৫০১। 'কুলী' 'দ্য চৰ্ড এণ্ড দ্য চিক'ল' আদি গ্ৰন্থৰ লেখক গৰাকী নাম কি ?

উত্তৰ = মুল্ক ৰাজ আনন্দ ।

৫০২। 'বাই গডছ ডিক্ৰি' গ্ৰন্থখন কোনগৰাকী ক্ৰিকেট খেলুৱৈৰ আত্মজীৱনি ?

উত্তৰ = কপিলদেৱৰ ।

৫০৩। 'প্ৰাইচ অব্ পাৱাৰ' ভাৰতৰ কোনগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ৰচিত গ্ৰন্থ ?

উত্তৰ = মোৰাৰজী দেশাইৰ ।

৫০৪। 'জোনাকী' আলোচনীৰ প্ৰথমে কেতিয়া প্ৰকাশ হৈছিল ?

উত্তৰ = ১৮৮৯ চনত ।

৫০৫। সম্প্ৰতি ভাৰবৰ্ষৰ মুঠ অধিবাসীৰ কিমান শতাংশ খ্ৰীষ্ঠান ধৰ্মাৱলম্বীৰ লোকে বাস কৰে ?

উত্তৰ = ২.৩ শতাংশ ।

৫০৬। ভাৰতৰ সম্প্ৰতি অনুসৰি মুঠ কিমান শতাংশ শিখ ধৰ্মালম্বীৰ লোকে বাস কৰে ?

উত্তৰ = ১.৯ শতাংশ ।

৫০৭। শ্ৰীৰামচন্দ্ৰৰ ধনুখনৰ নাম শাৰঙ্গ । সদাশিৱৰ ধনুখনৰ নাম কি ?

উত্তৰ = পিনাক .

৫০৮। হিন্দুসকলৰ উপাস্য দেৱতা প্ৰজাপতি ব্ৰহ্মাৰ মন্দিৰ থকা একমাত্ৰ ঠাইখনৰ নাম কি ?

উত্তৰ = ৰাজস্থানৰ 'পুস্কৰ' ।

৫০৯। কোনজন চীনা পৰিব্ৰাজক দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্ব কালত ভাৰতলৈ আহিছিল ?

উত্তৰ = ফা-হিয়ান ।

৫১০। নাদিৰশ্বৈহে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰ = ১৭৩৯ চনত ।

৫১১। 'পাদচাহনামা' কি ?

উত্তৰ = দিল্লীৰ চুলতান আৰু মোগলসকলৰ বিষয়ে লিখা বুৰঞ্জী ।

৫১২। মাৰাঠা সাম্ৰাজ্য প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰ = ছত্ৰপতি শিৱাজী ।

৫১৩। কোনজন ৰাজপুত ৰাণাই মোগল সম্ৰাটৰ বশ্যতা স্বীকাৰ কৰা নাছিল ?

উত্তৰ = চিতোৰৰ ৰাণা প্ৰতাপ সিংহই ।

৫১৪। তালিকোটৰ যুদ্ধ কিমান চনত হৈছিল ?

উত্তৰ = ১৫৬৫ চনত ।

৫১৫ । কোনজন মোগল সম্ৰাটে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বঙ্গদেশৰ লগত বেপাৰ কৰিবলৈ ১৭১৭ চনত 'ফৰনাম' জাৰি কৰিছিল ?

উত্তৰ = মোগল সম্ৰাট ফাৰুকছিয়াৰে ।

৫১৬। টমাচ ৰো কোনজন মোগল সম্ৰাটৰ দৰবাৰত উপস্থিত হৈছিল ?

উত্তৰ = সম্ৰাট জাহাঙ্গীৰৰ দৰবাৰত ।

৫১৭। ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় ব্যৱসায়ী সন্থাটোৰ নাম কি ?

উত্তৰ = পৰ্তুগীজ ।

৫১৮। আহোমৰ সৰ্বপ্ৰথম আৰু সৰ্বশেষ ৰজাজনৰ নাম কি ?

উত্তৰ = সৰ্বপ্ৰথম ৰজাজন স্বৰ্গদেউ চুকাফা আৰু সৰ্বশেষ ৰজাজন হ'ল পুৰন্দৰ সিংহ ।

৫১৯ । মুছলমানে অসম কেইবাৰ আক্ৰমণ কৰিছিল ?

