জোখ-মাখ-১ | Unit ৬ Lesson 1 | ষষ্ঠ অধ্যায় প্ৰথম পাঠ | Assam Jatiya Bidyalay | Class 5 New Science Question And Answer | অসম জাতীয় বিদ্যালয় প্ৰশ্ন উত্তৰ | জাতীয় বিদ্যালয় পঞ্চম শ্ৰেণীৰ প্ৰশ্ন উত্তৰ

◻️ প্ৰশ্নাৱলী

( ১ ) জোখমাখত এককৰ প্রয়ােজন কি? 

উত্তৰঃ কোনো বস্তুৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ।


( ২ ) পুৰণি কালত মানুহে কিহৰ সহায়ত সময়ৰ অনুমান কৰিছিল? 

উত্তৰঃ বস্তুৰ ছাঁ চায়েই সময়ৰ অনুমান কৰিছিল।


( ৩ ) এম কে এছ আৰু ছি জি এছ পদ্ধতি কি? 

উত্তৰঃ এম কে এছ পদ্ধতি হ'ল ক্ৰমে মিটাৰ, কিল'গ্ৰাম, ছেকেণ্ড একক হিচাপে লোৱা হয়। 

আৰু ছি জি এছ পদ্ধতি হ'ল ক্ৰমে ছেন্টিমিটাৰ, গ্ৰাম, আৰু ছেকেণ্ডক একক হিচাপে লোৱা হয়। 

( ৪ ) এক পি এছ পদ্ধতিত দৈর্ঘ্য, ভৰ আৰু সময়ৰ একক কি কি? 

উত্তৰঃ এক পি এছ এই পদ্ধতিত দৈৰ্ঘ্য, ভৰ আৰু সময়ৰ একক হ'ল- মিটাৰ, কিল'গ্ৰাম আৰু ছেকেণ্ড। 


( ৫ ) দৈর্ঘ্যৰ জোখ লােৱাৰ সময়ত মন কৰিবলগীয়া দুটা কথা উল্লেখ কৰা। 

উত্তৰঃ ১) বস্তুটোৰ এটা মূৰ প্ৰথম স্কেলডালৰ এটা দাগৰ লগত মিলাই লোৱা আৰু আনটো মূৰ এটা দাগৰ লগত নিমিলিবও পাৰে।

২) স্কেলৰ সহায়ত জোখ লবলগীয়া হলে জোখ লোৱা অৱস্থান চাবলগীয়া মূৰটোৰ পোনে পোনে থকা উচিত।


( ৬ ) পৃথিৱীৰ আৱৰ্তন কালৰ লগত ছেকেণ্ডৰ সম্পর্ক কি ? 

উত্তৰঃ পৃথিৱীয়ে নিজৰ সময়খিনিক চব্বিছ ভাগ কৰিলে এঘন্টাক ষাঠি ভাগ কৰিলে এক মিনিট ষাঠি ছেকেণ্ড কৰিলে পৃথিৱীৰ আৱৰ্তন কালৰ লগত ছেকেণ্ডৰ সম্পৰ্ক আছে। 


( ৭ ) পর্যাবৃত্ত ঘটনা কাক বােলে? দুটা উদাহৰণ দিয়া। 

উত্তৰঃ পুনৰাবৃত্তি হৈ থকা ঘটনাবোৰক পৰ্য্যাবৃত্ত ঘটনা বোলে। 

ঘড়ী, আৰু দোলনা।


( ৮ ) গুণিতক আৰু উপ-গুণিতক একক কাক বােলে? প্রতিবিধৰ দুটাকৈ উদাহৰণ দিয়া। 

উত্তৰঃমান এককৰ পূৰণফলৰ এককবোৰক গুণিতক একক বোলে।  সেইদৰে মান এককৰ সৰু অংশৰ এককবোৰক উপ-গুণিতক একক বোলে।


( ৯ ) .২ মি.ত কিমান মিমি.? 

উত্তৰঃ ২০০০ মি.মি।


( ১০ ) এক কুইণ্টল ভৰ কিমান গ্রা.ৰ সমান? 

উত্তৰঃ 


( ১১ ) এক মাহত কিমান ছেকেণ্ড? 

উত্তৰঃ  ২৫৯২০০ ছেকেণ্ড।


( ১২ ) আজিকালি বস্তুৰ দীঘ হাত বা বেগেতেৰে নােজোখে কিয়? 

উত্তৰঃ কাৰণ এতিয়া দগা-পাল্লা হে সকলোৱে ব্য়ৱহাৰ কৰে।


( ১৩ ) খালী ঠাই পূৰণ কৰা।

উত্তৰঃ


(ক) ১ কিগ্ৰা.    =  ১০০০          গ্ৰা. ।

(খ) ১ লি.    =    ১০০        মিলি.।

(গ) ১ ঘণ্টা.    =     ৩৬০০       ছে.।

(ঘ) ১ কিমি.    =   ১০০০০০          ছেমি.।


Type: DIKHA BORA



Post ID : DABP005901