7.4.2  মচ জাতীয় উদ্ভিদ (Bryophyta)

উদ্ভিদ ৰাজ্য়ৰ অন্তৰ্গত এই উদ্ভিদখিনিক উভচৰ উদ্ভিদ বুলি আখ্য়া দিয়া হয়। সাধাৰণতে এই শ্ৰেণীৰ উদ্ভিদৰ দেহটো কাণ্ড আৰু পাতৰ দৰে কিছুমান উপাংশত পৃথক কৰিব পাৰি। কিন্তু এইখিনি উদ্ভিদৰ দেহত পানী আৰু খনিজ দ্ৰৱ্য়ৰ দেহৰ এঠাইৰ পৰা আন এঠাইলৈ পৰিবহৰ বাবে বিশেষ কলা নাথাকে। উদাহৰণ一 ফিউনেৰিয়া, মাৰ্কেনশ্বিয়া আদি। (চিত্ৰ 7.6 চাবা)

কিছুমান মচ জাতীয় উদ্ভিদ

চিত্ৰ- 7.6: কিছুমান সাধাৰণ মচ জাতীয় উদ্ভিদ
 



Type:- Bidyut Thakuria.
Class 9 Science Assam SCERT Book.