উত্তৰ = ১৭ বাৰ ।

৫২০। ভাৰতীয় সমাজৰ সংস্কাৰ সাধনৰ অৰ্থে 'ব্ৰাহ্মসমাজ' কোনে প্ৰতিষ্টা কৰিছিল ?
উত্তৰ = ৰাজা ৰামমোহন ৰায় ।

৫২১। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিল ?

উত্তৰ = মিৰাটত ।

৫২২। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল ?

উত্তৰ = লৰ্ড কেনিং (Lord Canning).

৫২৩। কোন জন আহোমৰ ৰজাই সৰ্বপ্ৰথম হিন্দুনাম গ্ৰহণ কৰিছিল ?

উত্তৰ = চুহুং মুং নামৰ ৰজাই ।

৫২৪। ভাৰতত স্বায়ত্ব শাসন আইনৰ প্ৰৱৰ্তক কোন ?

উত্তৰ = গৱৰ্ণৰ জেনৰেল লৰ্ড ৰিপন (Governor General Lord Ripon ).

৫২৫। ভাৰতত বিধৱা বিবাহ আইনখন কোনে কেতিয়া প্ৰণয়ন কৰে ?

উত্তৰ = লৰ্ড ডেলিহাইছিয়ে (Lord Delihis), ১৮৫৬।

৫২৬। গোপীনাথ বৰদলৈয়ে কেতিয়া অসমত মন্ত্ৰীসবা গঠণ কৰিছিল ?

উত্তৰ = ১৯৩৮ চনত ।

৫২৭। সংবিধানত ভাৰতক কেনেকুৱা ৰাষ্ট্ৰ বুলি ঘোষণা কৰা হৈছে ?

উত্তৰ = 'সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য' বুলি ।

৫২৮। মৌলিক অধিকাৰসমূহ নিৰীক্ষণ কৰিবলৈ কেইজনীয়া কমিটি গঠণ কৰা হৈছে ?

উত্তৰ = ৬ জনীয়া ।

৫২৯। লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বি কৰা প্ৰাৰ্থী এজনৰ বয়স কিমান হ'ব লাগিব ?

উত্তৰ = ২৫ বছৰ ।

৫৩০। ভাৰতৰ প্ৰথমটো চৰকাৰী নিগমৰ নাম কি আৰু এইটো কোন চনত গঠিত হৈছিল ?

উত্তৰ = ১৮৮২ চনত ।

৫৩১। ভাৰতবৰ্ষৰ প্ৰথম অকংগ্ৰেছী প্ৰধান মন্ত্ৰিজনৰ নাম কি ?

উত্তৰ = মৌৰাৰাজী দেশাই ।

৫৩২। কাৰ নেতৃত্বত ১৯৭৭ চনত জনতা দলে নিৰ্বাচনত অৱতীৰ্ণ হয় ?

উত্তৰ = জয় প্ৰকাশ নাৰায়ণৰ নেতৃত্বত ।

৫৩৩। ভাৰতত দলত্যাগবিৰোধী আইন কোন চনত গ্ৰহণ কৰা হয় ?

উত্তৰ ১৯৮৫ চনত ।

৫৪৪। ভাৰতবৰ্ষত কিমান চনত ৰাষ্ট্ৰসংঘৰ সদস্য পদত অন্তৰ্ভূক্ত হয় ?

উত্তৰ = ১৯৪৫ চনত । 

৫৪৫। দবা বা চতুৰংগ খেলৰ জনক বুলি কোনগৰাকী ভাৰতীয়ক কোৱা হয় ?

উত্তৰ = কৌটিল্য বা চাণক্যক ।

৫৫৬। অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন ?

উত্তৰ = নটৰাজ থিয়েটাৰ ।

৫৫৭। পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহৎ চাহ নীলাম কেন্দ্ৰটো ভাৰতৰ ক'ত আছে ?

উত্তৰ = গুৱাহাটীত ।

৫৫৮। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ = ১৯৮২ চনত ।

৫৫৯। কোনখন কমিটীয়ে স্বাধীনতাৰ পাছত পোনেতে জাতীয় আয় গণনা কৰিছিল ?

উত্তৰ = জাতীয় আয় কমিটী ।

৫৬০। ভাৰতীয় সাধাৰণ বীমা নিগম (General Insurance Corporation of India) কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ = ১৯৭৩ চনত ।

৫৬১। কোনগৰাকী ভাৰতীয় ব্যক্তিয়ে পোন প্ৰথমবাৰৰ বাবে মানৱ উন্নয়ন সূচাংক উদ্ভাৱন কৰিছিল আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী য়ে ইয়াৰ ১৯৯০ চনৰ সমীক্ষাত প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰে ?

