লোকসভাৰ 
লোকসভাৰ আৰু ৰাজ্যিক বিধান সভাৰসমূহৰ জনসাধাৰণৰ দ্বাৰা প্ৰত্যেক্ষভাৱে নিৰ্বাচিত হয়।  নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাষ্ট্ৰখন ( ৰাজ্যিক বিধানসভাৰ ক্ষেত্ৰত ৰাজ্যখন) প্ৰায় সমান জনসংখ্য়া কিছুমান ভৌগোলিক সমষ্টিত ভাগ কৰা হয়। প্ৰত্যেকটো সমষ্টি পৰা সাৰ্বজনীন প্ৰাপ্ত বয়স্ক ভোটাধিকাৰ অনুসৰি একোজনকৈ প্ৰনিধি নিৰ্বাচন কৰা হয়। এই ক্ষেত্ৰত প্ৰত্যেকজন ব্যক্তিৰ ভোটা মূল্য একে। বৰ্তমান ৫৪৩ টা সমষ্টি আছে। এই সংখ্যা ১৯৭১ চনৰ পৰা সলনি হোৱা নাই। 

    লোকসভাৰ পাঁচ বছৰীয়া কাৰ্য্যকালৰ বাবে নিৰ্বাচিত  হয়। এয়া হৈছে সৰ্বোচ্চ কাৰ্য্যকাল। কাৰ্য্যপালিকা  অধ্যায়টোত আমি পাইছো যে পাচঁবছৰীয়া কাৰ্য্যকাল সম্পৰ্ণ হোৱাৰ আগতেও কোনো এটা বা তোতোধিক দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে লোকসভাৰ ভঙ্গ কৰিব পৰা যায়। তদুপৰি প্ৰধান মন্ত্ৰী পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে লোকসভাৰ ভঙ্গ কৰি নতুন নিৰ্বাচনৰ ব্যৱস্থা কৰিব পাৰে।

Type Sumit Patar
Class 11 Political Science