6 তাপগতি বিজ্ঞান THERMODYNAMICS | Chapter 6 | Class 11 Chemistry Assamese medium | HS 1st Year Chemistry Suggestion Assam | Class 11 Chemistry Question And Answer Assam | Higher Secondary 1st year Chemistry Answer notes | অধ্যায় ৬ | 6 তাপগতি বিজ্ঞান THERMODYNAMICS পাঠটোৰ প্ৰশ্ন উত্তৰ

 

6.1 শুদ্ধ উত্তৰটো বাচি উলিওৱা— তাপগতি বিজ্ঞানীয় অৱস্থা ফলন হ’ল এটা ৰাশি

(i)যাৰ সহায়ত তাপ পৰিৱৰ্তন নির্ণয় কৰা হয় ।

(ii) যাৰ মান পথৰ ওপৰত নিৰ্ভৰ নকৰে ।

(iii)যাৰ সহায়ত চাপ-আয়তন কার্য নির্ণয় কৰা হয়।

(iv) যাৰ মান অকল উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে।

6.2 ৰূদ্ধতাপ অৱস্থাত প্রক্রিয়া এটা সম্পন্ন কৰিবলৈ চৰ্ত হ’ল—

6.3 প্রমাণ অৱস্থাত সকলো মৌলৰ এনথালপি

(i) এক

(ii) শূন্য

(iii)<0

(iv) বেলেগ বেলেগ মৌলৰহ বাবে বেলেগ বেলেগ

6.4 মিথেনৰ দহনৰ বাবে  ৰ মান -X kJ mo1-1 j  মান হব-
(i)

(ii)

(iii)

(iv) 0

6.5 মিথেন, গ্ৰেফাইট আৰু ডাইহাইড্ৰজেনৰ দহন এনথালপি যথাক্ৰমে -890.3 kj mo1-1, -393.5 kj mo1-1 আৰু -285.8 kj mo1-1CH4 (g) ৰ সংগঠন এনথালপি হ

(i) -74.8 kj mo1-1

(ii) -52.27 kj mo1-1

(iii) +74.8 kj mo1-1

(iv) +52.26 kj mo1-1

6.6 বিক্রিয়াটোৰ A+BàC+D+q এনট্রপি ধনাত্মক হলে বিক্রিয়াটো

(i ) উচ্চ উষ্ণতাত সম্ভৱ

(ii) অকল নিম্ন উষ্ণতাত সম্ভৱ

(iii) কোনো উষ্ণতাতে সম্ভৱ নহয়

(iv) যি কোনো উষ্ণতাতে সম্ভৱ

6.7 এটা প্রক্রিয়াত তন্ত্র এটাই 701 তাপ শােষণ কৰি 394J কার্য সম্পাদন কৰে তন্ত্ৰটোৰ অন্তর্নিহিত শক্তিৰ পৰিৱৰ্তন কিমান হ?

6.8 এটা বোমা কেলৰিমিটাৰত চায়েনামাইডৰ  সৈতে ডাইঅক্সিজেনৰ 298 K উষ্ণতাত বিক্রিয়া হ'বলৈ দিয়াত  ৰ মান –742.7 kJ mo1-1 পোৱা গ'এই উষ্ণতা বিক্রিয়াটোৰ এনথালপি পৰিৱৰ্তন কিমান হ? বিক্রিয়াটো হ'

6.9 এলুমিনিয়ামৰ ম'লাৰ তাপধাৰিতা 24 J mo1-1 K-1 লে 60.0 g এলুমিনিয়ামৰ উষ্ণতা 35°C ৰ পৰা 55°C লৈ বৃদ্ধি কৰিবলৈ কিমান kJ তাপ দৰকাৰ হব নির্ণয় কৰা

6.10 10.00C উষ্ণতাত থকা 1.0 mo1 পানী -10.00C উষ্ণতাত বৰফলৈ পৰিৱৰ্তিত কৰিলে এনথালপি পৰিৱৰ্তন কিমান হ (00C উষ্ণতাত)

6.11 কাৰ্বনৰ দহন ঘটাই CO2(g) লৈ ৰূপান্তৰিত কৰোতা কাৰ্বনৰ দহন এনথালপি -393.5jk=kj mo1-1 হ’লে কাৰ্বন আৰু ডাইঅক্সিজেনৰপৰা 35.2g CO2(g) ৎপন্ন কৰোতে উৎপন্ন হোৱা তাপ গণনা কৰা।

6.12 CO(g), CO2(g), N2O(g) আৰু N2O4 ৰ সংগঠন এনথালপি যথাক্ৰমে -110, -393, 81 আৰু 9.7 kJ mo1-1 তলত দিয়া বিক্ৰিয়াটোৰ বাবে  নিৰ্ণয় কৰা-

N2O4(g)+3CO(g)à N2O(g)+3CO2(g)

6.13  দিয়া আছে যে

NH3 গেছৰ প্ৰমাণ সংগঠন এনথালপি কিমান হ?

6.14 তলত দিয়া তথ্যসমূহৰপৰা CH3OH(1) ৰ প্ৰমাণ সংগঠন নিৰ্ণয় কৰা-

6.15 তলত দিয়া প্ৰক্ৰিয়াটোৰ বাবে এনথালপি পৰিৱৰ্তন নিৰ্ণয় কৰা-

CCI4(g)à C(g)+4CI(g)

লগতে CCI4 (g) C-CI বান্ধনি এনথালপিও গননা কৰা। দিয়া আছে যে-

6.16 আন্তৰিত তন্ত্ৰৰ বাবে  কিমান হ?

6.17 2A+BàC বিক্ৰিয়াটোৰ বাবে 298k উষ্ণতাত  আৰু =0.2 kJ k-1 mo1-1 আৰু  ৰ মান স্থিৰ বুলি বিবেচনা কৰিলে কিমান উষ্ণতাত এইবিক্ৰিয়াটো স্বতঃস্ফূৰ্ত হ?

6.18 2CI(g)à CI2(g) বিক্ৰিয়াৰ বাবে  আৰু  ধনাত্মক হবনে ঋণাত্মক হ?

6.19 2A(g)+B(g)à 2D(g) বিক্ৰিয়াৰ বাবে =-44.Jk-1

বিক্ৰিয়াটোৰ বাবে  নিৰ্ণয় কৰা। বিক্ৰিয়াটো স্বতঃস্ফূৰ্ত হবনে?

6.20 এটা বিক্ৰিয়াৰ সাম্য ধ্ৰুৱকৰ মান 10 হলে  ৰ মান কিমান?

(R=8.314JK-1 mo1-1,T=300K)

6.21 তাপগতি বিজ্ঞানৰ ধাৰণাৰপৰা NO(g) ৰ সুস্থিৰতা ওপৰচত মন্তব্য দাঙি ধৰা।

দিয়া আছে

6.22 প্ৰমাণ অৱস্থাত 1.00 mo1 H2O গঠন কৰোতে হোৱা পাৰিপাৰ্শ্বিকৰ এনট্ৰিপ পৰিৱৰ্তন নিৰ্ণয় কৰা দিয়া আছে,






Post ID :DABP006654