Chapter: 1 

Robinson Crusoe

ৰবিনছন ক্ৰুছ'


Comprehension: 

বোধগম্যতা:

1. Answer the following questions in complete sentences:

প্ৰশ্ন সমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া:

a) What is the name of the shipwrecked sailor

ধ্বংশ মুখি জাহাজ খনৰ নাৱিক জনৰ নাম কি হয়? 

Ans: The name of the shipwrecked sailor is Robinson Crusoe.

জাহাজ দুৰ্ঘটনাগ্ৰস্ত নাৱিকজনৰ নাম ৰবিনছন ক্ৰুছ’।

b) When did he begin his journey by the sea for trade? 

তেওঁ বেপাৰৰ বাবে সাগৰৰ মাজেৰে যাত্ৰা কেতিয়া আৰম্ভ কৰিছিল? 

Ans: On 1st September 1659, he began his journey by the sea for trade.

তেওঁ ১ ছেপ্টেম্বৰ ১৬৫৯ তাৰিখে সাগৰৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিছিল।

c) Who gave him company in the island at the beginning? 

কোনে তেওঁক দ্বীপ টোত প্ৰথমে লগ দিলে?

Ans: A cat and a dog gave him company in the island at the beginning.

এটা মেকুৰী আৰু এটা কুকুৰে তেওঁক প্ৰথমে দ্বীপ টোত লগ দিলে।

d) What did Crusoe call the man whom he had rescued?

Crusoe এ উদ্ধাৰ কৰি অনা মানুহ জনক কি বুলি মাতিছিল? 

Ans: Crusoe called the man 'Friday' as he was rescued on a Friday.

শুক্ৰবাৰে উদ্ধাৰ হোৱাৰ লগে লগে ক্ৰুচোৱে মানুহজনক 'শুক্ৰবাৰে' বুলি মাতিছিল।

e) Which language did Crusoe teach Friday? 

Crusoe এ Friday ক কোনটো ভাষা শিকাইছিল? 

Ans: Crusoe taught Friday the English Language. 

    ক্ৰুছ’ই শুকুৰবাৰে ইংৰাজী ভাষা শিকাইছিল।

2. How did Crusoe manage to go back to England?

Crusoe এ ইংলেণ্ড লৈ উভতি যোৱাৰ প্ৰবন্ধ কি দৰে কৰিলে? 

Ans: One day a ship with an English flag was coming towards the island. Crusoe somehow convinced the members of the ship to carry him and Friday after knowing the ship was an English ship. That's how Crusoe managed to go back to England. 

এদিন, ইংৰাজৰ পতকা থকা জাহাজ এখন দ্বীপ টোৰ দিশে আহি আছিল। Crusoe এ কেনেবাকৈ জাহাজ খনৰ মানুহ কেইজনক তেওঁক আৰু Friday ক লগত নিবলৈ মান্তি কৰালে, জাহাজ খন ইংৰাজী জাহাজ বুলি জনাৰ পাছত। তেনেদৰেই, Crusoe এ ইংলেণ্ড লৈ উভতি যোৱাৰ প্ৰবন্ধ কৰিলে।

3. Write whether the following statements are true or false:.

তলৰ বাক্য বোৰৰ কোনটো ভুল কোনটো শুদ্ধ বাচি উলিয়োৱা:

a) Robinson Crusoe did not love to travel on the sea. 

Robinson Crusoe এ সাগৰৰ যাত্ৰা কৰি ভাল পোৱা নাছিল। 

Ans: False ভূল

b) Robinson Crusoe was the only survivor.

Robinson Crusoe একমাত্ৰ উত্তৰ্জিবি আছিল। 

Ans: True শুদ্ধ

c) Robinson tamed horse.

Robinson এ ঘোঁৰা পূহিছিল। 

Ans: False ভূল

d) Friday was rescued on Sunday.

Friday ক দেওবাৰে উদ্ধাৰ কৰা হৈছিল।

Ans: False ( ভূল ) 

e) Robinson Crusoe went back to England on an English ship on 19th November, 1686. 

Robinson Crusoe এখন ইংৰাজী জাহাজত ১৯ নৱেম্বৰ, ১৬৮৬ তাৰিখে ইংলেণ্ড লৈ উভতি গৈছিল।

Grammar and Usage: 

ব্যাকৰণ আৰু ব্যৱহাৰ:

Use of "be" verbs (am, is, are, was, were) as helping verbs or auxiliary verbs.

