স্বাধীনতা অধিকাৰ 

সমতা আৰু স্বাধীনতা বা স্বতন্ত্ৰতা, গণন্ত্ৰৰ দুটা আটাইতকৈ প্ৰয়োজনীয় অধিকাৰ। এটাৰ অবিহনে আনটোৰ কথা চিন্তা কৰাটো সম্ভৱপৰ নহয়। স্বতন্ত্ৰতা মানে-  চিন্তা, মত প্ৰকাশ  আৰু কাৰ্য্যৰ স্বাধীনতা । তাৰমানে ই এইটো নুবুজায় যে এজনে যি বিচাৰে তাকেই কৰিব পৰা স্বাধীনতা।যদি সেইটো সন্মতি দিব পৰা হলহেতেন তেনেহলে বহুতো মানুহে তেওঁলোকৰ স্বাধীনতা উপভোগ কৰিবলৈ সমৰ্থ নহব। সেইকাৰণে স্বাধীনতাবোৰক এনেকৈ সংজ্ঞাবদ্ধ কৰা হয় যে প্ৰত্যেক ব্যক্তিয়েই আনৰ স্বাধীনতাত ভীতি প্ৰদৰ্শন নকৰাকৈ আৰু আইন- কানুনৰ পৰিবেশ বিপন্ন নকৰাকৈ নিজৰ স্বাধীনতা উপভোগ কৰিব। 

 Type Sumit Patar
Class 11 Political Science