3.2.3 পৰমাণুবোৰ কিদৰে থাকে? (How do atoms exist?)
অধিকাংশ মৌলৰে পৰমাণুবোৰ স্বাধীনভাবে থাকিব নোৱাৰে। পৰমাণুবোৰে অণু আৰু আয়ন গঠল কৰে। বহুসংখ্য়ক অণু আৰু আয়ন একেলগ হৈ পদাৰ্থ গঠন হয় যাক আমি দেখো অনুভৱ কৰো বা স্পৰ্শ কৰিব পাৰো।
Class 9 General Science Chapter 3
Bidyut Thakuria