সহায়ক ক্ৰিয়া বা সহায়ক ক্ৰিয়া হিচাপে "হোৱা" ক্ৰিয়া (am, is, are, was, were) ৰ ব্যৱহাৰ।

"Be" verb (am, is, are, was, were) বোৰক helping বা auxiliary verb হিচাপে ব্যৱহাৰ কৰা হয়।

Be verbs are used to form the continuous tense form of verbs.

Be verbs ব্যৱহাৰ কৰি ক্ৰিয়াৰ অবিৰত কালৰ ৰূপ গঠন কৰা হয়।

The Present Continuous Tense

( বর্তমান অবিৰত কাল )

Examples: 

( উদাহৰণ )

a) I am drawing a picture.

মই এখন ছবি আঁকি আছোঁ।

b) He is drinking a glass of milk.

সি এগিলাছ গাখীৰ খাই আছে।

c) They are eating mangoes.

সিহঁতে আম খাই আছে।

d) Samriddhi is driving a car.

সমৃদ্ধিয়ে এখন গাৰী চলাই আছে।

e) The children are singing a chorus.

লৰা ছোৱালী বোৰে এটা কুৰাছ গাই আছে।

In the above sentences the verbs "am" , "is", "are" are called auxiliary verbs. They are helping the main verbs 'draw', 'drink', 'eat', 'drive' and 'sing' to form the structure of the Present Continuous Tense. 

ওপৰত দিয়া বাক্য কেইটাত (am, is, are) verb কেইটাক auxiliary verb বোলে। সিহঁতে main verb (draw, drink, eat, drive and sing) ক সহায় কৰে Present Continuous Tense ৰ ৰূপ এটা গঠন কৰিবলৈ।

Activity 1:

( কাৰ্য্যসূচী ১:)

a) The brids are flying in the sky now.

ক) চৰাইবোৰ এতিয়া আকাশত উৰি আছে।

b) Rupak is reading; don't disturb him.

ৰূপকে পঢ়ি আছে, তাক আমনি নকৰিবা।

c) Look! I am reading a book written by Chetan Bhagat.

গ) চাওকচোন! চেতন ভগত লিখা এখন কিতাপ পঢ়ি আছো।

d) At this moment, my father is drinking tea.

এই মুহূৰ্ত্তত, মোৰ দেউতাই চাহ খাই আছে।

e) The women are busy because they are washing clothes.

মহিলা সকল ব্যস্ত আছে কাৰণ তেওঁলোকে কাপোৰ ধুই আছে।

The Past Continuous Tense is used when an action was continued for sometime in the past. 

এই tense তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া এটা কাম কিছু সময়লৈকে ভূত কালত চলি থকা বুজাই।

    Examples: 

উদাহৰণ

a) When he saw me I was reading a newspaper.

ক) যেতিয়া তেওঁ মোক দেখিলে মই এখন বাতৰি কাকত পঢ়ি আছিলো।

b) We were running on the bank of the river at that time.

আমি সেই সময়ত নদীৰ বুকুত দৌৰি ফুৰিচিলো।

c) You were sitting on the bench then.

তুমি তেতিয়া বেঞ্চি খনত বহি আছিলা।

d) The boy was speaking to his friends at that moment.

সেই সময়ত লৰা জনে তাৰ বন্ধু বোৰৰ লগত কথা পাতি আছিল।

e) When my father saw them they were singing a Jyoti Sangeet.

মোৰ দেউতাই যেতিয়া সিহঁতক দেখে সিহঁতে জ্যোতি সংগীত গায় আছিল।

In the above sentences the verb "was" and "were" are called auxiliary verb. They are helping the main verbs 'read', 'run', 'sit', 'speak' and 'sing' to form the structure of the Past Continuous Tense.

   ওপৰত দিয়া বাক্য কেইটাত (was আৰু were) verb কেইটাক auxiliary verb বোলে। সিহঁতে main verb (read, run, sit, speak আৰু sing) ক সহায় কৰে Past Continuous Tense ৰ ৰূপ এটা গঠন কৰিবলৈ।

Activity 2:

কাৰ্য্যসূচী ২:

a) The girl was dancing on the stage when they saw her.

সিহঁতে যেতিয়া তাইক দেখে তাই তেতিয়া মঞ্চৰ ওপৰত নাচি আছিল।

b) The women were wearing traditional dresses then.

