোত বিচিত্র লীলা বুলি কাৰ কথা বুজাইছে?

 উত্তৰঃ

১১। কবিতাটোত “নিঃশ্রেয়স মােক্ষ’ শব্দটোৱে কি বুজাইছে?

উত্তৰঃ

১২। আধুনিক কবিতাৰ পথ-প্রদর্শক বুলিলে কোনজন কবিক। বুজায়।

উত্তৰঃ

১৩। শব্দার্থ লিখাঃ 

শ্রান্তি, মেহগনি, নিঃশ্রেয়, মােক্ষ;

উত্তৰঃ

B. চমু প্রশ্নঃ

১। ৰাজপথ কবিতাটিৰ আধুনিক যুগৰ কোনখিনি সময় চিত্র অংকিত হৈছে? কবিতাটি প্রথমে ক'ত প্রকাশ পাইছিল?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ

২। 'ৰাজপথ’ কবিতাটো কোনে, কি ছদ্মনামত প্রকাশ কৰিছিল?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ

৩। ৰাজপথ কবিতাটিৰ ৰচক কোন? কবিতাটি কোনখন | আলােচনীত প্রথম প্রকাশ পাইছিল?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

৪। নিঃশ্রেয়স আৰু মােক্ষ শব্দৰ অৰ্থ লিখা। 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

৫। ৰাজপথৰ দুয়ােকাষে কবিয়ে কি লক্ষ্য কৰিছে? তাৰ ভিতৰুৱা ৰূপ কেনেকুৱা? 

উত্তৰঃ

৬। ৰাজপথৰ তলত কবিয়ে দেখা চিত্ৰখনত কি অংকিত হৈছে?

উত্তৰঃ

৭। অসমীয়া কবিতালৈ প্রগতিবাদী চিন্তাৰ সোঁত বােৱাই অনাৰ ক্ষেত্ৰত প্রধান ভূমিকা কোনে কোনে লৈছিল? 

উত্তৰঃ

৮। কবিয়ে কবিতাটিৰ শেষভাগত ৰাজপথকৈ কাৰ আশ্রয়স্থলী হিচাপে প্ৰকাশ কৰিছে?

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ


১। 'ৰাজপথ ’ কবিতাটিৰ মূলভাব লিখা।

(এই প্ৰশ্নটো 2015, 2017 চনত আহিছিল)

উত্তৰঃ

২। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(এই প্ৰশ্নটো 2019 চনত আহিছিল

(ক) আন্ধাৰ ৰাতিৰ সুযােগ লৈ 

সমাজৰ চকুত ধূলি দিয়া 

জীৱিকা সন্ধানী ভদ্রবনিতাৰ 

চৰণাঘাত লভিছা কত! 

উত্তৰঃ

৩। 'ৰাজপথ’ কবিতাটিৰ মূলভাব লিখা। 

উত্তৰঃ

৪। আধুনিক কবিতা বুলিলে কি বুজা? আধুনিক কবিতাৰ প্রধান বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ

৫। ৰাজপথৰ প্রশান্ত অৱস্থাৰ সুবিধা লৈ কেনেধৰণৰ প্ৰেমৰ ছবি কবিয়ে অংকন কৰিছে - চমুকৈ লিখা। 

উত্তৰঃ

৬। 'ৰাজপথ’ কোন শ্রেণীৰ কবিতা? ৰাজপথত প্রকাশ পােৱা সেই শ্ৰেণীৰ কবিতাৰ লক্ষণবােৰ কিমানদূৰপ্রতিভাত হৈছে আলােচনা কৰা 

উত্তৰঃ

৭। 'ৰাজপথ ’ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে-বুজাই লিখা।

 উত্তৰঃ

৮। সমাজ জীৱনৰ শ্ৰেণী-বৈষম্যৰ ছবিখন 'ৰাজপথ’নামৰ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা। 

উত্তৰঃ

৯। ব্যাখ্যা কৰাঃ

(ক) কত ব্যগ্ৰ ৰজনীৰ উদ্ভান্ত প্ৰেমৰ 

       গােপন অভিসাৰ চলে। 

       তােমাৰ প্রশান্ততাৰ সুবিধা লৈ। 

উত্তৰঃ

(খ) আন্ধাৰ ৰাতিৰ সুযােগ লৈ 

      সমাজৰ চকুত ধূলি দিয়া 

      জীৱিকা-সন্ধানী ভদ্র-বনিতাৰ 

      চৰণাঘাত লভিছা ক'ত! 

উত্তৰঃ

(গ) পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান 

      অর্গেনত ৰবীন্দ্র সংগীত; 

      ডবল-তলিচা পৰা মেহগনি পালেঙত 

      অলসায়িত দেহা 

উত্তৰঃ

(ঘ) আৰু তাৰ তলতেই ফুটপাথত 

     (ধন্য তােমাৰ দয়া) 

     শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা 

     মৃতপ্রায় কংকালৰ শাৰি 

 উত্তৰঃ