উত্তৰ = নোবেল বঁটা বিজেতা অমৰ্ত্য সেনে । 

৫৬২। ভাৰতবৰ্ষৰ ৰাজহুৱা খণ্ডৰ তেল শোধানাগাৰ কেইটা ?

উত্তৰ = ৬ টা ।

৫৬৩। বৃটিছ শাসনকালত ভাৰতৰ জাতীয় আয় গণনা কৰা দুজন অৰ্থনীতিবিদৰ নাম কি ?

উত্তৰ = দাদভাই নৈৰাজী আৰু ভি. কে. আৰ ভি ৰাও ।

৫৬৪। ভাৰতৰ প্ৰথমটো তীখা উদ্যোগ কেতিয়া কেতিয়া আৰু ক'ত স্তাপন কৰা হয় ?

উত্তৰ = দ্য ইক'নমিক টাইমছ । (The Econmic Times).

৫৬৫। কেতিয়া ভাৰতীয় জীৱন বীমা নিগম প্ৰতিষ্ঠা হৈছিল ?

উত্তৰ = ১৯৫৬ খ্ৰী.ৰ ১ চেপ্তেম্বৰ তাৰিখে ।

৫৬৭। কেতিয়া ভাৰবৰ্ষৰ প্ৰথম মৰাপাত মিল স্থাপন কৰা হৈছাল ?

উত্তৰ = ১৮৮৫ চনত ।

৫৬৮। কেতিয়া ভাৰতত শিল্প উন্নয়ন বেংকটো স্থাপন কৰা হৈছিল ?

উত্তৰ = ১৯৬৪ চনত ।

৫৬৯। ভাৰতৰ সৰ্বপ্ৰথম সংস্কৃত ভাষাত লিখা বুৰঞ্জীখনৰ নাম কি ?

উত্তৰ = ৰাজতৰঙ্গিণী ।

৫৭০। জনসমাদৃত গ্ৰন্থৰ 'পঞ্চতন্ত্ৰ'ৰ ৰচক কোন ?

উত্তৰ = বিষ্ণু শৰ্মা ।

৫৭১। প্ৰাচীন ভাৰতবৰ্ষৰ ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ?

উত্তৰ = কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ' ।

৫৭২। ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি ?

উত্তৰ = বেংগল গেজেট ।

৫৭৩। বিহাৰৰ চৰকাৰী ভাষা কি ?

উত্তৰ = হিন্দী ।

৫৭৪। হিমাচল প্ৰদেশৰ চৰকাৰী ভাষা কি ?

উত্তৰ = হিন্দী ।

৫৭৫। দিল্লীৰ চুলতানসকলৰ ভিতৰত কাক 'লৌহ মানৱ' বোলা হয় ?

উত্তৰ = গিয়াচুদ্দিন বলবনক ।

৫৭৬। ভাৰতৰ উচ্চতম ন্যায়লয়ৰ বিচাৰপতিয়ে কিমান বছৰ বয়সত অৱসৰ লয় ?

উত্তৰ = ৬২ বছৰ ।

৫৭৭। ভাৰতৰ ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰা পদ্ধতিটোক কি বোলে ?

উত্তৰ = সমানুপাতিক প্ৰতিনিধিত্বক একক হস্তন্তৰযোগ্য ভোটদান ।

৫৭৮। ভাৰতবৰ্ষৰ কোন  ৰাজ্যৰ বিধানসভা, লোকসভা আৰু ৰাজ্যসভাত সৰ্বাধিক আসন আছে ?

উত্তৰ = উত্তৰ প্ৰদেশৰ ।

৫৭৯। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱাৰ ?

উত্তৰ = উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশে ।

৫৮০। বৰ্তমান ভাৰতত কিমানখন উচ্চন্যায়লয় আছে ?

উত্তৰ = ২৪ খন ।

৫৮১। কোনে উচ্চতম ন্যায়লয়ৰ ন্যায়ধীশসকলৰ দৰমহা নিৰ্ধাৰণ কৰে ?

উত্তৰ = সংসদে ।

৫৮২। উচ্চ ন্যায়লয়ৰ ন্যায়ধীশৰ সংখ্য কোনে নিৰ্ধাৰণ কৰি দিয়ে ?

