2.3.4    সাধাৰণ নিমখ আৰু এম'নিয়াম ক্ল'ৰাইডৰ মিশ্ৰণ কেনেদৰে পৃথক কৰিব পাৰি ? (HOW CAN WE SEPARATE A MIXTURE OF SALT AND AMMONIUM?)

প্ৰথম অধ্যায়ত আমি পাই আহিছো যে এম'নিয়াম ক্ল'ৰাইড তপতালে গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থাল যায়। গতিকে এনে উদ্বায়ী আৰু অনুযায়ী উৰ্ধপাতিত ৰকৰিব নোৱাৰা পদাৰ্থৰ মিশ্ৰণৰ উপাদানবোৰ পৃথক কৰিবলৈ (চিত্ৰ-2.7) উৰ্ধপাতন পদ্ধতি ব্য়ৱহাৰ কৰা হয়। উদ্বায়ী গোটা পদাৰ্থ কেইবিধমানৰ উদাহৰণ হ'ল一  এম'নিয়াম ক্ল'ৰাইড, কৰ্পূৰ, নেফথেলিন আৰু এনথ্ৰাচিন।



চিত্ৰ ঃ 2.7 :  উৰ্দ্ধপাতনৰ দ্বাৰা এম'নিয়াম ক্ল'ৰাইড আৰু নিমখৰ পৃথকীকৰণ।




Class 9 Science Chapter 2

Bidyut Thakuria.