মহিলা সকলে তেতিয়া পৰম্পৰাগত পোছাক পৰিধান কৰি আছিল।

c) Lalita was swimming in the pool at that time.

ললিতাই সেই সময়ত পুলত সাঁতুৰি আছিল।

d) The children were eating oranges at that moment.

লৰা ছোৱালী কেইটাই সেই সময়ত কমলা খাই আছিল।

e) When my mother saw him, he was riding a bicycle.

মোৰ মায়ে যেতিয়া তাক দেখে, সি তেতিয়া ছাইকেল চলাই আছিল।

Use of "has" and "have" as auxiliary verbs or helping verbs.

(Has আৰু Have ৰ) auxiliary verb হিচাপে কৰা ব্যৱহাৰ।

We use 'has' and 'have' to form the Present Perfect Tense.

আমি (has আৰু have) ৰ ব্যৱহাৰ present perfect tense গঠন কৰিবলৈ কৰোঁ।

Examples:

উদাহৰণ:

a) I have written a letter just now.

মই এইমাত্ৰ এখন চিঠি লিখিলোঁ।

b) We have already won the match.

আমি ইতিমধ্যেই খেল খন জিকিলো।

c) He has just posted the letter.

সি এইমাত্ৰ চিঠি খন পোষ্ট কৰিলে।

d) You have finished your homework just now. 

তুমি এইমাত্ৰ তোমাৰ হম ৱৰ্ক শেষ কৰিলা।

e) Ronit has already eaten the apples.

ৰণিতে ইতিমধ্যেই আপেল বোৰ খাই পেলালে।

   In the above sentences, the verbs 'has' and 'have' are called auxiliary verbs. They are helping the main verbs 'write', 'win', 'post', 'finish' and 'eat' to form the structure of the Present Perfect Tense.

ওপৰত দিয়া বাক্য কেইটাত (has আৰু have) verb কেইটাক auxiliary verb বোলে। সিহঁতে main verb (write, win, post, finish আৰু eat) ক সহায় কৰে Present Perfect Tense ৰ ৰূপ এটা গঠন কৰিবলৈ।

Activity 3:

কাৰ্য্যসূচী ৩:

a) Robin has already bought the novel.

ৰবীনে ইতিমধ্যই উপন্যাস খন কিনি আনি।

b) You have opened the window just now. 

তুমি খিৰিকী খন এইমাত্ৰ খুলি দিলা।

c) She has just cut her finger.

তাই এইমাত্ৰ তাইৰ আঙুলি টো কাটি ললে।

d) The dried leaves have already fallen from the tree.

শুকান পাত বোৰ ইতিমধ্যেই গছ যুপাৰ পৰা সৰিল।

e) The monkey has eaten all the bananas just now.

বান্দৰ টোৱে এইমাত্ৰ গোটেই কল বোৰ খাই পেলালে।

Use of 'do', 'does' and 'did' to form negative and interrogative sentences.

Negative আৰু interrogative sentence গঠন কৰিবলৈ 'do', 'does' আৰু 'did' ৰ ব্যৱহাৰ।

Examples of negative sentences:

ঋণাত্মক বাক্যৰ উদাহৰণ:

a) They did not fight yesterday.

সিহঁতে যোৱা কালি কাজীয়া কৰা নাই।

b) He does not drink coffee.

সি কফি নাখায়।

c) We do not like to eat oranges.

আমি কমলা খায় ভাল নাপাওঁ।

Activity 4:

কাৰ্য্যসূচী ৪:

1.

a) She did not teach us English last year. 

তেওঁ আমাক যোৱা বছৰ ইংৰাজী পঢ়োৱা নাছিল।

b) Leena and Seema do not like to drink milk.

লিনা আৰু  সীমাই গাখীৰ খাই ভাল নাপায়।

c) I do not quarrel with my friends.

মই মোৰ বন্ধুৰ লগত তৰ্ক নকৰোঁ।

d) Smita did not go to school yesterday.

স্মিতা যোৱা কালি স্কুললৈ নগল।

e) My pet dog doesn't bark at strangers.

মোৰ পোহনীয়া কুকুৰ টোৱে অচিনাকী লৈ নুভুকে।

Examples of Interrogative Sentences:

Interrogative sentence ৰ উদাহৰণ:

a) Did they come yesterday?

