এখন চিঠি

A. অতি চমু প্ৰশ্নঃ

 ১। (ক) 'এখন চিঠি' কবিতাটিৰ কবি কোন?

(এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰঃ

২। হেম বৰুৱাৰ জন্ম কিমান চনত হৈছিল? 

উত্তৰঃ

৩। 'শত্রু-সৈন্যই চেলা গিৰিপথ অতিক্ৰম কৰিছে।' চেলা গিৰিপথ ক'ত? 

উত্তৰঃ

৪। এখন চিঠি কবিতাটো কোনখন কাব্যগ্রন্থৰ পৰা লােৱা হৈছে?

উত্তৰঃ

৫। ‘কিউপিড’ গ্ৰন্থখনৰ ৰচক কোন? 

উত্তৰঃ

৬। হেম বৰুৱাই সম্পাদনা কৰা আলােচনীখনৰ নাম লিখা। 

উত্তৰঃ

৭। হেম বৰুৱাই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম লিখা।

উত্তৰঃ

৮। হেম বৰুৱাদেৱ অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল? 

উত্তৰঃ

৯। হেম বৰুৱাদেৱৰ কিমান চনত মৃত্যু হৈছিল? 

উত্তৰঃ

১০। শব্দার্থ লিখাঃ 

মেঘাচ্ছন্ন, মােহনা, নিবিড়, নিথৰ, অনাখৰী, বনপােৰা জুই, অবিনশ্বৰ।

উত্তৰঃ

B. চমু প্রশ্নঃ

১। হেম বৰুৱাৰ কাব্যগ্রন্থ দুখনৰ নাম লিখা।

(এই প্ৰশ্নটো 2009, 2018 চনত আহিছিল)

উত্তৰঃ

২। 'এখন চিঠি’ শীর্ষক কবিতাটিৰ কবি কোন? কবিতাটিৰ বর্ণনা মতে কোনে কালৈ এখন চিঠি লিখিছিল?

(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ

৩। হেম বৰুৱাৰ দুখন কাব্যপুথিৰ নাম লিখা।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ

৪। চেলা গিৰিপথ ক’ত আছে? ‘এখন চিঠি’কবিতাত এই গিৰিপথ কোনে অতিক্রম কৰা বুলি কোৱা হৈছে?

উত্তৰঃ

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

৫। 'এখন চিঠি’ কবিতাত কোনে, কালৈ চিঠি লিখাৰ বৰ্ণনা আছে?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ

৬। যিকোনাে দুছােৱা ব্যাখ্যা কৰাঃ


(এই প্ৰশ্নটো 2018 চনত আহিছিল)

( ক ) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই 

        লেখি যােৱা তেজৰ বুৰঞ্জী। 

উত্তৰঃ

৭। 'এখন চিঠি’ কবিতাটোৰ কবি কোন? কবিগৰাকীৰ এখন কবিতা পুথিৰ নাম লিখা।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

৮। হেম বৰুৱাই ৰচনা কৰা দুখন ভ্রমণকাহিনীৰ নাম লিখা। 

উত্তৰঃ

৯। হেম বৰুৱাই লিখা দুখন সাহিত্য-সমালােচনামূলক গ্ৰন্থৰ নাম লিখা। 

উত্তৰঃ

১০। ‘তােমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। —কথাষাৰৰ বক্তা কোন? ইয়াত উল্লেখ কৰা তুমি কোন? তেওঁৰ চকু উপচি বাৰিষাৰ বান কিয় নামি আহিছিল? 

উত্তৰঃ

১১। পৰ্বতীয়া বনপােৰা জুই হৈ আছে। – ইয়াত ‘পৰ্বতীয়া বনপােৰা জুই’ বুলি কিহৰ কথা কোৱা হৈছে? 

উত্তৰঃ

১২। ''সর্বশেষত, তােমাক একেষাৰ অনুৰােধ কৰো?” ইয়াত কোনে, কাক, কি অনুৰােধ কৰিছে? 

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ


১। 'এখন চিঠি’ শীর্ষক কবিতাটিৰ মূলভাবটি লিখা। 

(এই প্ৰশ্নটো 2008, 2009, 2016, 2018 চনত আহিছিল)

উত্তৰঃ

২। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ


(ক) যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ

(খ) মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল তাত দেৱতাৰ আশীর্বাদ আছে।

(এই প্ৰশ্নটো 2016, 2019 চনত আহিছিল)

উত্তৰঃ

(গ) সেইবােৰ অনাখৰী কথা আজিও অন্তত পৰ্বতীয়া বনপােৰা জুই হৈ আছে।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ

৩। 'এখন চিঠি’ কবিতাটিৰ কবিৰ পৰিচয় দি কবিতাটিৰ মূলভাব লিখা। 

উত্তৰঃ

৪। 'এখন চিঠি’ কবিতাটোৰ সাৰাংশ লিখা। 

উত্তৰঃ

৫।হেম বৰুৱাৰ 'এখন চিঠি’ কবিতাটিত মৃত্যুক কিহৰ লগত তুলনা কৰা হৈছে? 

উত্তৰঃ

৬। ‘এখন চিঠি’ কবিতাটিত উল্লিখিত সৈনিকজনৰ পত্নীৰ নাম কি? তেওঁ পত্নীক কি বুলি অনুৰােধ কৰিছে। 

উত্তৰঃ

৭। হেম বৰুৱাৰ এখন চিঠি ’ কবিতাটিত সৈনিকজনে । পত্নীক উদ্দেশ্য কৰি কি কি কথা ব্যক্ত কৰিছে তাৰ এটি চমু বর্ণনা দিয়া । 

উত্তৰঃ

৮। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) এই পর্বতবােৰতে প্রতিধ্বনি হৈ আছে

       আমাৰ বুকুৰ তেজৰ চেকুৰাবোেৰ, 

       অন্তৰৰ জুই-শিখা, 

       আৰু মৰমৰ মৰিশালিবােৰ।

উত্তৰঃ