উত্তৰ = ৰাষ্ট্ৰপতীয়ে ।

৫৮৩। ভাৰতৰ বিচাৰ ব্যৱস্থা তথা ন্যায়িক ব্যৱস্থাৰ শিখৰত থকা অনুষ্ঠানটোৰ নাম কি ?

উত্তৰ = উচ্চতম ন্যায়লয় ।

৫৮৪। ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল ?

উত্তৰ = চৰ্দাৰ বল্লভ ভাই পেটেল ।

৫৮৫। ভাৰতৰ দীৰ্ঘতম উৰণীয়া সেতু (Fly over) খন ক'ত আছে ?

উত্তৰ = হাইদৰাবাদত থকা 'পি. ভি. নৰসিংহ ৰাও Elevated Express Way'.

৫৮৬। ভাৰতবৰ্ষৰ আটাইথকৈ দীৰ্ঘ দূৰত্বৰ যাত্ৰীবাহী ৰে'লখনৰ নাম কি ?

উত্তৰ = ডিব্ৰুগড়-কন্যাকুমাৰি সংযোগী বিবেক এক্সপ্ৰেছ ।

৫৮৭। অসমৰ মাজেদি যোৱা দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাই পথটোৰ নাম কি ?

উত্তৰ = ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ ।

৫৮৮। অসমত সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয় ? 

উত্তৰ = ১৮৪৯ চনত ।

৫৮৯। শ্বেৰ শ্বাহৰ সৰুকালৰ নাম কি ?

উত্তৰ = ফৰিদ ।

৫৯০। পানিপথৰ দ্বিতীয় যুদ্ধ কোন চনতচ হৈচিল ?

উত্তৰ = ১৫৫৬ চনত ।

৫৯১। বিধৱা বিবাহ আইনখন প্ৰণয়ন কেতিয়া হৈছিল ?

উত্তৰ = ১৮৫৬ ।

৫৯২। ভাৰতৰ বৃহত্তম গুহাটো নাম কি ?

উত্তৰ = অমৰনাথ গুহা ।

৫৯৩। ভাৰতৰ উচুচতম বিমান বন্দৰটোৰ নাম কি ?

উত্তৰ = লাডাখৰ লেহ ।

৫৯৪। ভাৰতৰ দীৰ্ঘতম ওলোমা দলংখনৰ নাম কি ?

উত্তৰ = বিদ্যাসাগৰ সেতু ।

৫৯৫। ভাৰতৰ কোনখন নদীক 'দক্ষিণ ভাৰতৰ গংগা' বুলি কোৱা হয় ?

উত্তৰ = গোদাবৰী ।

৫৯৬। ভাৰতৰ বৃহত্তম জিলাখন কি ?

উত্তৰ = গুজৰাটৰ কচ্চ জিলা ।

৫৯৭। বিস্ববিদ্যালয়ৰ শিক্ষা আয়োগ কেতিয়া গঠণ কৰা হৈছিল ?

উত্তৰ = ১৯০২ চনত ।

৫৯৮। অসমত সৰ্বপ্ৰথম হাইস্কুখন কেতিয়া স্তাপন কৰা হৈছিল ?

উত্তৰ = ১৯৩৫ চনত ।

৫৯৯। খেয়াল প্ৰধানকৈ কোনখন ৰাজ্যত প্ৰচলিত ?

উত্তৰ = ৰাজস্থানত ।

৬০০। ভাৰতৰ প্ৰথমগৰাকী এম. এ. ডিগ্ৰীধাৰী মহিলা কোন ?

উত্তৰ = চন্দ্ৰমুখী বসু ।

৬০১। মহিলাৰ শিক্ষাৰ বাবে ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় ক'ত আছে ?

উত্তৰ = পুনা বিশ্ববিদ্যালয় ।

৬০২। ভাৰতৰ প্ৰথম কৃষি বিস্ববিদ্যালয় ক'ত আছে ?

উত্তৰ = গোবিন্দ বল্লভ পন্ট কৃষি বিশ্ববিদ্যালয় ।

৬০৩। চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন তথা মানৱ জাতিৰ কল্যণৰ বাবে নিজৰ দেহ মৰণোত্তৰভাৱে দান কৰি যোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলাগৰাকী কোন ?

উত্তৰ = ইলোৰা ৰায় চৌধুৰী ।

Type

Hirak Jyoti Bora.