সিহঁত যোৱা কালি আহিল নে?

b) Does he drink milk?

সি গাখীৰ খাই নে?

c) Do you like to eat mangoes?

তুমি আম খাই ভাল পোৱানে?

Activity 5:

কাৰ্য্যসূচী ৫:

a) Did she teach them Hindi last year?

তেওঁ সিহঁতক যোৱা বছৰ হিন্দী পঢ়োৱাইছিল নে? 

b) Does Reena like to eat apples?

ৰীনাই আপেল খাই ভাল পাই নে? 

c) Do you go to school by bus?

তুমি বাছেৰে স্কুললৈ যোৱা নে?

d) Does Simanta comes here every Sunday?

সীমান্ত ইয়ালৈ প্ৰতি দেওবাৰে আহে নে? 

e) Did they go to library last Saturday?

সিহঁত যোৱা শনিবাৰে পুথিভঁৰাললৈ গৈছিল নে?

In the above examples of negative and interrogative sentences 'do', 'does' and 'did' help the main verbs 'fight', 'drink', 'like' and 'come' to form negative and interrogative sentences. These different forms of 'do' verb are called auxiliary verb. 

ওপৰত দিয়া উদাহৰণ অনুযায়ী Negative আৰু  Interrogative Sentence (do, does, did) এ main verbs (fight, drink, like, come) বোৰক সহায় কৰে। এই বিভিন্ন ধৰণৰ 'do' verb বুৰক auxiliary verb বোলা হয়। 

Note: The above mentioned verbs like 'am', 'is', 'are', was', 'were', 'has', 'have', 'do', 'does' and 'did' are called Primary Auxiliary Verbs

   উপৰত উল্লেখ কৰা verb যেনে (am, is, are, was, were, has, have, do, does আৰু did) ইহঁতক Primary Auxiliary Verb বুলি কোৱা হয়।

Wh-question words:

প্ৰশ্ন শব্দ সমূহ:

Who, whom, whose, what, which, how, why, when and where are called wh-question words. We use these wh-question words to ask questions.

    এই গোটেই বোৰক wh প্ৰশ্ন শব্দ বুলি কোৱা হয়। আমি এই শব্দ বোৰ প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰোঁ। 

Examples:

উদাহৰণ:

1) Who took my pen?

মোৰ কলম টো কোনে ললে?

2) Whom did you see? 

তুমি কাক দেখা পালা?

3) With whom did you go there? 

তুমি কাৰ লগত তালৈ গলা?

4) Whose book is this?

এইখন কাৰ কিতাপ?

5) What is your name?

তোমাৰ নাম কি?

6) What do you want?

তুমি কি বিচৰা?

7) Which is your book?

তোমাৰ কিতাপ কোন খন?

8) How did he come here?

সি ইয়ালৈ কেনেকৈ আহিল?

9) Why are you late?

তোমাৰ দেৰি কীয় হল?

10) When will he come?

সি কেতিয়া আহিব?

11) Where do you live?

তুমি ক'ত থাকা ।

12) Where have you come from?

তুমি ক'ৰ পৰা আহিলা?

Writing activity:

লিখাৰ কাৰ্য্যকলাপ:

Dr. Bhupen Hazarika was born on 8 September, 1926 in Sadiya. The name of his father was Nilakanta Hazarika and his mother's name was Shantipriya Hazarika. He was a famous singer, musician, film maker and lyricist of Assam. He received the Dada Saheb Phalke award in 1992. He died on 5th November 2011. Dr. Bhupen Hazarika has been conferred Bharat Ratna posthumously.

ডক্তৰ ভূপেন হাজৰিকাৰ জন্ম ৮ ছেপ্টেম্বৰ ১৯২৬ সদিয়াত হৈছিল। তেওঁৰ দেউতাকৰ নাম নীলকান্ত হাজৰিকা আৰু মাকৰ নাম শান্তিপ্ৰিয়া হাজৰিকা আছিল। তেওঁ অসমৰ বিখ্যাত গায়ক, সঙ্গীতকাৰ, ছবি নিৰ্মাতা আৰু গিতকৰ আছিল। তেওঁ ১৯৯২ চনত দাদা চাহেব ফাল্কে বঁটা পাইছিল। ৫ নৱেম্বৰ ২০১১ চনত তেওঁৰ মৃত্যু হ'ল। ডক্তৰ ভূপেন হাজৰিকাৰ মৰণোত্তৰ কালত তেওঁক ভাৰত ৰত্ন ৰে সন্মানিত কৰা হৈছিল।

Now look at the following questions and their answers:

এতিয়া তলত দিয়া প্ৰশ্ন আৰু উত্তৰ সমূহ চোৱা:

1) Who was Dr. Bhupen Hazarika?

