Lesson: 2 Poem

Wind 


Wind - উইণ্ড - বতাহ 

Softly - চফ্টলি - লাহে লাহে, মৃদুভাৱে 

Break - ব্ৰেক - ভঙা 

Shutters -  চাটাৰচ - ছাটাৰ, খিড়িকীৰ পাত 

Windows - উইনডোচ - সিচৰিত হোৱা 

Scatter - স্কেটাৰ - সিচৰিত হোৱা 

Paper - পেপাৰ - কাগজ  

Throw - থ্ৰে - দলিওৱা 

Down - ডাউন - তল

Shelf - শ্বেল্ফ 

Look - লুক - চোৱা 

tore - টৰ - ছিঙা, ফালা 

Pages - পেজেচ - পৃষ্ঠা 

Brought - ব্ৰট - আনিছিল 

Clever - ক্লেভাৰ - চতুৰ, বুধিয়ক 

Poking - পকিং - ঠেলা মাৰা 

Fun - ফান - ধেমালি 

Weaklings - উইকলিচ - নিশকতীয়া, দুৰ্বল 

Frail - ফ্ৰেইল - কমজোৰ, দুৰ্বল 

Crumbling - ক্ৰাম্বলিং - টুকুৰা-টুকুৰ কৰা 

rafter - ৰাফ্টাৰ - কাঠৰ টুকুৰা 

bodies - বডিচ - শৰীৰ, দেহ

lives (বডিচ): শৰীৰ, দেহ

hearts (হাটচ): হৃদয়

wind god(উইণ্ড গড): বায়ু দেবতা

crush (ক্লাচ): ধ্বংস কৰা, টুকুৰা টুকুৰ কৰা

tell (টেল): কোৱা

so  (চ): সেয়ে

build (বিল্ড): গড়, সজা

strong (ষ্ট্ৰেং): শক্তিশালী

home (হ'মচ): ঘৰদুৱাৰ

joint (জইন্ট): লগ-লগোৱা, যোগ দিয়া

firmly (ফাৰ্মলি) :  দৃঢ়ভাৱে, মজবুতৰূপে

Practise (প্ৰেকটিচ): অনুশীলন কৰা

firm (ফাৰ্ম): দঢ়, মজবুত

steadfast (ষ্টিডফাষ্ট): অটল

friend (ফ্ৰেণ্ড): লগৰীয়া, বন্ধু

blows out (ব্ল'জ আউট): নুমুওৱা

weak (উইক): দুৰ্বল

fires (ফায়াৰ): জুই

roar (ৰোৱাৰ): গৰ্জন মাৰা

flourish (ফ্লৰিচ): উন্নত কৰা, বৃদ্ধি কৰা

friendship (ফ্ৰেণ্ডশিপ): বন্ধুত্ব

praise (প্ৰেইজ): প্ৰশংসা কৰা


Apurba Kakati

(Morigaon, Assam)



Post ID : DABP006413