ম্মৃতি
দৌৰি দৌৰি ভাগৰ লাগি গৈছৈ,
গাত বল নাইকীয়া হৈ আহিছে ।
আগৰ সেই সুমধুৰ,ৰসাল ম্মৃতি,
বোৰক বিচাৰি মই বৰ ভাগৰুৱা।
বিচাৰি পোৱা নাই সেই ম্মৃতি বোৰ,
কি ভাল লগা দিন আছিল।
বাইদেউ হত সকলোৱে মিলি, চাইছিলো পকা মজিয়াত বহি ।
চিনেমা, খাইছিলো গছৰ পৰা , আম কাটি-কুটি বৰ ভাল লগা,
সেইদিন বোৰ কেতিয়া দিনবোৰ,
সোনকালে চকু পলকতে গ'ল গৈ,
একো গমকে নাপালো মাথো ৰ'!
লাগি চাই ৰ'লো ।
✍️ধৃতিমান ডেকা
Motiram Bora Adarsha High School
মৰিগাঁও, অসম
Motiram Bora Adarsha High School
মৰিগাঁও, অসম
🎉 50.4k Views
সকলো পাঠকক আন্তৰিক ধন্যবাদ
সকলো পাঠকক আন্তৰিক ধন্যবাদ