ডক্তৰ ভূপেন হাজৰিকা কোন আছিল?

Ans: Dr. Bhupen Hazarika was a famous singer, musician, film maker and lyricist of Assam. 

 ডক্তৰ ভূপেন হাজৰিকা অসমৰ এজন বিখ্যাত গায়ক, সঙ্গীতকাৰ, ছবি নিৰ্মাতা আৰু গিতকৰ আছিল।

2) When was he born?

তেখেতৰ জন্ম কেতিয়া হৈছিল?

Ans: He was born on 8 September, 1926.

তেওঁৰ জন্ম ৮ ছেপ্টেম্বৰ, ১৯২৬ চনত হৈছিল।

3) Where was he born?

তেওঁৰ জন্ম ক'ত হৈছিল?

Ans: He was born in Sadiya.

তেওঁৰ জন্ম শদিয়াত হৈছিল।

4) What was the name of his father?

তেওঁৰ দেউতাকৰ নাম কি আছিল?

Ans: The name of his father was Nilakanta Hazarika.

তেওঁৰ দেউতাকৰ নাম নীলকান্ত হাজৰিকা আছিল।

5) What was the name of his mother? 

তেওঁৰ মাকৰ নাম কি আছিল?

Ans: The name of his mother was Shantipriya Hazarika. 

তেওঁৰ মাকৰ নাম শান্তিপ্ৰিয়া হাজৰিকা আছিল।

6) When did he receive the Dada Saheb Phalke award? 

তেওঁ দাদা চাহেব ফাল্কে বঁটা কেতিয়া পাইছিল?

Ans: He received the Dada Saheb Phalke award in 1992.

তেওঁ দাদা চাহেব ফাল্কে বঁটা ১৯৯২ চনত পাইছিল।

7) When did he die?

তেওঁৰ মৃত্যু কেতিয়া হৈছিল? 

Ans: He died on 5 November 2011.

তেওঁৰ 5 নৱেম্বৰ ২০১১ ত মৃত্যু হৈছিল।

Given below is a paragraph on Gautam Buddha. Read the paragraph and frame as many questions as you can on the basis of it.

তলত গৌতম বৌদ্ধ ৰ ওপৰত এটা প্ৰবন্ধ দিয়া আছে। প্ৰবন্ধ টো পঢ়ি তাৰ ওপৰত ভিত্তি কৰি যিমান পাৰি সিমান প্ৰশ্ন বনোৱা। 


Gautam Buddha was born in 563 BC in Lumbini. His father's name was Suddhodhana and his mother's name was Mayadevi. Another name of Gautam Buddha was Siddhartha. The religion Buddhism was founded on his teachings. He is also called Sakyamuni. He died in 483 BC in Kushinagar.

Lumbini: a buddhist pilgrimage site in the Rupandehi district of Nepal.

Kushinagar: a pilgrimage town in Uttarpradesh.

গৌতম বুদ্ধৰ জন্ম ৫৬৩ খৃষ্টপূৰ্বাব্দৰ লুম্বিনিত হৈছিল। তেওঁৰ দেউতাকৰ নাম শুদ্দুধন আৰু মাকৰ নাম মায়া দেৱী আছিল। গৌতম বুদ্ধৰ আন এটা নাম সিদ্ধাৰ্থ আছিল। বৌদ্ধ ধৰ্ম টো তেওঁৰ প্ৰশিক্ষণৰ ওপৰত স্থাপিত কৰা হৈছিল। তেওঁক শক্যমুনি বুলিও কোৱা যায়। তেওঁৰ মৃত্যু ৪৮৩ খৃষ্টপূৰ্বাব্দৰ কুশিনগৰত হৈছিল। 

লুম্বিনি: নেপালৰ ৰুপন্দেহি জিলাৰ এক বৌদ্ধ তীৰ্থ স্থল।

কুশিনগৰ: উত্তৰ প্ৰদেশৰ এক তীৰ্থ চহৰ।


Mayuri Saikia 

M.A in English 


Post ID : DABP002827